• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগনাৰ নতুন ‘নাটক’! এইবাৰ পঞ্জাৱত কৃষকৰ আক্ৰমণৰ বলি হোৱা বুলি দাবী

টুইটাৰত নিষিদ্ধ হ'লেও ইনষ্টাগ্ৰামত বোৱাই দিছে পোষ্টৰ ঢল

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
December 3, 2021 8:17 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ কংগনাৰ প্ৰসংগই দেশৰ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে। এইবাৰ পঞ্জাৱত কৃষকৰ আক্ৰমণৰ বলি হোৱা বুলি দাবী কৰিছে অভিনেত্ৰীগৰাকীয়ে।

কংগনাৰ বাহনত এইবাৰ কৃষকে আক্ৰমণ কৰাৰ অভিযোগ তুলি অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত দিছে পোষ্টৰ পিছত পোষ্ট।হিমাচল প্ৰদেশৰ পৰা পঞ্জাৱত প্ৰৱেশ কৰাৰ সময়তে একাংশ কৃষকে কংগনাৰ বাহনত আক্ৰমণ চলোৱা বুলি অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে।

কৃষকক জেহাদীৰ সৈতে তুলনা কৰি কৃষকৰ ৰোষত পৰিছিল কংগনা।তাৰেই ফলশ্ৰুতিত তেওঁৰ বাহনত আক্ৰমণ চলোৱা বুলি জনতাক পতিয়ন নিয়াব বিচাৰিছে কংগনাই।

Apply Now

কংগনাৰ মতে চণ্ডীগড়-উনা ৰাষ্ট্ৰীয় ঘাইপথৰ কিৰাতপুৰৰ সমীপৱৰ্তী বুংগা চাহিবত কৃষকে তেওঁৰ বাহন খনৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত কৰে।

আক্ৰমণকাৰীসকলে নিজকে কৃষক বুলি কৈছিল কৈছিল বুলি উল্লেখ কৰি কংগনাই ইনষ্টাগ্ৰামত কয় যে কৃষকসকলে তেওঁক উদ্দেশ্যি গালি-গালাজকৰাৰ লগতে তেওঁক হত্যা কৰাৰো ভাবুকি দিছিল।

সেই স্থানত উপস্থিত থকা আৰক্ষীৰ লোককো আনকি কৃষকসকলে গুৰুত্ব দিয়া নাছিল বুলি কংগনাই ইনষ্টাগ্ৰামৰ এটা পোষ্টত উল্লেখ কৰিছে।

উল্লেখযোগ্য যে শেহতীয়াকৈ টাইমছ নাওৱে আয়োজন কৰা এটা অনুষ্ঠানত কংগনাই এটা মন্তব্য কৰিছিল।

তেওঁ কৈছিল যে ২০১৪ চনত নৰেন্দ্ৰ মোদীয়ে দেশৰ শাসনভাৰ লোৱাৰ পৰাহে ভাৰতে স্বাধীনতা লাভ কৰিছে। ইয়াৰ পূৰ্বে ১৯৪৭ চনৰ স্বাধীনতা আছিল ব্ৰিটিছৰ পৰা লোৱা এক ভিক্ষাহে!

তদুপৰি কংগনাই কৈছিল যে কংগ্ৰেছ হৈছে ব্ৰিটিছৰাজৰেই এটা সম্প্ৰসাৰণ আৰু ২০১৪ চনতহে ভাৰতে প্ৰকৃত স্বাধীনতা লাভ কৰিছে।

কংগনাৰ এই মন্তব্যৰ প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি সাংসদ বৰুণ গান্ধীয়েও। নিজৰ দলৰেই কেতবোৰ নীতিৰ প্ৰতি বিতুষ্ট গান্ধীয়ে এই সম্পৰ্কত এটা টুইট কৰিছিল।
গান্ধীয়ে প্ৰশ্ন কৰে যে কংগনাৰ এনেধৰণৰ চিন্তাধাৰাক পাগলামি বুলি অভিহিত কৰা ভাল হ’ব নে দেশদ্ৰোহিতা বুলি গণ্য কৰা ভাল হ’ব?

উল্লেখযোগ্য যে বিশেষ এটা সম্প্ৰদায়ৰ প্ৰতি ঘৃণাৰ বাৰ্তা প্ৰেৰণ কৰি ইতিমধ্যে কংগনাই টুইটাৰৰ পৰা নিষিদ্ধ হৈ আছে।

কেন্দ্ৰীয় চৰকাৰে কৃষি আইন তিনিখন বাতিল কৰিবলৈ বাধ্য হোৱাৰ পাছতে দেশখন জিহাদীৰে ভৰি পৰা যেন লাগিছে।

চাৰিওফালে যেন জিহাদী ঘূৰি ফুৰিছে! এই কথা আমি কোৱা নাই। শেহতীয়াকৈ সমাজতত্ব, ইতিহাসকে ধৰি সকলো বিষয়তে হঠা চৰম পাণ্ডিত্যৰ পৰিচয় দি চমক দিয়া বলিউডৰ অভিনেত্ৰী পদ্মশ্ৰী কংগনা ৰানাৱটেও এইধৰণে অনুভৱ ব্যক্ত কৰিছিল।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ই ২০ পেট্ৰ’লে ৫ শতাংশ হ্ৰাস কৰে বাহনৰ মাইলেজ; অৱশেষত স্বীকাৰ কৰিলে পেট্ৰলিয়াম মন্ত্ৰালয়ে

ই ২০ পেট্ৰ’লে ৫ শতাংশ হ্ৰাস কৰে বাহনৰ মাইলেজ; অৱশেষত স্বীকাৰ কৰিলে পেট্ৰলিয়াম মন্ত্ৰালয়ে

July 11, 2026 9:44 am
অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

July 11, 2026 8:52 am
শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

July 11, 2026 7:39 am
১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ই ২০ পেট্ৰ’লে ৫ শতাংশ হ্ৰাস কৰে বাহনৰ মাইলেজ; অৱশেষত স্বীকাৰ কৰিলে পেট্ৰলিয়াম মন্ত্ৰালয়ে

ই ২০ পেট্ৰ’লে ৫ শতাংশ হ্ৰাস কৰে বাহনৰ মাইলেজ; অৱশেষত স্বীকাৰ কৰিলে পেট্ৰলিয়াম মন্ত্ৰালয়ে

July 11, 2026 9:44 am
অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

July 11, 2026 8:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd