• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শ্ৰমিকক মৰণফান্দত পেলাই ‘পলাল’ কণিকা! দেশ এৰি বিদেশ পালেগৈ দেৱলালৰ পত্নী

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
January 13, 2025 3:30 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অবৈধ কয়লা খনিৰ বহু শ্ৰমিকৰ মৃত্যুৰ কাৰক হৈ পৰা বুলি চৰ্চা চলি থকাৰ সময়তে ডিমা হাছাওৰ পৰা পলায়ন কৰিছে অভিযুক্ত কণিকা হোজাইয়ে। ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাৰ পত্নী কণিকা হোজাইয়ে গ্ৰেপ্তাৰৰ হোৱাৰ ভয়তে পলায়ন কৰা বুলি চৰ্চা চলিছে।

এক নিৰ্ভৰযোগ্য সূত্ৰৰ উদ্ধৃতিৰে  দৈনিক বাতৰি কাকত আমাৰ অসমে প্ৰকাশ কৰিছে যে দেৱলালৰ পত্নী কণিকাই ডিমা হাছাও জিলা বা অসমেই নহয় দেশ এৰি বিদেশলৈ পলায়ন কৰিছে। গ্ৰেপ্তাৰ হোৱাৰ আগতীয়া উমান পাই কণিকাই দেশ এৰি পলায়ন কৰা বুলি চৰ্চা চলিছে।

Apply Now

উল্লেখ্য যে, ১০ জনৰো অধিক শ্ৰমিক আৱদ্ধ হৈ মৃত্যু মুখত পৰা কয়লা কোৱেৰীটোৰ অনুজ্ঞাপত্ৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্চোলাৰ পত্নী কণিকা হোজাইৰ নামত আছে।

ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে দেৱলাল গাৰ্চোলাৰ পত্নীক সুৰক্ষা দিবলৈ চেষ্টা কৰাৰ অভিযোগো উত্থাপিতো হৈছে। কণিকা গাৰ্চোলাক সুৰক্ষা দিয়াৰ স্বাৰ্থতে দুজন মহৰীক গ্ৰেপ্তাৰ কৰা হৈছে বুলিও চৰ্চা চলিছে। অৰ্থাৎ পুঠি খলিহনাক ধৰি ৰৌ বৰালিক বাছি যাবলৈ ব্যৱস্থা কৰি দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

এনে এক সময়তে গ্ৰেপ্তাৰৰ ভয়ত কণিকা গাৰ্লোচাই পলায়ন কৰা খবৰ প্ৰকাশ পাইছে আমাৰ অসম কাকতত। কাকতখনত কোৱা হৈছে যে সংবাদ মাধ্যমৰ অহৰহ বাতৰি পৰিৱেশনৰ ফলত গ্ৰেপ্তাৰ হোৱাৰ ভয়ত কেৱল জিলা অথবা অসমেই নহয় দেশ এৰি বহিঃদেশলৈ গোপনে গুচি গৈছে দেৱলাল পত্নী কণিকা হোজাই। অসম চৰকাৰে এই ঘটনাৰ সংক্ৰান্তত কেৱল দুজন মহৰীক গ্ৰেপ্তাৰ কৰি বিষয়টো গাপ দিবলৈ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে যদিও বহু দল-সংগঠনে বিষয়টো সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ সম্ভাৱনাৰ প্রতি লক্ষ্য ৰাখি দেৱলাল পত্নীয়ে নিৰাপদ দূৰত্বত অৱস্থান কৰা বুলি সূত্ৰটোৱে দাবী কৰিছে।

ইফালে অভিশপ্ত খনিতটোত শ্ৰমিক আৱদ্ধ হোৱা ঘটনাই আঠ দিন স্পৰ্শ কৰিলে। এতিয়ালৈকে আৱদ্ধ হৈ পৰা শ্ৰমিকসকলক উদ্ধাৰৰ কাৰ্য সম্পূৰ্ণ হোৱা নাই। উদ্ধাৰ অভিযানৰ সপ্তম দিনালৈকে মাত্ৰ ৪ গৰাকী শ্ৰমিকৰ মৃতদেহহে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰী দলে। চৰকাৰী তথ্যৰ মতে আৰু ৫ গৰাকী শ্ৰমিক আৱদ্ধ হৈ আছে খনিটোত। ইফালে বেচৰকাৰী তথ্যৰ মতে খনিটোত ১০ গৰাকীৰো অধিক শ্ৰমিক আৱদ্ধ হৈ পৰিছিল। চৰকাৰে  শ্ৰমিকৰ তথ্য গাপ দিয়া বুলি এতিয়া চৰ্চা চলিছে। ইফালে খনিটোৰ পানী নিষ্কাশনতো ব্যৰ্থ হৈছে অভিযানকাৰী দল। পানী নিষ্কাশন কৰা মেচিন বন্ধ কৰিলেই খনিটোত লগে লগে জলস্তৰ বৃদ্ধি হৈ পৰে। যাৰ ফলত উদ্ধাৰ অভিযান ব্যাহত হৈছে। এনে পৰিপ্ৰেক্ষিতত আৱদ্ধ হৈ থকা শ্ৰমিকৰ উদ্ধাৰৰ অভিযানক লৈ সংশয়ৰো সৃষ্টি হৈছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

October 2, 2026 7:30 pm
তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

October 2, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd