• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’না : কপিল শৰ্মাই প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়ালে ৫০ লাখ টকা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 26, 2020 4:30 pm

1 min read

kapil_sharma_1024_1578193294_618x347
6k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ মনোৰঞ্জন জগতৰ তাৰকাসকলে প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াইছে ধন। এই সংকটকালৰ সময়ত কমেডি ষ্টাৰ কপিল শৰ্মাৰ লগতে বিভিন্নজনে সহায় আগবঢ়োৱা পৰিলক্ষিত হৈছে।

কপিল শৰ্মাই টুইটাৰৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে। তেওঁ লিখিছে, ‘এই সময় একেলগে ঠিয় হোৱাৰ সময়, যাক আমাৰ প্ৰয়োজন আছে। ক’ৰ’নাৰ সৈতে যুঁজিবলৈ মই প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫০ লাখ টকা আগবঢ়ালো। সকলোকে ঘৰত থকাৰ অনুৰোধ জনাইছো’।

দক্ষিণৰ ছুপাৰষ্টাৰ পৱন কল্যাণেও আৰ্থিক বৰঙণি আগবঢ়োৱাৰ কথা টুইটযোগে ঘোষণা কৰিছে। তেওঁ কয়, ‘মই প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১ কোটি টকা প্ৰদান কৰিলো’।

দক্ষিণৰ অভিনেতা ৰাম চৰণেও প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াইছে ৭০ লাখ টকা।

ইয়াৰ উপৰি বলিউদৰ একতা কাপুৰ, কিয়াৰা আদৱানি, ভুমি পেডনেকাৰ, সিদ্ধাৰ্থ মলহোত্ৰাৰ দৰে তাৰকাইয়ো টুইটযোগে সকলোকে এই সংকটৰ সময়ত সাধ্যানুসাৰে সহায় আগবঢ়াবলৈ আহ্বান জনাইছে।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd