• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কংগ্ৰেছৰ পৰা পদত্যাগ জেষ্ঠ নেতা কপিল ছিবালৰ: সমাজবাদী পাৰ্টীৰ সমৰ্থনত ৰাজ্য সভাৰ নিৰ্বাচনত আগবঢ়াব প্ৰতিদ্বন্দিতা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 25, 2022 1:28 pm
Kapil Sibal quit Congress
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কপিল ছিবালৰ শেহতীয়া এক ঘোষণাই দেশৰ ৰাজনৈতিক মহলত খলকনিৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ কংগ্ৰেছ দলৰ ভিতৰচৰাত সংস্কাৰৰ পোষকতা কৰি মত আগবঢ়াই অহা বয়োজেষ্ঠ নেতাজনে কিছুদিন পূৰ্বেই কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে বুলি ঘোষণা কৰিছে।

আজি সাংবাদিকৰ সন্মুখত ছিবালে প্ৰকাশ কৰা মতে যোৱা ১৬ মে’ত তেওঁ কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে। তেওঁ এতিয়া উত্তৰ প্ৰদেশৰ পৰা ৰাজ্যসভাৰ বাবে সমাজবাদী পাৰ্টিৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়াব বুলিও সদৰি কৰিছে।

Apply Now

ইতিমধ্যে সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱৰ উপস্থিতিত ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰও দাখিল কৰিছে ছিবালে।

সাংবাদিকৰ সৈতে মত বিনিময় কৰি জেষ্ঠ নেতাগৰাকীয়ে কয়, “সংসদত স্বতন্ত্ৰ কণ্ঠস্বৰৰ উপস্থিতি অতি গুৰুত্বপূৰ্ণ। যদি কোনো স্বতন্ত্ৰ কণ্ঠই মাত মাতে তেতিয়া মানুহে বিশ্বাস কৰিব যে এই কণ্ঠ কোনো ৰাজনৈতিক দলৰ নহয়।”

শাসনাধিষ্ঠ মোদী চৰকাৰৰ বিৰোধিতাৰ বাবে বিৰোধীৰ মাজত মিত্ৰতা গঢ়ি তুলিব বিচাৰে বুলিও কপিল ছিবালে মন্তব্য কৰে।

 

#WATCH | Uttar Pradesh: Congress leader Kapil Sibal files nomination for Rajya Sabha election, in the presence of Samajwadi Party (SP) chief Akhilesh Yadav, in Lucknow. pic.twitter.com/8yRDoSwE3g

— ANI UP/Uttarakhand (@ANINewsUP) May 25, 2022

উল্লেখ্য যে জ্যেষ্ঠ নেতা ছিবাল কংগ্ৰেছৰ “জি-২৩” গোটৰ অন্যতম অংশ আছিল। এই গোটটোৱে ধাৰাবাহিকভাৱে দলৰ নেতৃত্ব পৰিৱৰ্তনকে ধৰি সম্পূৰ্ণ সাংগঠনিক সংস্কাৰৰ বাবে আহ্বান জনাই আহিছে।

শেহতীয়াকৈ কংগ্ৰেছত গান্ধী পৰিয়ালৰ নেতৃত্বৰ ওপৰতো তেওঁ সৰৱ সমালোচনাৰ কৰি আহিছিল।

উল্লেখ্য যে দেশৰ এগৰাকী স্বনামধন্য অধিবক্তা হিচাপে সুনাম থকা ছিবালে উচ্চতম ন্যায়ালয়ত সমাজবাদী পাৰ্টিৰ জ্যেষ্ঠ নেতা আজম খানৰ হৈ ওকালতি কৰিছিল। দুবছৰ কাৰাবাসৰ অন্তত শেহতীয়াকৈ আজম খানক উচ্চতম ন্যায়ালয়ে অন্তৱৰ্তীকালীন জামিনত মুক্তি দিছিল।

কিছুদিন পূৰ্বে ছিবালে লক্ষ্ণৌত সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱক সাক্ষাৎ কৰিছিল যদিও ছিবালৰ ৰাজনৈতিক সিদ্ধান্ত সন্দৰ্ভত কোনো গুজৱ প্ৰকাশ পোৱা নাছিল।

স্মৰ্তব্য যে অহা মাহত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভাৰ নিৰ্বাচনত উত্তৰ প্ৰদেশৰ ১১ খন আসনৰ বাবেও প্ৰতিদ্বন্দিতা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

September 27, 2026 8:10 pm
ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

September 27, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd