• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভয়াৱহ বান পৰিস্থিতিৰ শংকাত কটাইছে কামপুৰবাসীয়ে! কপিলী নৈৰ বাঢ়নী পানীয়ে চিঙিলে পটিয়াপামৰ মথাউৰি  

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 2, 2025 5:30 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিও কামপুৰত বিপদ সীমাৰ ওপৰৰে বৈ আছে কপিলী নৈ। খানদং বান্ধৰ চাৰিখনকৈ গেটৰ লগতে কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ পাঁচখন কৈ গেট খুলি দিয়াৰ লগতে বিগত কেইবাদিন ধৰি হৈ থকা নেৰেনেপেৰা বৰষুণৰ ফলত কপিলী আৰু ইয়াৰ উপ নৈ বৰপানী আৰু নিশাৰীৰ জলস্তৰ শনিবাৰৰ পৰাই বিপদসীমা অতিক্ৰম কৰিছে। তিনিওখন নৈয়ে সমগ্ৰ কামপুৰ অঞ্চলত সংহাৰ সৃষ্টি কৰে। কামপুৰ পটিয়াপামৰ আৰু যমুনামুখ সংযোগী পথৰ লগতে কামপুৰ গোঁসাইগাওঁ সংযোগী পথৰ কেইবাঠাইত পথৰ ওপৰৰে পানী বাগৰাত যাতায়ত ব্যাহত হৈ পৰিছে। বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত পটিয়াপামৰ মথাউৰী নিশা কপিলী নদীৰ বাঢ়নী পানীয়ে  ছিঙি নিয়াত বহুলোক আতংকিত হৈ পৰিছে।

পটিয়াপামৰ মথাউৰি ছিঙি নিয়াৰ ফলত নিশাই কপিলী নদীৰ বাঢ়নী পানী হুৰাহুৰে কপিলীৰ উত্তৰপাৰৰ  পটিয়াপামকে ধৰি কহাৰগাঁও, চাংজুৰাই, কাঠকটীয়াগাওঁ, লক্ষীমি নগৰ বানপানীৰ কবলত পৰে। একেদৰে কপিলী দক্ষিন পাৰত গোঁসাইগাঁও গাৰুখুন্দা; চাংচকী আদি গাওঁ জলমগ্ন হৈ পৰিছে ।

Apply Now

স্থানীয় ৰাইজৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অসম চৰকাৰৰ জলসম্পদ বিভাগ আৰু স্থানীয় বিধায়কৰ পৰা তৎকালীন ব্যৱস্থা গ্ৰহণৰ বাবে দাবী উত্থাপন কৰিছে। পূৰ্বৰ বানৰ সময়তো মথাউৰি মেৰামতিৰ কামত বিশেষ কোনো গুৰুত্ব নিদিয়াৰ লগতে জলবিদ্যুৎ প্ৰকল্পৰ বান্ধ খুলি দিয়াক লৈ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ৰাজু বৰাই ।

বৰাই ক্ষোভ উজাৰি কয়,“জলসম্পদ বিভাগৰ সময়োচিত ব্যৱস্থাৰ অভাৱত বান বিপৰ্যয়ৰ মাত্ৰা বৃদ্ধি পাইছে । জেঠ মাহৰ প্ৰথমটো বাৰিষাতেই কপিলীৰ বাঢ়নী পানীয়ে ছিঙি নিয়া পটিয়াপামৰ মথাউৰিৰ লগতে ৰাজ্যৰ প্ৰতিটো ভগ্ন মথাউৰি মেৰামতি নকৰিলে ভয়ংকৰ বিপদৰ সন্মুখীন হ’ব। কেৱল অসমৰ সম্পদ লুট কৰিব জনা চৰকাৰে অসমৰ সমস্যা সমাধান কৰিব নোৱাৰে বুলি মন্তব্য কৰে।মথাউৰিৰ তৎকালীন মেৰামতি, বানৰ পৰা সুৰক্ষাৰ বাবে শক্তিশালী বান্ধ নিৰ্মাণ আৰু জলমগ্ন গাঁওবাসীৰ বাবে ব্যৱস্থা গ্ৰহণৰো দাবী উত্থাপন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ৰাজু বৰাই। পটিয়াপামৰ মথাউৰি মেৰামতিৰ নামত চৰকাৰে আবন্টন দিয়া ধনেৰে ঠিকাদাৰে অনিয়ম সংঘটিত কৰাৰ ফলতেই বাঢ়নী পানীয়ে মথাউৰি ছিঙি নিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd