• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মাত্ৰ এগৰাকী মহিলা মন্ত্ৰী, সকলো সম্প্ৰদায় অন্তৰ্ভুক্ত: কৰ্ণাটকত আৰু ২৪ মন্ত্ৰীৰ শপত গ্ৰহণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 27, 2023 4:43 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাম্প্ৰদায় ভিত্তিক সংঘাত আৰু অস্থিৰতা দূৰ কৰি কৰ্ণাটকৰ মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰিলে মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই। শনিবাৰে কানাড়া ৰাজ্যৰ মন্ত্ৰী হিচাপে একেলগে শপত গ্ৰহণ কৰে ২৪ গৰাকী মন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়া আৰু উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ উপস্থিতিত মন্ত্ৰীসকলে শপত গ্ৰহণ কৰে।

উল্লেখ্য, মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীৰ সৈতে একেদিনাই মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল ৮ গৰাকী জ্যেষ্ঠ মন্ত্ৰীয়ে। আজি ২৪ গৰাকীয়ে শপত গ্ৰহণ কৰাৰ লগে লগে কৰ্ণাটকৰ সিদ্দাৰমাইাৰ কেবিনেটৰ মন্ত্ৰীৰ ৩৪ গৰাকীলৈ বৃদ্ধি পালে।

দুয়োটা ফৈদৰ অৰ্থাৎ মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়া আৰু উপ মুখ্যমন্ত্ৰী শিৱকুমাৰৰ সৈতে সমানে কেবিনেট গঠন কৰাটো যথেষ্ট প্ৰত্যাহ্বানজনক আছিল। সম্ভৱতঃ এই জটিলতাৰ বাবেই দলৰ শীৰ্ষ নেতৃত্বৰ সৈতে যৌথভাৱে দিল্লীত নতুন মন্ত্ৰীৰ নাম ঘোষণা কৰাৰ সিদ্ধান্ত লোৱা হয়। কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বও মন্ত্ৰীসভা গঠনত সকলো ধৰ্ম আৰু সম্প্ৰদায়ক যথাযথ গুৰুত্ব দিয়াটো বিছাৰিছিল।

Apply Now

কৰ্ণাটকৰ নতুন মন্ত্ৰীসভাত প্ৰধান সম্প্ৰদায় লিংগায়তৰ পৰা ৬ গৰাকী মন্ত্ৰীক অন্তৰ্ভুক্ত কৰা হৈছে আছে। লিংগায়তৰ প্ৰতিটো উপ-সম্প্ৰদায়ৰো একোগৰাকীক মন্ত্ৰীসভাত স্থান দিয়া হৈছে। নতুন মন্ত্ৰীসভাত ডি কে শিৱকুমাৰৰ নিজৰ ভোক্কালিগা সম্প্ৰদায়ৰ ৪ গৰাকী প্ৰতিনিধি আছে। তিনিজন অনুসূচিত জাতিৰ, দুজন অনুসূচিত জনজাতিৰ। পাঁচগৰাকী হৈছে অন্যান্য পিছপৰা জাতিৰ। মুছলমান, ব্ৰাহ্মণ, উচ্চ বৰ্ণৰ প্ৰতিটো সম্প্ৰদায়ৰ মন্ত্ৰীসভাত এজনকৈ মন্ত্ৰীক অন্তৰ্ভুক্ত কৰা হৈছে।

কিন্তু হতাশাজনকভাৱে ৩৪ জনীয়া কেবিনেটত মাত্ৰ এগৰাকীহে মহিলা মন্ত্ৰীক অন্তৰ্ভুক্ত কৰা হৈছে।

উল্লেখ্য, কানাড়া ৰাজনীতিত মহিলাৰ অংশগ্ৰহণ একেবাৰে পুতৌজনক। এইবাৰো ১২১গৰাকী মহিলা প্ৰাৰ্থীৰ ভিতৰত মাত্ৰ ১০গৰাকীয়েহে জয়লাভ কৰিছে। ইয়াৰে চাৰিগৰাকী হৈছে কংগ্ৰেছৰ। এই চাৰিগৰাকী মহিলা বিধায়কৰ ভিতৰত বেলগাঁও গ্ৰাম্য বিধায়িকা লক্ষ্মী এ হেব্বলকাৰক মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে।

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দীনেশ গুণ্ডুৰাও, এইচ কে পাটিল, আৰ সুধাকৰ, বি নাগেন্দ্ৰই ৩৪ জনীয়া মন্ত্ৰীসভাত স্থান লাভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

August 31, 2026 3:20 pm
শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

August 31, 2026 1:58 pm
উদ্ধাৰ অভিযানৰ ষষ্ঠ দিন : নেপালৰ ভয়ংকৰ বানত মৃতকৰ সংখ্যা ৯০৩ জনলৈ বৃদ্ধি; সন্ধানহীন ৪,২৪৭

উদ্ধাৰ অভিযানৰ ষষ্ঠ দিন : নেপালৰ ভয়ংকৰ বানত মৃতকৰ সংখ্যা ৯০৩ জনলৈ বৃদ্ধি; সন্ধানহীন ৪,২৪৭

August 31, 2026 1:54 pm
লাখ লাখ বাংলাদেশীক নিজ দেশলৈ আমন্ত্ৰণ মালয়েছিয়াৰ! কিন্তু কিয়?

লাখ লাখ বাংলাদেশীক নিজ দেশলৈ আমন্ত্ৰণ মালয়েছিয়াৰ! কিন্তু কিয়?

August 31, 2026 1:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

August 31, 2026 3:20 pm
শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

August 31, 2026 1:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd