• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

“The acts were consensual”: ২৩ বছৰীয়া যুৱকৰ বিৰুদ্ধে ধৰ্ষ*ণৰ গোচৰ খাৰিজ কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 28, 2025 10:30 am
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডেটিং এপৰ জৰিয়তে লগ পোৱা এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ অভিযোগত ২৩ বছৰীয়া যুৱকৰ বিৰুদ্ধে দাখিল কৰা গোচৰ খাৰিজ কৰিছে কৰ্ণাটক উচ্চ ন্যায়ালয়ে। আদালতে স্পষ্টভাৱে উল্লেখ কৰিছে যে সহমতৰ সম্পৰ্কত অতি স্পষ্ট গোচৰৰ বাহিৰে অন্য অপৰাধলৈ ৰূপান্তৰিত কৰিব নোৱাৰি।

ন্যায়াধীশ এম নাগপ্ৰসন্নৰ বিচাৰপীঠে যুৱকজনৰ আবেদনৰ অনুমতি দি কয় যে, “পাৰস্পৰিক ইচ্ছাৰ পৰা জন্ম হোৱা সম্পৰ্কটো হতাশাৰ বাবে বিচ্ছিন্ন হ’লেও, অতি স্পষ্ট গোচৰৰ বাহিৰে অপৰাধমূলক আইনৰ অধীনত অপৰাধলৈ ৰূপান্তৰিত কৰিব নোৱাৰি।”

Apply Now

প্ৰকাশিত তথ্য অনুসৰি, অভিযুক্ত আৰু অভিযোগকাৰীয়ে ডেটিং এপৰ জৰিয়তে লগ পাইছিল আৰু তাৰ পিছত এবছৰতকৈও অধিক সময় ধৰি ইনষ্টাগ্ৰামত নিয়মীয়া যোগাযোগ বজাই ৰাখিছিল। ২০২৪ চনৰ ১১ আগষ্টত দুয়োজনে লগ হৈছিল, একেলগে ৰাতিৰ আহাৰ গ্ৰহণ কৰিছিল আৰু পিছত এখন হোটেললৈ গৈছিল য’ত তেওঁলোকৰ শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ অভিযোগ উত্থাপন হৈছিল। পিছদিনা যুৱকজনে মহিলাগৰাকীক ঘৰত থবলৈও গৈছিল।

অভিযোগ অনুসৰি পিছদিনা মহিলাগৰাকীয়ে এখন চিকিৎসালয়ত স্বাস্থ্য  পৰীক্ষা কৰাইছিল।  স্বাস্থ্য  পৰীক্ষাত তেওঁৰ ওপৰত যৌন নিৰ্যাতন চলোৱা হৈছিল বুলি উল্লেখ কৰিছে। ইয়াৰ পিছতে তেওঁ আৰক্ষী চকীত অভিযোগ দাখিল কৰে, তাৰ পিছত ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ধাৰা ৩৭৬ ৰ অধীনত গোচৰ ৰুজু কৰা হয় আৰু পৰৱৰ্তী সময়ত অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়।

অনহাতে গোচৰটো খাৰিজ কৰিবৰ বাবে আবেদনকাৰীয়ে আদালতত যুক্তি দাঙি ধৰে যে দুয়োৰে মাজত ফটো, বাৰ্তালাপ, ভিডিঅ’কে ধৰি তথ্যই স্পষ্টভাৱে প্ৰমাণ কৰে যে তেওঁলোকৰ সম্পৰ্ক সহমতৰ সৈতে গঢ়ি উঠিছিল। লগতে অভিযোগ কৰে যে তদন্তকাৰী বিষয়াই ইচ্ছাকৃতভাৱে এই সবিশেষ অভিযোগ পত্ৰৰ পৰা বাদ দিছে।

কিন্তু ৰাজ্যই এই আবেদনৰ বিৰোধিতা কৰি যুক্তি দিছিল যে সন্মতিৰ বিষয়টো বিচাৰৰ সময়তহে সিদ্ধান্ত ল’ব পৰা যাব।

আদালতত দাখিল কৰা অভিযোগ, অভিযোগনামা আৰু তেওঁলোকৰ বাৰ্তালাপৰ তথ্য পৰীক্ষা কৰাৰ পিছত বিচাৰপীঠে দুয়োৰে মাজত আদান-প্ৰদান কৰা বাৰ্তাসমূহ “ভাল নহয়” বুলি উল্লেখ কৰে যদিও এই কাৰ্য্যসমূহ সন্মতিসূচক বুলি স্পষ্ট কৰি দিছে বিচাৰপীঠে।

ন্যায়াধীশগৰাকীয়ে মন্তব্য কৰে যে, যদি বৰ্তমান গোচৰটোৰ বিচাৰ চলালেও, ই কেৱল আনুষ্ঠানিকতাৰ বাহিৰে আন একো নহ’ব। প্ৰকৃততে ন্যায়িক প্ৰক্ৰিয়াৰ অপব্যৱহাৰ হ’ব। সেয়ে উচ্চ ন্যায়ালয়ে আবেদনকাৰীৰ বিৰুদ্ধে এফআইআৰ বাতিল কৰা হৈছে বুলি উল্লেখ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

August 17, 2026 9:40 am
‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

August 17, 2026 8:30 am
৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

August 17, 2026 7:45 am
শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

August 17, 2026 9:40 am
‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

August 17, 2026 8:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd