• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুৰুষ নিৰ্যাতন! ‘পত্নীয়ে মোৰ মৃত্যু বিচাৰিছে’, কৰ্ণাটকৰ ব্যক্তিৰ চৰম সিদ্ধান্তৰ ঘটনাত অতুল সুভাষ কাণ্ডৰ ছাঁ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
January 28, 2025 11:42 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ কৰ্ণাটকৰ হুবল্লীত অতুল সুভাষ কাণ্ডৰ ছাঁ দেখা গৈছে। পত্নীৰ মানসিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি স্বামীৰ আত্মহত্যা। তেওঁ ছুইচাইড নোটত লিখিছে, “মোৰ পত্নীয়ে মোৰ মৃত্যু বিচাৰিছে।” মৃতকৰ নাম পিটাৰ গোল্লাপল্লী।

দেওবাৰে নিশা প্ৰায় ১২:৩০ বজাত গীৰ্জাৰ পৰা উভতি অহাৰ পিছত ভাতৃ জোৱেলে পিটাৰৰ ওলমি থকা মৃতদেহটো প্ৰত্যক্ষ কৰে। পৰিয়ালটোৱে অভিযোগ কৰে যে বিগত তিনিমাহ ধৰি পিটাৰ আৰু তেওঁৰ পত্নীৰ মাজত দাম্পত্য বিবাদ চলি আছিল। মানসিক অত্যাচাৰ সহ্য কৰিব নোৱাৰিয়েই পিটাৰে আত্মহত্যা কৰে।

Apply Now

সূত্ৰসমূহৰ মতে, পিটাৰে চুইচাইড নোটখনত লিখিছে, “ডেডী, আই এম ছ’ৰী।”  পত্নী পিংকিয়ে মোক হত্যা কৰিছে। মোৰ মৃত্যু বিচাৰে। তেওঁৰ নিৰ্যাতনৰ বাবেই মই এই সিদ্ধান্ত লৈছো।”

পিটাৰৰ ভাতৃ জোৱেলে অভিযোগ কৰে যে তেওঁৰ ককায়েকে দুবছৰ পূৰ্বে ফিবি ওৰফে পিংকিৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। বিগত তিনিমাহ ধৰি ঘৰুৱা অশান্তিৰ সৃষ্টি হৈছিল। বিবাহ বিচ্ছেদৰ গোচৰ ৰুজু হৈছিল। সেই গোচৰটো এতিয়াও চলি আছে। ২০ লাখ টকা ক্ষতিপূৰণৰ দাবী জনাইছিল পিংকিয়ে। জোৱেলে লগতে দাবী কৰে যে এই বিষয়টোক লৈ তেওঁৰ ককায়েক বহুত মানসিক চাপত ভুগিছিল।

ইপিনে, পিটাৰৰ পিতৃ ওবায়াই অভিযোগ কৰে যে পিংকিৰ দাবী পূৰণ কৰি কৰি তেওঁৰ পুত্ৰ অতিষ্ঠ হৈ পৰে। তেওঁ অভিযোগ কৰে যে, “মোৰ পুত্ৰই পত্নীৰ নিৰ্যাতনৰ বাবে আত্মহত্যা কৰিলে। ছুইচাইড নোটতো উল্লেখ কৰিছে। আৰক্ষীয়ে সেই নোট পাইছে। পিংকিয়ে মাজে মাজে পিতৃৰ ঘৰলৈ গুচি যায়। কৈছিল পুত্ৰ মৰি গ’লেও হেনো তেওঁ ঘূৰি নাহে। বিবাহ বিচ্ছেদৰ গোচৰত ২০ লাখ টকাৰ ক্ষতিপূৰণ বিচাৰিছিল।”

তেওঁৰ পিতৃয়ে লগতে অভিযোগ কৰে যে অফিচৰ বৈঠকৰ সময়ত পত্নীৰ সৈতে হোৱা উত্তপ্ত কাজিয়াৰ বাবে পিটাৰে চাকৰিও হেৰুৱাইছিল।

পিটাৰৰ পত্নী পিংকিৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১০৮ ধাৰাত আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছে। পৰিয়ালৰ অভিযোগৰ ভিত্তিত হুবল্লীৰ অশোকনগৰ থানাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। চুইচাইড নোটৰ তদন্ত অব্যাহত আছে। অভিযুক্ত পিংকি আৰু পিতৃৰ পৰিয়ালৰ লোকক জেৰা কৰিব পাৰে।

উল্লেখ্য যে বেংগালুৰুৰ অভিযন্তা অতুল সুভাষৰ মৃত্যুৱে সমগ্ৰ দেশ কঁপাই তুলিছিল। পত্নী আৰু শহুৰেকৰ পৰিয়ালৰ মানসিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি ছ’চিয়েল মিডিয়াত ভিডিঅ’ মেছেজ দি তেওঁ আত্মহত্যা কৰে। সেই ঘটনাৰ যেন পুনৰাবৃত্তি কৰ্ণাটকৰ হুব্বল্লীত দেখা গ’ল।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

July 8, 2026 8:05 pm
কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

July 8, 2026 8:05 pm
কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd