• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সাত মাহত ৩ লাখ লোকক কামোৰ, ২৬ জনৰ মৃত্যু! কৰ্ণাটকৰ প্ৰতিবেদনক লৈ উদ্বিগ্নতা বৃদ্ধি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 13, 2025 2:05 pm
40
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পাছত যেতিয়া সমগ্ৰ দেশতে পথৰ কুকুৰক লৈ বিতৰ্ক চলি আছিল, তেতিয়া কৰ্ণাটকৰ পৰা এক ভয়ংকৰ প্ৰতিবেদন পোহৰলৈ আহিছে। চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা আগষ্টৰ ভিতৰত ৰাজ্যত ২ লাখ ৮৬ হাজাৰ কুকুৰে কামোৰাৰ ঘটনা সংঘটিত হৈছে। আনহাতে, সাত মাহত ‘বাবিছ’ ভাইৰাছৰ বাবে ২৬ জন লোকৰ মৃত্যু হয়। চৰকাৰী সূত্ৰৰ মতে, কেৱল ৪ আগষ্টৰ পৰা ১০ আগষ্টৰ ভিতৰত কুকুৰে কামোৰাৰ ৫,৬৫২টা ঘটনা সংঘটিত হৈছে। যদিও এই সময়ছোৱাত কোনো লোকৰ মৃত্যুৰ খবৰ পোৱা নাই।

মঙলবাৰে বেংগালুৰুৰ বিশ্ববিদ্যালয় চৌহদ কেঙেৰীত দুই কলেজীয়া ছাত্ৰক পথৰ কুকুৰে আক্ৰমণ কৰে। তেওঁলোক হ’ল ড০ বি আৰ আম্বেদকাৰ স্কুল অৱ ইকনমিক্সৰ ছাত্ৰী সুজন্যা জি জে আৰু ৰেগা নিকিশিতা। পৌৰ আয়ুক্ত (স্বাস্থ্য আৰু অনাময়) সুৰলকাৰ বিকাশ কিশোৰে কয় যে কুকুৰে কামোৰাৰ ফলত দুগৰাকী ছাত্ৰক ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইফালে, বিগত ৭ মাহত ২.৮৬ লাখ কুকুৰে কামোৰা আৰু ২৬ জন লোকৰ মৃত্যুৰ খবৰে ৰাজ্যখনত আতংকৰ সৃষ্টি কৰিছে।

Apply Now

প্ৰসংগক্ৰমে দিল্লীত জলাতংক ৰোগ আৰু পথৰ কুকুৰে কামোৰাৰ ফলত মানুহৰ মৃত্যু আতংকজনক হাৰত বৃদ্ধি পোৱাৰ প্ৰতিবেদনৰ ভিত্তিত সোমবাৰৰ পৰা উচ্চতম ন্যায়ালয়ে শুনানি আৰম্ভ কৰে। শীর্ষ ন্যায়ালয়ে কয় যে দিল্লী-এনচিআৰ অঞ্চলৰ সকলো বিপথগামী কুকুৰক তৎক্ষণাত ধৰিব লাগে৷ বীজাণুমুক্ত কৰি নিৰাপদ আশ্ৰয় শিবিৰলৈ পঠিয়াব লাগে। বিপথগামী কুকুৰ ধৰিবলৈ যিমান বল প্ৰয়োগ কৰিব লাগে সিমান বল প্ৰয়োগ কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে। কোনোবাই বাধা দিলে তেওঁলোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব। শীৰ্ষ ন্যায়ালয়ৰ মতে, সাধাৰণ মানুহক মনত ৰাখি এই সিদ্ধান্ত লোৱা হৈছে। পশুপ্ৰেমীক আদালতৰ প্ৰশ্ন হ’ল, বিপথগামী কুকুৰে কামোৰাৰ ফলত মৃত্যু হোৱা সকলক ঘূৰাই আনিব পাৰিবনে? সেয়ে অঘৰী কুকুৰক ৰাস্তাৰ পৰা সম্পূৰ্ণৰূপে আঁতৰাই পেলাব লাগে।

ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই দিল্লীত মুখ্য সচিব পন্ত

মঙলবাৰে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়েও এই বিষয়ত ভাষণ দিয়ে। তেওঁ নিজৰ এক্স হেণ্ডেলত লিখিছে, ‘মানৱতাৰ পথৰ পৰা বিচ্যুত হৈ থকা বিপথগামী কুকুৰৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে এই আদেশ দিছে। এই অসহায় জীৱ-জন্তুবোৰক সমস্যা বুলি লেবেল লগাব নোৱাৰি। আশ্ৰয় শিবিৰ, বন্ধ্যাকৰণ, টিকাকৰণ আৰু সম্প্ৰদায়ৰ যত্নৰ জৰিয়তে নিষ্ঠুৰতা অবিহনে পথসমূহ সুৰক্ষিত ৰখা সম্ভৱ।’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm
মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd