• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তিনি বছৰ ধৰি নাবালিকাক ধৰ্ষণ! এটা গোচৰত ‘ধৰ্মগুৰু’ক দোষমুক্ত ঘোষণা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 26, 2025 7:05 pm
47
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাবালিকাক ধৰ্ষণৰ অভিযোগত অভিযুক্ত কৰ্ণাটকৰ মহীছুৰুৰ লিংগায়ত ধৰ্মগুৰু শিৱমূৰ্তি মুৰুগা শৰণাৰুক দোষমুক্ত ঘোষণা কৰা হৈছে। তেওঁৰ বিৰুদ্ধে দাখিল কৰা গোচৰ দুটাৰ ভিতৰত এটা গোচৰত আজি নিম্ন আদালতে তেওঁক দোষমুক্ত কৰে। ২০২২ চনৰ ১ ছেপ্টেম্বৰত ১৪ মাহ কাৰাগাৰত থকাৰ পিছত জামিনত মুকলি কৰি দিয়া হয় যদিও পুনৰ গ্ৰেপ্তাৰ হয়।

শিৱমূৰ্তি নামৰ এগৰাকী ধৰ্মীয় গুৰুৰ বিৰুদ্ধে প্ৰায় তিনি বছৰ ধৰি ১৫ আৰু ১৬ বছৰীয়া দুগৰাকী ছোৱালীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। অৱশেষত ২০২২ চনৰ আগষ্ট মাহত এগৰাকী নাবালিকা মঠৰ পৰা পলায়ন কৰি মহীচুৰুৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ কাষ চাপিছিল। ইয়াৰ পিছত লিংগায়ত ধৰ্মীয় গুৰুজনৰ বিৰুদ্ধে মহীচুৰু থানাত এফআইআৰ দাখিল কৰা হয়। প্ৰথমতে যেতিয়া তেওঁক আটক কৰি মুকলি কৰি দিয়া হৈছিল, তেতিয়া মহীচুৰু চহৰত প্ৰতিবাদৰ সূত্ৰপাত হৈছিল। পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। কিন্তু ২০২৩ চনৰ নৱেম্বৰ মাহত উচ্চ ন্যায়ালয়ে তেওঁক জামিন মঞ্জুৰ কৰে। কিন্তু ২০ নৱেম্বৰত পুনৰ দ্বিতীয়টো গোচৰৰ বাবে গ্ৰেপ্তাৰ কৰা হয়। নাবালিকাকেইগৰাকীৰ শাৰীৰিক পৰীক্ষাত তিনি বছৰ ধৰি যৌন নিৰ্যাতন চলোৱাৰ কথা জানিব পৰা গৈছে।

Apply Now

২০২২ চনৰ ২৬ আগষ্টত অভিযুক্ত ধৰ্মগুৰুজনৰ বিৰুদ্ধে প্ৰথমটো গোচৰ ৰুজু হৈছিল।তাৰ পিছত দ্বিতীয়টো গোচৰ ৰুজু কৰিছিল নিৰ্যাতিত ছোৱালী দুগৰাকীৰ মাতৃয়ে। পৰিয়ালে POCSO আইনৰ অধীনত এজাহাৰ দাখিল কৰে । তেওঁ দাবী কৰে যে অভিযুক্তই তেওঁৰ দুগৰাকী কন্যাৰ উপৰিও আৰু দুগৰাকী নাবালিকাক যৌন নিৰ্যাতন চলাইছিল। ২০১৯ চনৰ পৰা ২০২২ চনলৈ একেৰাহে তিনি বছৰ ধৰি এই নিৰ্যাতন চলি থকাৰ অভিযোগ উত্থাপন কৰে পৰিয়ালে।এই গোচৰত উচ্চতম ন্যায়ালয়ে তেওঁৰ জামিন আবেদন নাকচ কৰি শিৱমূৰ্তিক আত্মসমৰ্পণৰ নিৰ্দেশ দিছিল। অৱশেষত POCSO আইনৰ অধীনত দাখিল কৰা গোচৰত তেওঁক দোষমুক্ত কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm
১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

July 17, 2026 6:27 pm
ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

July 17, 2026 5:44 pm
পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

July 17, 2026 4:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm
১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

July 17, 2026 6:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd