• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

দুটকীয়া বাতৰি কাকতত অমূল্য উপহাৰ,পুৱাই হতবাক পঢ়ুৱৈ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 23, 2020 6:50 pm

1 min read

Maks-with-newspaper
438
VIEWS
Share on FacebookShare on Twitter

এখন দুটা মূল্যৰ বাতৰি কাকত। কাকত খনৰ পঢ়ুৱৈৰ সংখ্যা পিছে কম নহ’য়।

পুৱাই কাকত খন হাতত লৈ হতবাক হৈ পৰিল পঢ়ুৱৈ।

কাৰণ কাকত খনৰ প্ৰথম পৃষ্ঠাতেই লিপিট খাই আছিল একোটাকৈ মাস্ক।

মাস্ক লগাই থোৱা স্থানৰ তলতে লিখা আছিল—ক’ৰ’ণা ভাইৰাছক প্ৰতিহত কৰাৰ বাবে মাস্ক পৰিধান কৰক।মাস্ক পিন্ধি সুৰক্ষিত থাকক।

কাশ্মীৰৰ শ্ৰীনগৰৰ পৰা প্ৰকাশ পোৱা উৰ্দু ভাষাৰ কাকত ‘ৰোশনী’ৰ এনে সজাগতামূলক কাৰ্যসূচীয়ে সকলোকে মোহিত কৰিবলৈ সক্ষম হৈছে।

মাত্ৰ দুটকা মূল্যৰ কাকত ‘ৰোশনী’য়ে এনেদৰে সাম্প্ৰতিক সময়ত অমূল্য সম্পদ হিচাবে পৰিগণিত হোৱা মাস্ক প্ৰতিখন কাকতৰ সৈতে বিনামূলীয়াকৈআগবঢ়োৱাত স্বাভাৱিকতে আনন্দিত হৈ পৰিছে পঢ়ুৱৈ সকল।

একাংশ পঢ়ুৱৈয়ে এই প্ৰসংগত কয় যে কাকত খনে কিমান দামী উপহাৰ আগবঢ়াইছে সেয়া ডাঙৰ কথা নহয়।

কিন্তু মাস্ক উপহাৰৰ জৰিয়তে কাকত খনে সমাজলৈ যি বাৰ্তা কঢ়িয়াই নিয়াৰ চেষ্টা চলাইছে সেয়াহে ডাঙৰ কথা।

পুৱাই টোপনিৰ পৰা উঠি এনে অমূল্য উপহাৰ লাভ কৰাটো বহু কম লোকৰ  ভাগ্যতহে মিলে বুলিও বহুতে আলোচনা কৰা দেখা গৈছে।

Recent News

Image_1610887061085~2

বোকাখাতত শিল্পী দিৱস : কেঞ্চাৰেৰে যুঁজি থকা আশী উৰ্দ্ধৰ অৱহেলিত শিল্পীক সম্বৰ্ধনা

a modi

টীয়কত অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত শিল্পী দিৱস উদযাপন

FB_IMG_1610885972644

বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ তিনিচুকীয়াৰ ছাত্ৰ মুক্তিৰ নেতা উমানন্দ মুদৈ মৰাণ

gang-rape

এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ অপহৰণ কৰি নি ১৩ বছৰীয়া কিশোৰীক দলৱদ্ধ ধৰ্ষণ ৯ জনৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd