• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উচ্চতৰ মাধ্যমিকৰ কলা শাখাত দ্বিতীয় স্থানেৰ সত্ৰনগৰীলৈ গৌৰৱ কঢ়িয়ালে কাশ্মিৰী দাসে

NE NOW NEWS পুলেন্দ্র দাস
বৰপেটা , June 25, 2020 1:13 pm

1 min read

barpeta girl in second position

পৰিয়ালৰ সৈতে উচ্চতৰ মাধ্যমিকৰ কলা শাখাত দ্বিতীয় স্থানপ্ৰাপ্ত কাশ্মিৰী দাস। ফটো: নৰ্থইষ্ট নাও

265
VIEWS
Share on FacebookShare on Twitter

আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ কলা শাখাৰ ফলাফলত ৰাজ্যৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰি সত্ৰনগৰী বৰপেটালৈ গৌৰৱ কঢ়িয়াই আনিলে কাশ্মিৰী দাসে ৷

বৰপেটা চহৰৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান আম্বেদকাৰ একাডেমীৰ ছাত্ৰী কাশ্মিৰী দাসে ইংৰাজীত ৯২,অসমীয়াত ৯৭, নৃতত্বত ৯৬, ৰাজনীতি বিজ্ঞানত ৯৭, অৰ্থনীতি বিষয়ত ৯৫ আৰু শিক্ষা বিষয়ত ৯০ নম্বৰসহ সৰ্বমুঠ ৪৭৭ নম্বৰ লাভ কৰে ৷

বৰপেটা চহৰৰ জনীয়া ৰোড,মেটুৱাকুছি নিবাসী যাদৱ দাস আৰু প্ৰণীতা দাসৰ জীয়ৰী কাশ্মিৰী দাসে সদ্যহতে কটন মহাবিদ্যালয়ত অৰ্থনীতি বিভাগত নামভৰ্তি কৰি অধ্যয়ন কৰিব ৷

ভবিষ্যতে এগৰাকী প্ৰৱক্তা হোৱাৰ ইচ্ছা আছে কাশ্মিৰী দাসৰ ৷

আজৰি পৰত ৰন্ধাবঢ়া কৰি আৰু গীত শুনি ভাল পায় বুলি জানিবলৈ দিয়ে কাশ্মিৰী দাসে ৷

Recent News

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd