• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কাজিৰঙাৰ সোণালী বাঘ : ছ’চিয়েল মিডিয়াত প্ৰকাশিত তথ্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ উদ্যান কৰ্তৃপক্ষৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
July 14, 2020 3:08 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰবীণ কাচোৱান নামৰ ভাৰতীয় বন সেৱা বিষয়া এজনে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা কাজিৰঙাৰ সোণালী বাঘৰ ছবিয়ে সম্প্ৰতি যথেষ্ট বিতৰ্কৰ সৃষ্টি কৰিছে।

বিষয়াজনে এইয়া দেশৰে নহয় বিশ্বৰ একমাত্ৰ সোণালী বাঘ বুলি শ্বেয়াৰ কৰিছিল। তেওঁৰ মতে এইয়া ভাৰতত থকা একমাত্ৰ সোণালী বাঘ৷

Apply Now

কাজিৰঙাত এই বাঘৰ ফটো তুলিছিল ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ ময়ুৰেশ হেন্দ্ৰেই।

এই ছবি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ হোৱাৰ পাছতেই স্পষ্টিকৰণ দিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই।

বাঘৰ চেনেটিক বৈষ্যমৰ বাবেই বাঘৰ চালৰ বৰণ কেতিয়াবা এনেকুৱা হয় বুলি জনাইছে উদ্যান খনৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাই৷

কৰ্তৃপক্ষৰ মতে বিগত সময় চোৱাত কাজিৰঙাত বাঘ গণনাৰ বাবে স্থাপন কৰা কেমেৰা ট্ৰেপত ইতিমধ্যেই এনে ধৰণৰ ছালৰ বৰণ সলনি হোৱা আৰু তিনিটা বাঘৰ ফটো পোৱা গৈছে বুলি জনাইছে উদ্যান কৰ্তৃপক্ষই।

প্ৰকৃততে নাহৰফুটুকী বাঘৰ বৰণ সলনি হৈ ঘোঙলৈ পৰিণত হোৱাৰ দৰে ঢেকীয়াপতীয়া বাঘৰ শৰীৰ হালধীয়া আৰু ক’লা বৰণৰ ঢেকীয়া পাতৰ দাগৰ ৰূপান্তৰ হৈ কেতিয়াবা সোণালী বৰণ হোৱা দেখা যায়৷

এইয়া চিৰিয়াখানাত দেখিবলৈ পোৱা বগা বাঘৰ দৰেই এক পৰিঘটনা বুলি উল্লেখ কৰিছে গৱেষণা বিষয়া গৰাকীয়ে৷

২০০৮ চনৰ বাঘ গণনাৰ সময়ত চিমলিপাল টাইগাৰ ৰিজাৰ্ভত এটা কলা বৰণৰ ঢেকীয়াপতীয়া বাঘ পোৱা বুলিও তেওঁ জনাইছে।

বাঘৰ শৰীৰত থকা আগ’তি জিনেই বাঘৰ শৰীৰৰ হালধীয়া বৰণ নিয়ন্ত্ৰন কৰে৷ শৰীৰত ইয়াৰ বৈষম্যই কেতিয়াবা সোণলী বৰণৰ সৃষ্টি কৰে৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন প্ৰান্তত এই বৰণৰ আৰু কেইবাটাও বাঘ আছে বুলিও উদ্যান কৰ্তৃপক্ষই জনাইছে৷ এই তিনিটা বাঘৰ ছবিও প্ৰকাশ কৰিছে কৰ্তৃপক্ষই।

কাজিৰঙা কৰ্তৃপক্ষই প্ৰকাশ কৰা তিনিটা বাঘৰ এটা।

এইয়া ঢেকীয়াপতীয় বাঘৰ কোনো নতুন প্ৰজাতি নহয় বৰং এক প্ৰাকৃতিক পৰিঘটনাহে৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am
গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd