• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঘৰত যদি সৰু ল’ৰা-ছোৱালী আছে তেন্তে এইবোৰ বস্তুৰ পৰা সাৱধান হওঁক

এন ই নাও নিউজ by এন ই নাও নিউজ
June 21, 2019 5:50 pm
Small Kids Playing
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান সময়ত এনেকুৱা ব্যক্তি কমেই ওলাব যিয়ে নেকি ডিয়’ড্ৰেন্ট বা পাৰফিউম (সুগন্ধি) ব্যৱহাৰ নকৰে। লাগিলে আপোনাৰ বয়স যিমানেই নহওক, আপুনি পুৰুষ বা মহিলা যিয়েই নহওক তাক লৈ কোনেও চিন্তা নকৰে। সকলোৱে বিচাৰে তেওঁৰ শৰীৰৰ পৰা মাথোঁ বিয়পিব লাগে সুগন্ধি।

এনেক্ষেত্ৰত গোলাপ, ৰজনীগন্ধা আৰু ফলৰ সুবাসেৰে পৰিপূৰ্ণ ডিয়’ড্ৰেন্ট আৰু পাৰফিউমে গৰমৰ দিনত ঘামৰ দুৰ্গন্ধ দূৰ কৰাত সহায় কৰে।

Apply Now

কিন্তু এই ডিয়’ড্ৰেন্ট বা পাৰফিউম ব্যৱহাৰ কৰাৰ সময়ত যিটো কথাত আমি গুৰুত্ব নিদিও সেইটো হৈছে এই বটলসমূহত লিখা থকা নিৰ্দেশনাসমূহ। এই নিৰ্দেশনাসমূহ পালন নকৰাৰ ফলত বহু সময়ত ক্ষতিৰ সন্মুখীন হ’বলগীয়া হয়।

এক অধ্যয়নত এই কথা প্ৰমানিত হৈছে যে শিশুৰ আঘাত হোৱা ঘটনাৰ ১২.৭ শতাংশ আঘাত পাৰ্ছনেল কেয়াৰ প্ৰডাক্টছৰ কাৰণে সংঘটিত হয় য’ত সুবাসযুক্ত বা সুগন্ধিভৰা ডিয়’ড্ৰেন্ট আৰু পাৰফিউমৰ দৰে সামগ্ৰীও আছে। এনেধৰণৰ সামগ্ৰী শিশুৰ বাবে বহুত ক্ষতিকাৰক হ’ব পাৰে আৰু ইয়াৰ ব্যৱহাৰৰ ক্ষেত্ৰত পিতৃ-মাতৃয়ে যথেষ্ট সাৱধানতা অৱলম্বন কৰা উচিত।

ডিয়’ড্ৰেন্ট আৰু পাৰফিউমৰ দৰে সামগ্ৰীসমূহ শিশুৱে ঢুকি পোৱা ঠাইৰ পৰা বহু দূৰত ৰখা উচিত কিয়নো যদি শিশুৱে ভুলক্ৰমে ইয়াক নিজৰ চকু, নাক, কাণ বা মুখত স্প্ৰে কৰে তেতিয়াহ’লে ই শিশুৰ কাৰণে বহুত বিপদজনক হ’ব পাৰে।

সেয়াই নহয়, যদি ঘৰত বহুকেইজন শিশু থাকে তেতিয়াও অভিভাৱকে বহু সাৱধানতা অৱলম্বন কৰিব লাগে নহ’লে শিশুসকলে এই সামগ্ৰীসমূহৰ বটল, সাফৰ আদি মুখলৈ নিয়াৰ বাবে সংক্ৰমণৰ বিপদ থাকে।

আনহাতে, শিশুৱে যদি এই ধৰণৰ সামগ্ৰীৰ ব্যৱহাৰ কৰে, তেতিয়াহ’লেও স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে। আপোনাৰ ঘৰত যদি ১৩ৰ পৰা ১৭ বছৰৰ বয়সৰ ভিতৰৰ কিশোৰ আছে তেতিয়াহ’লেতো তেওঁলোকৰ বন্ধুবৰ্গৰ হেচাত সমস্যা অলপ বেলেগ ধৰণৰ হয়। কিছু ডাঙৰ ল’ৰা-ছোৱালীয়ে ভাল সুগন্ধিৰ বাবে নিজেই এনেকুৱা সামগ্ৰীৰ ব্যৱহাৰ কৰিব খোজে। এনেকুৱা ক্ষেত্ৰত কম বয়সতে ডিয়’ড্ৰেন্ট বা পাৰফিউমৰ অধিক ব্যৱহাৰৰ ফলত শিশুৰ শাৰীৰিক স্বাস্থ্যজনিত বহু সমস্যাই দেখা দিব পাৰে।

তদুপৰি, শিশুৱে বটলত লিখা থকা নিৰ্দেশনাসমূহ নপঢ়াকৈয়ে ইয়াক চিধাই ছালত স্পে কৰি দিয়াৰ ফলত তেওঁৰ ছালৰ এলাৰ্জি, ৰিয়েকশ্যন, এজমা আৰু শ্বাস-প্ৰশ্বাস গ্ৰহণত সমস্যাৰ দৰে কিছুমান সমস্যাই দেখা দিব পাৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd