DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশৰ প্ৰথম ৰাজ্য হিচাপে কেৰালা বিধানসভাত C(A)A বিৰোধী প্ৰস্তাৱ; একেলগে সমৰ্থন শাসক-বিৰোধীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 31, 2019 6:11 pm
pinarayi-vijayan

কেৰালাৰ মুখ্য মন্ত্ৰী

3.2k
VIEWS
Share on FacebookShare on Twitter

দেশৰ প্ৰথম ৰাজ্য হিচাপে বিধানসভাত C(A)A বিৰোধী প্ৰস্তাৱ গৃহীত কৰি বিশেষ নজিৰ স্থাপন কৰে কেৰালা চৰকাৰে।

মঙলবাৰে কেৰালা বিধানসভাত নাগৰিকত্ব (সংশোধনী) আইন বিৰোধী প্ৰস্তাৱটি উত্থাপন কৰে মুখ্য মন্ত্ৰী পিনাৰাই বিজয়নে।

একমাত্ৰ বিজেপিৰ বিধায়কক বাদ দি বিধানসভাৰ বাকী সকলো বিৰোধী দলেও মুখ্য মন্ত্ৰীৰ প্ৰস্তাৱক একেলগে সমৰ্থন কৰে।

মঙলবাৰে কেৰালা বিধানসভাৰ বিশেষ অধিবেশন আহ্বান কৰা হৈছিল। আৰু এই বিশেষ অধিবেশনতে C(A)A ৰ বিৰোধিতাৰ প্ৰয়োজনীয়তাৰে C(A)A বিৰোধী প্ৰস্তাব উত্থাপন কৰা হয়।

উল্লেখযোগ্য যে, নাগৰিকত্ব (সংশোধনী) আইনক ভাৰতীয় সংবিধানৰ ধৰ্মনিৰপেক্ষতাৰ পৰিপন্থী বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰী বিজয়নে বিধানসভাত প্ৰস্তাৱটো উত্থাপন কৰে।

সমগ্ৰ দেশৰ লগতে কেৰালাতো নাগৰিকত্ব (সংশোধনী) আইন বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰা হৈছে।

কেৰালাত শাসক আৰু বিৰোধী উভয় দলে আইনখনৰ বিৰোধিতা কৰা বাবে ৰাজনৈতিকভাৱে প্ৰতিবাদৰ উত্তাপ বৃদ্ধি পাইছে।

অসমত সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত আৰু ৩০ টা জনগোষ্ঠীয় সংগঠনৰ সহযোগত নাগৰিকত্ব( সংশোধনী) আইন বিৰোধী প্ৰতিবাদ সৰ্বাত্মক ৰূপত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিয়পি পৰিছে।

Recent News

Lalu Prasad Yadav health

অসুস্থ লালু প্ৰসাদ যাদৱ: ফোন যোগে স্বাস্থ্যৰ বুজ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে

Terrorism in Jammu-Kashmir

পিতৃ-মাতৃৰ অনুৰোধ ৰক্ষা: কাশ্মীৰত আত্মসমৰ্পণ দুই সন্ত্ৰাসবাদী সদস্যৰ

Flood in Assam

বান সাহায্য ব্যৱস্থা নিশ্চিত কৰাৰ উদ্দেশ্যে ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰিলে তৃণমূল কংগ্ৰেছে

Vehicle Scrappage Policy

পুৰণি বাহনৰ বাতিলৰ বাবে ভেহিক’ল স্ক্ৰেপেজ পলিচীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd