• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

থিৰুৱান্তপুৰম বিমান বন্দৰ ব্যক্তিগত খণ্ডক দিয়াৰ বিৰুদ্ধে কেৰালা বিধানসভাত প্ৰস্তাৱ গ্ৰহণ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 24, 2020 2:05 pm
pinarayi vijayan_0
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত কেৰালা বিধানসভত আজি ৰাজ্যখনৰ থিৰুৱান্তপুৰম বিমান বন্দৰ ব্যক্তিগত কোম্পানীক দিয়াৰ বিৰুদ্ধে এক প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

মুখ্যমন্ত্ৰী পিনাৰায়ি বিজয়নে ২০ আগষ্টতে ঘোষণা কৰাৰ দৰেই আজি শাসকীয় পক্ষই বিষয়টো সন্দৰ্ভত প্ৰস্তাৱ গ্ৰহণ কৰে।

Apply Now

বিজয়নে চৰকাৰক বিমান বন্দৰটো ব্যক্তিগত কোম্পানীক দিয়াৰ বিষয়টো পুনৰ বিবেচনা কৰাৰ আহ্বান জনায়।

ইপিনে প্ৰস্তাৱটোৰ বিৰোধিতা কৰি বিৰোধী দলৰ বিধায়ক ৰমেশ চেন্নিথালাই কয় যে কেন্দ্ৰই যি সিদ্ধান্ত লৈছে সেয়া সঠিক সিদ্ধান্ত।

বহু বাক- বিতণ্ডাৰ অন্তত বিধানসভাৰ অধ্যক্ষ পি শ্ৰীৰামকৃষ্ণণে বিমান বন্দৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে গ্ৰহণ কৰা প্ৰস্তাৱটো গৃহীত হোৱা বুলি ঘোষণা কৰে।

উল্লেখ্য গুজৰাটৰ বহু বিতৰ্কিত ব্যৱসায়িক গোষ্ঠী আডানী গ্ৰুপৰ হাতত গুৱাহাটীৰ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ লগতে কেৰালাৰ থিৰুৱান্তপুৰম আৰু জয়পুৰৰ বিমান বন্দৰ গতাই দিয়া হৈছে।

কেন্দ্ৰীয় কেবিনেটে অলপতে আডানী গ্ৰুপৰ হাতত এই বিমান বন্দৰ কেইটা তুলি দিয়াৰ প্ৰস্তাৱত আনুষ্ঠানিক ভাৱে অনুমোদন জনায়।

দেশৰ বহু কেইটা বিমান বন্দৰ এটা বিশেষ ব্যৱসায়িক গোষ্ঠীৰ হাতত তুলি দিয়াৰ বিৰুদ্ধে বহু বাৰ প্ৰতিবাদ হৈছে।

কেন্দ্ৰই আডানী গ্ৰুপক বিমান বন্দৰ হস্তান্তৰ কৰাৰ বিৰুদ্ধে তিনিখন ৰাজ্য ক্ৰমে অসম,ৰাজস্থান আৰু কেৰালাৰ ভিতৰত কেৱল কেৰালাৰ মুখ্যমন্ত্ৰীয়েহে মাত মাতিছে।

কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে স্পষ্ট ভাষাৰে কৈছে যে কোনো কাৰণতে থিৰুৱান্তপুৰম বিমান বন্দৰ আডানী গ্ৰুপৰ হাতত তেওঁৰ চৰকাৰে গতাই নিদিয়ে।

১৯৯৩ চনতে বিমান বন্দৰ নিৰ্মাণৰ বাবে চৰকাৰে মাটি দিওতেই এই কথা জনাই দিয়া হৈছিল যে বিমান বন্দৰটো কেতিয়াও ব্যক্তিগত কোম্পানীক দিয়া নহ’ব।

কিন্তু এতিয়া মোডীৰ চৰকাৰে কেৰালাৰ চৰকাৰৰ সৈতে কোনো আলোচনা নকৰাকৈয়ে বিমান বন্দৰটো আডানী গ্ৰুপক দিছে বুলি মুখ্যমন্ত্ৰী পিনাৰায়ে ক্ষোভ ব্যক্ত কৰি আহিছে। তেওঁ বিষয়টো সন্দৰ্ভত ক্ষোভ উজাৰি প্ৰধানমন্ত্ৰী মোডীলৈ এখন পত্ৰও লিখিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd