• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ৱায়নাডৰ ভূমিস্খলনত আক্ৰান্তলৈ সহায়ৰ হাত :মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ এমাহৰ দৰমহা আগবঢ়ালে কেৰালাৰ  CPI(M) ৰ বিধায়ক সকলে

প্ৰসংগক্ৰমে কেৰালাৰ ৱেইনাডত ভূমিস্খলনে ব্যাপক ক্ষতিসাধন কৰিছে। মঙলবাৰে পুৱাই ভূমিস্খলনৰ ফলত গাঁওসমূহত পানী সোমাবলৈ আৰম্ভ কৰে। মুণ্ডক্কাই, চুৰমালা, আট্টামালা আৰু নুলপুজা গাঁও ভূমিস্খলনৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয়। নিশ্চিত নোহোৱা সূত্ৰৰ মতে, এই পৰ্যন্ত ৩৫০ৰো অধিক মৃতদেহ উদ্ধাৰ কৰা হৈছে। বহু ঘৰৰ ক্ষতিসাধন হৈছে। সেনা, নৌসেনা আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ ১৬০০ জোৱানে উদ্ধাৰ অভিযান চলাই আছে। কিন্তু অবিৰত বৰষুণৰ বাবে উদ্ধাৰ কামত বাধাৰ সৃষ্টি হৈছে। ৰাজ্যৰ ১০০ৰো অধিক সাহায্য শিবিৰত ১০ হাজাৰৰো অধিক লোকক আশ্ৰয় দিয়া হৈছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 7, 2024 1:21 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভূমিস্খলনত ক্ষতিগ্ৰস্ত কৰ্ণাটকৰ ৱায়নাডৰ লোকসকললৈ পুঁজি আগবঢ়ালে কেৰালাৰ চিপিআই(এম) দলৰ বিধায়ক সকলে।

কেৰালাৰ চিপিআই(এম) সকলো বিধায়কে এমাহৰ দৰমহা আগবঢ়াইছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ।

Apply Now

উল্লেখ কৰাৰ প্ৰয়োজন যে যোৱা মঙলবাৰে হোৱা ভূমিস্খলনৰ উদ্ধাৰৰ কাম এতিয়াও অব্যাহত আছে। এতিয়ালৈকে ৪০০ ৰো অধিক লোকৰ মৃতদেহ উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলে। লগতে এতিয়াও মাটিৰ তলত সমাধিস্থ তথা নিৰুদ্দেশ হৈ আছে বহুতো লোক।

জানিব পৰা মতে, বাওঁপন্থী শাসিত কেৰালা বিধানসভাৰ ৬২ গৰাকী চিপিআইএম বিধায়কে নিজৰ সম্পূৰ্ণ দৰমহা অৰ্থাৎ ৫০ হাজাৰ টকা সাহায্য পুঁজিত জমা দিয়াৰ সিদ্ধান্ত লৈছে। এনেদৰে মুখ্যমন্ত্রীৰ সাহায্য পুঁজিত মুঠ ৩১ লাখ টকা জমা হ’ব।

কেৰালাৰ মুখ্যমন্ত্রী পিনাৰায়ী বিজয়নে ইতিমধ্যে এক লাখ টকা আৰু তেওঁৰ পত্নী টি কে কমলাই এই পুঁজিলৈ ৩৩ হাজাৰ টকা আগবঢ়াইছে৷

ইয়াৰ পূৰ্বে চিপিআইএমৰ ৰাজ্যিক সম্পাদক এম ভি গোবিন্দই দলৰ হৈ মুখ্যমন্ত্ৰীৰ দুৰ্যোগ সাহায্য পুঁজিলৈ ২৫ লাখ টকাৰ বৰঙণি আগবঢ়াইছিল। তেওঁ লগতে জনায় যে দলৰ ত্ৰিপুৰা আৰু তামিলনাডুৰ চিপিআই(এম) দলে ক্ৰমে ২০ লাখ আৰু ১০ লাখ টকাৰ সাহায্য প্ৰদান কৰিছে।

ইফালে দক্ষিণ ভাৰতৰ বহু তাৰকাইও সহায়ৰ হাত আগবঢ়াইছে। আল্লু অৰ্জুনে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ লাখ টকা আগবঢ়াইছে। মালয়ালম অভিনেতা মামুটী আৰু তেওঁৰ পুত্ৰ দুলকুৰ ছালমানে যৌথভাৱে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৩৫ লাখ টকা আগবঢ়াইছে। জ্যোতিকা, কাৰ্তি আৰু সূৰ্য্যই একেলগে ৫০ লাখ টকা আগবঢ়াইছে। তামিল অভিনেতা বিক্ৰমে ভুক্তভোগীৰ বাবে ২০ লাখ টকাৰ অনুদান আগবঢ়াইছে।

প্ৰসংগক্ৰমে কেৰালাৰ ৱেইনাডত ভূমিস্খলনে ব্যাপক ক্ষতিসাধন কৰিছে। মঙলবাৰে পুৱাই ভূমিস্খলনৰ ফলত গাঁওসমূহত পানী সোমাবলৈ আৰম্ভ কৰে। মুণ্ডক্কাই, চুৰমালা, আট্টামালা আৰু নুলপুজা গাঁও ভূমিস্খলনৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয়। নিশ্চিত নোহোৱা সূত্ৰৰ মতে, এই পৰ্যন্ত ৩৫০ৰো অধিক মৃতদেহ উদ্ধাৰ কৰা হৈছে। বহু ঘৰৰ ক্ষতিসাধন হৈছে। সেনা, নৌসেনা আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ ১৬০০ জোৱানে উদ্ধাৰ অভিযান চলাই আছে। কিন্তু অবিৰত বৰষুণৰ বাবে উদ্ধাৰ কামত বাধাৰ সৃষ্টি হৈছে। ৰাজ্যৰ ১০০ৰো অধিক সাহায্য শিবিৰত ১০ হাজাৰৰো অধিক লোকক আশ্ৰয় দিয়া হৈছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

October 6, 2026 4:05 pm
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

October 6, 2026 4:05 pm
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd