• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

নৰভক্ষী বাঘৰ আতংকত ভীতিগ্ৰস্ত ৰাইজ: গুলীয়াই হত্যাৰ নিৰ্দেশ চৰকাৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 14, 2023 5:48 pm
Man-Eating Tiger

প্ৰতিনিধিত্বমূলক ছবি

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটা নৰভক্ষী বাঘৰ আতংকত ভীতিগ্ৰস্ত হৈ পৰিছে ৰাইজ। ৰাইজৰ মাজত বাঢ়ি অহা এনে আতংকৰ বাবে বাঘটোক গুলীয়াই হত্যা কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে। এই ঘটনা দক্ষিণৰ ৰাজ্য কেৰালাৰ।

কিছুদিন পূৰ্বে ৱায়ানাডত এজন লোকক হত্যা কৰিছিল এই বাঘটোৱে। বন বিভাগৰ তথ্যকোষত তালিকাভুক্ত বাঘটোক ১৩ বছৰীয়া মতা বাঘ (WWL 45) বুলি চিনাক্ত কৰা হৈছে।

Apply Now

এই কথা সদৰী কৰিছে কেৰেলাৰ বনমন্ত্ৰী এ কে ছছিন্দ্ৰনে। তেওঁ লগতে নৰভোজী হিচাপে শ্ৰেণীভুক্ত কৰা এই বাঘটোক গুলীয়াই হত্যা কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি অৱগত কৰে।

প্ৰকাশিত খবৰ অনুসৰি, যোৱা ৯ ডিচেম্বৰত ৱাকেৰীৰ এগৰাকী বাসিন্দাৰ আধা খোৱা মৃতদেহ ৱায়ানাদৰ কলপেটাৰ বনাঞ্চলৰ সমীপত উদ্ধাৰ হৈছিল। ঘাঁহ কাটি থকা অৱস্থাত বাঘে তেওঁ হত্যা কৰাৰ সন্দেহ কৰা হৈছিল।

স্থানীয় বাসিন্দাই ইয়াৰ পপাছতেকৰ্তৃপক্ষৰ ওচৰত নৰভোজী বাঘটোক বন্দুকৰে হত্যা কৰাৰ দাবী উত্থাপন কৰে।ইয়াৰ পিছতে বন বিভাগে বাঘটোক গুলীয়াই হত্যা কৰাৰ নিৰ্দেশ জাৰি কৰিছে।

এই অভিযানৰ বাবে ২৫টা কেমেৰা আৰু দুটা পিঞ্জৰা সাজু কৰি বাঘটোৰ ওপৰত তীব্ৰ নজৰ ৰখা হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে অঞ্চলটোত গুলীচালনাকাৰী আৰু চিকিৎসকৰ লগতে পাঁচটা টহলদাৰী দল আছে বুলি উল্লেখ কৰে।

বন বিভাগে গ্ৰহণ কৰা ব্যৱস্থাসমূহত জনসাধাৰণক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে।

লক্ষণীয়ভাৱে বাঘটোক ধৰিব নোৱাৰিলে হত্যা কৰাৰ বাবে জাৰি কৰা চৰকাৰী আদেশক প্ৰত্যাহ্বান জনাই কেৰালা উচ্চ ন্যায়ালয়ত এক আবেদন দাখিল কৰা হৈছিল। কিন্তু আদালতে খাৰিজ কৰিছিল এই আবেদন।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অবিশ্বাস্য! ধ্বংসস্তুপৰ তলত চেপা খাই পৰি আছিল ৩ দিন; নেপালত প্ৰাণ ৰক্ষা পৰিল ৬ বছৰীয়া শিশুৰ

অবিশ্বাস্য! ধ্বংসস্তুপৰ তলত চেপা খাই পৰি আছিল ৩ দিন; নেপালত প্ৰাণ ৰক্ষা পৰিল ৬ বছৰীয়া শিশুৰ

August 30, 2026 10:38 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 30, 2026 9:23 am
চৰকাৰেই জড়িত, প্ৰশ্নকাকত ফাদিলক লৈ বিস্ফোৰক যোশী; বাজপেয়ী যুগৰ শীৰ্ষ মন্ত্ৰীৰ মন্তব্যত আলোড়ন

চৰকাৰেই জড়িত, প্ৰশ্নকাকত ফাদিলক লৈ বিস্ফোৰক যোশী; বাজপেয়ী যুগৰ শীৰ্ষ মন্ত্ৰীৰ মন্তব্যত আলোড়ন

August 30, 2026 9:09 am
ভাৰতৰ বাবে উদ্বেগ বৃদ্ধি কৰিছে ব্ৰহ্মপুত্ৰৰ উৎসমুখত চীনৰ ৬০ হাজাৰ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পই

ভাৰতৰ বাবে উদ্বেগ বৃদ্ধি কৰিছে ব্ৰহ্মপুত্ৰৰ উৎসমুখত চীনৰ ৬০ হাজাৰ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পই

August 30, 2026 8:12 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অবিশ্বাস্য! ধ্বংসস্তুপৰ তলত চেপা খাই পৰি আছিল ৩ দিন; নেপালত প্ৰাণ ৰক্ষা পৰিল ৬ বছৰীয়া শিশুৰ

অবিশ্বাস্য! ধ্বংসস্তুপৰ তলত চেপা খাই পৰি আছিল ৩ দিন; নেপালত প্ৰাণ ৰক্ষা পৰিল ৬ বছৰীয়া শিশুৰ

August 30, 2026 10:38 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 30, 2026 9:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd