• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

কেৰালা চৰকাৰৰ আশাপ্ৰদ কাৰ্যসূচী: মুকলি হ’ল ‘গল প্ৰজেক্ট’, পাঁচ লাখ শিক্ষাৰ্থীক দিয়া হ’ব ফুটবলৰ মৌলিক প্ৰশিক্ষণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 13, 2022 9:46 am
Kerala Govt Goal Project
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ফুটবল বুলিলে দক্ষিণাত্যৰ প্ৰদেশ কেৰালাৰ অৱদানৰ কথা সদায়ে সমুখলৈ আহিব। ভাৰতীয় ফুটবলত পূৰ্বৰে পৰা ৰাজ্যখনৰ পৰা ওলাই অহা তাৰকা খেলুৱৈয়ে বিশেষ স্থান দখল কৰি আহিছে। দেশত ফুটবলৰ মানদণ্ড আৰু চৰকাৰ তথা কৰ্তৃপক্ষৰ অৱহেলাক লৈ সময়ে সময়ে উত্থাপিত হোৱা প্ৰশ্নৰ মাজতে ভাৰতীয় ফুটবলৰ অন্যতম প্ৰাণকেন্দ্ৰ কেৰালাত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ।

ৰাজ্যখনৰ নতুন প্ৰজন্মক ফুটবলৰ মৌলিক প্ৰশিক্ষণ প্ৰদানৰ বাবে কেৰালা চৰকাৰে মুকলি কৰিছে ‘গল প্ৰজেক্ট’ শীৰ্ষক এক বিশেষ কাৰ্যসূচী। কেৰালাৰ বাঁওপন্থী চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী ভি আব্দুৰহিমানে শুকুৰবাৰে ‘গল প্ৰজেক্ট’ উদ্বোধন কৰে। এই কাৰ্যসূচীৰ অধীনত ৰাজ্যজুৰি পাঁচ লাখ শিক্ষাৰ্থীক ফুটবলৰ মৌলিক প্ৰশিক্ষণ প্ৰদান কৰা হ’ব বুলি চৰকাৰে জানিবলৈ দিছে।

Apply Now

কেৰালাৰ ৰাজ্যিক ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা সঞ্চালকালয় আৰু ক্ৰীড়া পৰিষদৰ দ্বাৰা যুটীয়াভাৱে পৰিচালিত এক বিশেষ কাৰ্যসূচী এই ‘গল প্ৰজেক্ট’ জিলাখনৰ কাদাইৰিপ্পু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শুকুৰবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।

ৰাজ্যখনৰ ক্ৰীড়া সঞ্চালকালয়ে এক বিজ্ঞপ্তিত উল্লেখ কৰা মতে এই ‘গল প্ৰজেক্ট’ৰ অধীনত প্ৰথম পৰ্যায়ত ১,০০০ টা কেন্দ্ৰত ১০ দিনৰ বাবে এক লাখ শিক্ষাৰ্থীক প্ৰশিক্ষণ দিয়া হ’ব। এই প্ৰজেক্টৰ অংশ হিচাপে মৌলিক প্ৰশিক্ষণত উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়োৱা ১০০ গৰাকী শিক্ষাৰ্থীক বিদেশী প্ৰশিক্ষকৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব বুলি ক্ৰীড়ামন্ত্ৰী ভি আব্দুৰহিমানে জানিবলৈ দিছে।

‘গল প্ৰজেক্ট’ৰ উদ্বোধনী অনুষ্ঠানৰ সময়ত ভাৰতৰ আগশাৰীৰ ফুটবল লীগ ‘ইণ্ডিয়ান চুপাৰ লীগ’ৰ ফ্ৰেন্সাইজি কেৰালা ব্লাষ্টাৰ্ছৰ খেলুৱৈ মহম্মদ চাহাল উপস্থিত থাকে। ৰাজ্যখনত ফুটবলৰ বিকাশৰ বাবে এই কাৰ্যসূচী অত্যাৱশ্যকীয় আছিল বুলি চাহালে কয়।

অনুষ্ঠানটোৰ সময়ত ক্ৰীড়ামন্ত্ৰী ভি আব্দুৰহিমানে প্ৰখ্যাত ফুটবল প্ৰশিক্ষক ৰুফাছ ডিচুজাক সম্বৰ্ধনা জনায়। সম্প্ৰতি ৯০ বৰ্ষীয় ৰুফাছ ডিচুজাই এতিয়াও যুৱ খেলুৱৈসকল উপকৃত হোৱাকৈ ফুটবলৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

July 15, 2026 5:58 pm
‘মোক ৰখাবলৈ অনুৰোধ নকৰিব, চৰকাৰক প্ৰশ্ন কৰক’, অনশন মঞ্চৰ পৰা সোনম ৱাংচুকৰ বাৰ্তা

‘মোক ৰখাবলৈ অনুৰোধ নকৰিব, চৰকাৰক প্ৰশ্ন কৰক’, অনশন মঞ্চৰ পৰা সোনম ৱাংচুকৰ বাৰ্তা

July 15, 2026 5:23 pm
অসম ৰাজ্যিক ভাৰতীয় গোৰ্খা পৰিসংঘৰ প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী গীতা উপাধ্যায়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

অসম ৰাজ্যিক ভাৰতীয় গোৰ্খা পৰিসংঘৰ প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী গীতা উপাধ্যায়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

July 15, 2026 3:54 pm
উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?

উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?

July 15, 2026 2:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

July 15, 2026 5:58 pm
‘মোক ৰখাবলৈ অনুৰোধ নকৰিব, চৰকাৰক প্ৰশ্ন কৰক’, অনশন মঞ্চৰ পৰা সোনম ৱাংচুকৰ বাৰ্তা

‘মোক ৰখাবলৈ অনুৰোধ নকৰিব, চৰকাৰক প্ৰশ্ন কৰক’, অনশন মঞ্চৰ পৰা সোনম ৱাংচুকৰ বাৰ্তা

July 15, 2026 5:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd