• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উৎকোচ গোচৰত সৰৱ বিৰোধী, তাৰমাজতে আদানিৰ সৈতে নতুন চুক্তি স্বাক্ষৰ কেৰালাৰ বাওঁ চৰকাৰৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 29, 2024 9:47 am
কেৰালাৰ বাওঁ মৰ্চাৰ চৰকাৰে আদানিৰ সৈতে ৰাজ্যখনৰ বন্দৰ সন্দৰ্ভত এক পৰিপূৰক চুক্তিত স্বাক্ষৰ কৰিছে। ফটোঃ সংগ্ৰহীত।

কেৰালাৰ বাওঁ মৰ্চাৰ চৰকাৰে আদানিৰ সৈতে ৰাজ্যখনৰ বন্দৰ সন্দৰ্ভত এক পৰিপূৰক চুক্তিত স্বাক্ষৰ কৰিছে। ফটোঃ সংগ্ৰহীত।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উৎকোচক লৈ আদানিৰ বিৰুদ্ধে সৰৱ বিৰোধী ইণ্ডিয়া ব্লক। কংগ্ৰেছৰ লগতে মিত্ৰ দলসমূহেও আদানিক লক্ষ্য কৰি লৈছে। ইপিনে, কেৰালাৰ বাওঁ মৰ্চাৰ চৰকাৰে আদানিৰ সৈতে ৰাজ্যখনৰ বন্দৰ সন্দৰ্ভত এক পৰিপূৰক চুক্তিত স্বাক্ষৰ কৰিছে।

উল্লেখ্য যে কেৰালাৰ ভিজিঞ্জামত পাব্লিক-প্ৰাইভেট পাৰ্টনাৰশ্বিপৰ অধীনত এটা বন্দৰ গঢ়ি তোলা হৈছে। বন্দৰ নিৰ্মাণ প্ৰকল্পৰ মুঠ ব্যয় হ’ব ৭৭০০ কোটি। এই বন্দৰৰ সৈতে নতুন চুক্তিৰ লগে লগে কেৰেলা চৰকাৰৰ ৰাজহ একেবাৰতে বহু পৰিমাণে বৃদ্ধি পালে।

Apply Now

প্ৰতিবেদনত দাবী কৰা হৈছে যে ২০২৮ চনৰ ডিচেম্বৰৰ ভিতৰত কেৰালাৰ এই বন্দৰত কণ্টেইনাৰ উঠা-নমাৰ কাম আৰম্ভ হ’ব। এই পৰিপ্ৰেক্ষিতত কেৰেলাৰ বন্দৰ মন্ত্ৰী ভি এন বাছাৱনে এই নতুন পৰিপূৰক চুক্তিৰ বিষয়ে কয়, ‘২০২৮ চনৰ ডিচেম্বৰৰ ভিতৰত বন্দৰৰ সম্প্ৰসাৰণ সম্পূৰ্ণ হ’ব। এই পৰিস্থিতিত পূৰ্বতে ভবা হৈছিল যে এই বন্দৰৰ পৰা ৩৬ বছৰত ৫৪,৭৫০ কোটি ৰাজহ হ’ব। এতিয়া অনুমান কৰা হৈছে যে ৰাজহ ২,১৫,০০০ কোটি টকালৈ বৃদ্ধি পাব। এই বন্দৰৰ পৰা চৰকাৰৰ আয়ৰ অংশ ৬৩০০ কোটিৰ পৰা ৩৫,০০০ কোটিলৈ বৃদ্ধি পাইছে।‘

নতুন চুক্তি অনুসৰি বন্দৰ নিৰ্মাণত পলম হোৱাৰ পিছতো ২০৩৪ চনৰ পৰা কেৰালা চৰকাৰে ৰাজহৰ অংশ লাভ কৰিবলৈ আৰম্ভ কৰিব। পূৰ্বৰ চুক্তিত কোৱা হৈছিল যে যদি বন্দৰৰ কামত পলম হয় তেন্তে চৰকাৰৰ ঘৰত আয়ৰ অংশ সোমাবলৈ ২০৩৯ চন পাব পাৰে। ইফালে এই নতুন চুক্তিৰ ফলস্বৰূপে কেৰালা চৰকাৰে বন্দৰৰ চাৰিটা পৰ্যায়ৰ পৰা আদানিৰ পৰা লভ্যাংশ লাভ কৰিব। পূৰ্বৰ চুক্তিত কোৱা হৈছিল যে বন্দৰটোৰ প্ৰথম পৰ্যায়তহে চৰকাৰক লভ্যাংশ প্ৰদান কৰা হ’ব।

ইপিনে, এই বন্দৰৰ ফলত কেৰালাৰ পৰোক্ষ আয়ো বৃদ্ধি পাবলৈ গৈ আছে। চুক্তিৰ ম্যাদত এই বন্দৰৰ পৰা কেৰালাৰ বাবে জি এছ টি ৰাজহ ২৯,০০০ কোটি টকা। আনহাতে, এই বন্দৰৰ পৰা বছৰি ১০ লাখ কণ্টেইনাৰ উঠা-নমাৰ লক্ষ্যৰে প্ৰথমে কাম আৰম্ভ কৰা হৈছিল। কিন্তু এতিয়া জনা গৈছে যে এই বন্দৰলৈ বছৰি ৪৫ লাখ কণ্টেইনাৰ উঠা-নমা কৰিব পৰা যাব।

এই দৃশ্যপটত কেৰালাৰ এই ভিজিঞ্জাম দক্ষিণ ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক বন্দৰ হৈ পৰিব। ইফালে নতুন চুক্তিৰ ফলস্বৰূপে কেৰালা চৰকাৰৰ ওপৰত ‘চাপ’ কমিবলৈ গৈ আছে। ইয়াৰ পূৰ্বে এই বন্দৰ নিৰ্মাণৰ বাবে কেৰালা চৰকাৰে ৪০৮.৯ কোটি টকা দিব লাগিছিল। কিন্তু নতুন চুক্তিৰ ফলত কেৰালা চৰকাৰে ৩৬৫.১০ কোটি টকাহে দিব লাগিব।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

June 16, 2026 7:22 am
ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

June 16, 2026 7:22 am
ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd