• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সংগম কৰিবলৈ মোক যাবলৈ দিয়ক! লকডাউন চলি থকাৰ সময়তে আৰক্ষীক আবেদন এজনৰ, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 14, 2021 12:38 pm
(প্ৰতিনিধিত্বমূলক ফটো)

(প্ৰতিনিধিত্বমূলক ফটো)

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লকডাউনৰ বাবে বিনা কাৰণত কোনেও ঘৰৰ বাহিৰলৈ ওলাব পৰা নাই।

কিবা কাৰণত বাহিৰলৈ ওলাবৰ বাবে  ই-পাছৰ প্ৰয়োজন।

Apply Now

বহুলোকে অনলাইনযোগে প্ৰশাসনক ই-পাছৰ আবেদন কৰিছে।

ইয়াৰে এজন লোকে এক চাঞ্চল্যকৰ কাৰণত আবেদন কৰাৰ বাতৰি পোৱা গৈছে।

লোকজনে তেওঁ যৌনসংগম কৰিবলৈ যাবৰ বাবে প্ৰশাসনক ই-পাছৰ আবেদন কৰিছে!

শুনিবলৈ আচৰিত লাগিলেও ঘটনাটো ঘটিছে কেৰালাত।

লোকজন কান্নুৰ জিলাৰ কান্নাপুৰমেৰ ইৰিনেভ নামৰ ঠাইখনৰ বাসিন্দা।

পৰহি সন্ধ্যা তেওঁ কান্নুৰৰ এখন ঠাইত যৌনসংগম কৰিবলৈ যোৱাৰ অনুমতি বিচাৰি আবেদনপত্ৰ লিখে।

আবেদনখন দেখাৰ লগে লগে হতবাক হয় আৰক্ষী কৰ্তৃপক্ষ।

বিষয়টো আৰক্ষীয়ে চহৰখনৰ সহকাৰী আয়ুক্তক।

তাৰপাছতে তেওঁ ভালাপাত্তানাম আৰক্ষী থানাক লোকজনক বিচাৰি উলিয়াবলৈ নিৰ্দেশ দিয়ে।

শেষত লোকজনৰ সন্ধানো পোৱা গ’ল।

সন্ধান পোৱাৰ পাছতে আচল সত্যটো বাহিৰ হ’ল।

লোকজনে জনাই যে গোটেই বিষয়টোৱেই ভুল হৈছে।

তেওঁ প্ৰকৃততে ই-পাছেৰ আবেদনপত্ৰত ‘চিক্স অ’ ক্লক’ (six o’ clock) লিখিবলৈ চাইছিল।

কিন্তু মোবাইলত অটোমেটিক টাইপ হৈ ‘চিক্স’টো ‘চেক্স’ হৈ যায়।

আৰু ভুলটো নোচোৱাকৈয়ে তেওঁ আবেদনখন জমা দিয়ে।

তাৰপাছতে ইমানখিনি ৰৌজাল-বৌজাল হয়।

অনিচ্ছাকৃত এই ভুলৰ বাবে তেওঁ ক্ষমা খোজে।

আৰক্ষীয়েও বিষয়টো এৰি দিয়ে।

ঘটনাটো এখন স্থানীয় সংবাদপত্ৰত প্ৰকাশ পোৱাৰ পাছতে হাঁহিৰ খোৰাক উঠিছে।

কিছুমানে কোৱা-কুই কৰিছে যে লোকজনে আচলতে সঠিক কথাই লিখিছল, কেৱল আৰক্ষীৰ সমুখত ভয়তে চাফাই গাইছে!

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd