DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, February 6, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

নীতি আয়োগৰ চতুৰ্থ স্বাস্থ্য সূচকাংৰ শীৰ্ষত কেৰালা, অন্তিম স্থানত উত্তৰ প্ৰদেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 27, 2021 8:19 pm
Niti Aayog fourth Health Index
125
VIEWS
Share on FacebookShare on Twitter

নীতি আয়োগে আৰম্ভ কৰা চতুৰ্থ স্বাস্থ্য সূচক অনুসৰি কেৰালা দেশৰ ৰাজ্যসমূহৰ মাজত সামগ্ৰিক স্বাস্থ্য প্ৰদৰ্শনৰ ক্ষেত্ৰত শীৰ্ষ স্থানত আছে।

আনহাতে দেশৰ শীৰ্ষ স্থানৰ ৰাজ্য হিচাপে ঢাক-ঢোল বজোৱা যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশে তালিকাৰ আটাইতকৈ নিম্ন স্থানত অৱস্থান কৰিছে।

অৱশ্যে পূৰ্বৰ বৰ্ষতকৈ উত্তৰ প্ৰদেশে এই ক্ষেত্ৰত এই সূচাংকত কিছু উন্নত প্ৰদৰ্শন দেখাবলৈ সক্ষম হয়।

তালিকাৰ ১২ নং স্থানত অৱস্থান কৰিছে অসমে। অৱশ্যে পূৰ্বৰ প্ৰদৰ্নতকৈ ৪.৩৫ সূচাংকৰ অগ্ৰগতিৰে বৰ্দ্ধিত প্ৰদৰ্শনৰ ক্ষেত্ৰত দ্বিতীয় স্থানত থাকে।

স্বাস্থ্য সূচকৰ চতুৰ্থ ৰাউণ্ডত প্ৰসংগ বৰ্ষ হিচাপে ২০১৯-২০ বৰ্ষক বিবেচনা কৰা হৈছিল।

প্ৰতিবেদন অনুসৰি তামিলনাডু আৰু তেলেংগানা স্বাস্থ্যৰ মাপকাঠিৰ ওপৰত ক্ৰমান্বয়ে দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী হিচাপে চিহ্নিত হৈছে।

আনহাতে ক্ষুদ্ৰ ৰাজ্য সমূহৰ ভিতৰত মিজোৰাম সামগ্ৰিক প্ৰদৰ্শনৰ লগতে বৰ্ধিত প্ৰদৰ্শনত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী হিচাপে তালিকাভুক্ত হয়।

আনহাতে কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ভিতৰত চণ্ডীগড় তালিকাৰ শীৰ্ষত থাকে। দিল্লী আৰু জম্মু-কাশ্মীৰ সামগ্ৰিক প্ৰদৰ্শনৰ ক্ষেত্ৰত নিম্ন স্থান লাভ কৰে কিন্তু বৰ্ধিত প্ৰদৰ্শনৰ ক্ষেত্ৰত শীৰ্ষ দুই স্থানত থাকে।

বিশ্ব বেংকৰ কাৰিকৰী সহায়ত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সহযোগত প্ৰতিবেদনখন প্ৰস্তুত কৰা হৈছে।

Recent News

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

এটা জৰুৰী বিবৃতি

এটা জৰুৰী বিবৃতি

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd