DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২৫ কেজিৰ ললীপপ! কেৰেলাৰ যুৱকৰ এই কীৰ্তিৰ ভাইৰেল ভিডিঅ’ই তুলিছে খলকনি

এন ই নাও নিউজ by এন ই নাও নিউজ
July 10, 2021 11:05 am
Lollipop
361
VIEWS
Share on FacebookShare on Twitter

বৰ্তমান ইউটিউবত সকলোৰে বিভিন্ন ধৰণৰ আকৰ্ষণীয় বিষয়বস্তু দেখাৰ সৌভাগ্য হৈছে। কোনোবাই যদি গান গাইছে, কোনোবাই নাচিছে। আৰু ৰন্ধা বঢ়াবোৰ দেখিলেটো জিভাৰ পানী নপৰাকৈ নাথাকেই।

এনে হাজাৰ ভিডিঅ’ৰ মাজত যদি কোনো ব্যতিক্ৰমী ভিডিঅ’ থাকে, তেনেহ’লে ইন্টাৰনেটত মুহূৰ্ততে ভাইৰেল হৈ পৰে।

এনে এক ভিডিঅ’ৰে নিশাৰ ভিতৰতে চেলিব্ৰেটি হৈ পৰিছে কেৰেলাৰ যুৱক ফিৰোজ চুট্টিপাৰা। ইউটিবৰ প্ৰথম শাৰীতে তেওঁৰ ভিডিঅ’টো দেখা গৈছে।

ইতিমধ্যেই লক্ষাধিক লোকে লাইক কৰিছে ভিডিঅ’টো। দৰাচলতে ফিৰোজে কৰিছেনো কি? যাক লৈ ইন্টাৰনেটত ইমান চৰ্চা।

ফিৰোজে ললীপপৰ জগতত ইতিহাস গঢ়িলে! ফিৰোজে প্ৰস্তুত কৰি উলিয়াইছে এটা ২৫ কেজি ওজনৰ ললীপপ।

ষ্টীলৰ পাত্ৰত চেনিৰ ৰস আৰু বিভিন্ন ফ্লেভাৰ মিহলাই এই বৃহৎ আকাৰৰ ললীপপটো প্ৰস্তুত কৰি উলিয়াইছে ফিৰোজে।

ললীপপটো প্ৰস্তুত কৰোতে ফিৰোজৰ সময় লাগিছে ১২ঘন্টা। ফিৰোজৰ এই ২৫ কেজিৰ ললীপপ দৰ্শন কৰিবলৈ দূৰ দূৰণিৰ পৰা লোকৰ সোঁত বৈছে।

ইয়াৰ পূৰ্বে ফিৰোজৰ ছচিয়েল মিডিয়াত আৰু ভিডিঅ’ ভাইৰেল হৈছে। সেইবোৰ বিভিন্ন ধৰণৰ ৰন্ধন প্ৰণালীৰ লগতে কৃষিকৰ্মৰো দিহা দিছে ফিৰোজে। কিন্তু ললীপপ প্ৰস্তুত কৰি এইবাৰ আটাইতকৈ বেছি জনপ্ৰিয়তা অৰ্জন কৰিলে কেৰেলাৰ যুৱকজনে।

Recent News

হেৰুৱালে লাখ কোটি টকাৰ সম্পত্তি! শ্বেয়াৰ বজাৰত পতন অব্যাহত; কিমান তললৈ নামিল আদানি?

হেৰুৱালে লাখ কোটি টকাৰ সম্পত্তি! শ্বেয়াৰ বজাৰত পতন অব্যাহত; কিমান তললৈ নামিল আদানি?

আশ্ৰমত শিষ্যাক ধৰ্ষণ; আদালতত দোষী সাব্যস্ত স্বঘোষিত গডমেন আছাৰাম বাপু

আশ্ৰমত শিষ্যাক ধৰ্ষণ; আদালতত দোষী সাব্যস্ত স্বঘোষিত গডমেন আছাৰাম বাপু

এইবাৰ মোডী চৰকাৰৰ চকু ব্যক্তিগত টিভি চেনেলৰ ওপৰত! জাৰি কৰা হৈছে নতুন নিৰ্দেশনা

এইবাৰ মোডী চৰকাৰৰ চকু ব্যক্তিগত টিভি চেনেলৰ ওপৰত! জাৰি কৰা হৈছে নতুন নিৰ্দেশনা

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd