DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Kevin Pietersen Backs Team India ‘তেওঁলোক ৰবট নহয়’-হিন্দীতে টুইট কৰি বিপৰ্যস্ত টীম ইণ্ডিয়াৰ কাষত কেভিন পিটাৰছেন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 2, 2021 9:44 am
WhatsApp Image 2021-11-02 at 9.08.17 AM
229
VIEWS
Share on FacebookShare on Twitter

Kevin Pietersen backs team India টী-২০ বিশ্বকাপত পাকিস্তানৰ হাতত ১০ উইকেটত চৰম পৰাজয়ৰ পাছত নিউজিলেণ্ডৰ হাততো ৮ উইকেটত পৰাজিত হয় টীম ইণ্ডিয়া। একেৰাহে দুখনকৈ মেচত পৰাজিত হৈ স্বাভাৱিকতে চাপত পৰিছে কোহলি বাহিনী।

এতিয়া টীম ইণ্ডিয়াৰ ছেমিফাইনেল খেলাৰ আশা প্ৰায় নিৰ্বাপিত। টীম ইণ্ডিয়াক লৈ এতিয়া সকলোৱে ক্ষোভ উজাৰিছে।

সমালোচকৰ মুখত কোহলি নিন্দাই নহয়, শাস্ত্ৰী তথা ধোনীকো এৰি দিয়া নাই তীব্ৰ আক্ৰমণাত্মক বাক্যবানৰ পৰা।

ইয়াৰ মাজতে কোহলিৰ টীম ইণ্ডিয়াৰ কাষত থিয় হৈ যুক্তিৰে সমালোচকসকলক প্ৰত্যুত্তৰ দিছে ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেট তাৰকা কেভিন পিটাৰছেনে।

কোহলি বাহিনীৰ কাষত থিয় হৈ পিটাৰছেনে হিন্দীতে এটা টুইট কৰি কৈছে, ‘’খেলত এটা বিজয়ী আৰু এটা পৰাজিত পক্ষ থাকে। কোনো খেলুৱৈয়ে হাৰিবলৈ খেলপথাৰত নানামে। নিজৰ দেশক প্ৰতিনিধিত্ব কৰাটো আটাইতকৈ সন্মানৰ বিষয়। অনুগ্ৰহ কৰি এইটো বুজিবলৈ চেষ্টা কৰক যে এই মেচ যিসকলে খেলে তেওঁলোক ৰবট নহয় আৰু তেওঁলোককো সকলো সময়তে সমৰ্থনৰ প্ৰয়োজন।‘’

खेल में एक विजेता और एक हारने वाला होता है। कोई भी खिलाड़ी हारने के लिए बाहर नहीं जाता है। अपने देश का प्रतिनिधित्व करना सबसे बड़ा सम्मान है। कृपया महसूस करें कि खेल के लोग रोबोट नहीं हैं और उन्हें हर समय समर्थन की आवश्यकता है।

— Kevin Pietersen🦏 (@KP24) November 1, 2021

ইপিনে, একেৰাহে দুখনকৈ মেচত পৰাজিত ভাৰতৰ বাবে ছেমিফাইনেললৈ যোৱাৰ সম্ভাৱনা একেবাৰে ক্ষীণ।

টীম ইণ্ডিয়া ছেমিফাইনেললৈ যাবলৈ হ’লে এক জটিল অংকৰ সমাধান হ’ব লাগিব যিটো ভাৰতৰ হাতত নাই। অৰ্থাৎ ভাৰতৰ জয়ৰ লগতে নিউজিলেণ্ডৰ পইন্ট হ্ৰাস হোৱাৰ ওপৰতো নিৰ্ভৰ কৰিছে। 

Recent News

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Sensational Murder: বঢ়মপুৰৰ মাজপুটনিত চাঞ্চল্যকৰ হত্যাকাণ্ড; বিশেষভাবে সক্ষম মহিলাক ডিঙি কাটি হত্যা

Sensational Murder: বঢ়মপুৰৰ মাজপুটনিত চাঞ্চল্যকৰ হত্যাকাণ্ড; বিশেষভাবে সক্ষম মহিলাক ডিঙি কাটি হত্যা

Tips to Relieve Frustration: আপুনিও হতাশাৰ সৈতে যুঁজিছে নেকি? ইয়াৰ সমাধানৰ উপায় জানিব বিচাৰে নে?

Tips to Relieve Frustration: আপুনিও হতাশাৰ সৈতে যুঁজিছে নেকি? ইয়াৰ সমাধানৰ উপায় জানিব বিচাৰে নে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd