• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খালিস্তানী সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জৰক কানাডাত গুলীয়াই হত্যা কৰিলে বন্দুকধাৰীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 19, 2023 11:58 am
হৰদীপ সিং নিজ্জৰ। ফাইল ফটো: সংগ্ৰহীত।

হৰদীপ সিং নিজ্জৰ। ফাইল ফটো: সংগ্ৰহীত।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খালিস্তানী সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জৰক কানাডাত গুলীয়াই হত্যা কৰা হৈছে। দুজন বন্দুকধাৰীয়ে হৰদীপক গুলীয়াই হত্যা কৰে। পঞ্জাৱ আৰক্ষীয়ে তেওঁক প্ৰত্যাৰ্পণৰ বাবে বিচাৰিছিল কিয়নো ৰাজ্যখনত সন্ত্ৰাসবাদ পুনৰুজ্জীৱিত হোৱাৰ সৈতে জড়িত কেইবাটাও গোচৰত তেওঁক বিচৰা হৈছিল। শিখ নেতা ৰিপুদমন সিঙৰ হত্যাকাণ্ডৰ আঁৰত হৰদীপ সিঙৰ হাত থকাৰ সন্দেহ কৰা হৈছিল।

শেহতীয়াকৈ ভাৰত চৰকাৰে প্ৰকাশ কৰা তালিকাত নিজ্জৰৰ লগতে আন ৪০জন  সন্ত্ৰাসবাদীৰ নামো অন্তৰ্ভুক্ত কৰা হৈছিল। ২০২২ চনত পঞ্জাৱৰ জলন্ধৰত হিন্দু পুৰোহিতক হত্যাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগত নিজ্জৰৰ বাবে নিয়াই (NIA) ১০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল। পুৰোহিতজনক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল খালিস্তান টাইগাৰ ফৰ্চ (কেটিএফ)য়ে।

লগতে পঢ়ক: কলেজৰ গেটৰ সন্মুখতে সহপাঠীক ছুৰীকাঘাত কৰি হত্যা! নেপথ্যত প্ৰেমিকা

Apply Now

কানাডাত বাস কৰা নিজ্জৰ কেটিএফৰ মুৰব্বী আছিল। ইয়াৰ পূৰ্বে ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদী কাৰ্যকলাপ চলোৱাৰ ষড়যন্ত্ৰৰ সন্দৰ্ভত নিজ্জৰৰ বিৰুদ্ধেও অভিযোগনামা দাখিল কৰিছিল নিয়াই। ভাৰতে কানাডা কৰ্তৃপক্ষক নিজ্জৰৰ বিৰুদ্ধে পঞ্জাৱত সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৈছিল।

নিজ্জৰ আছিল ছাৰেৰ গুৰু নানক শিখ গুৰদ্বাৰাৰ মুৰব্বী। নিজ্জৰ শিখ ফৰ জাষ্টিচ নামৰ এটা সংগঠনৰ সৈতে জড়িত আছিল। ব্ৰেম্পটন চহৰত খালিস্তান গণভোট অনুষ্ঠিত কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কেন্দ্রীয় চৰকাৰে জনোৱা মতে, জলন্ধৰৰ ভৰ সিং পুৰা গাঁৱৰ বাসিন্দা নিজ্জৰ (৪৬) নামৰ এজন ব্যক্তিয়ে খলিস্তান টাইগাৰ ফৰ্চৰ সদস্যৰ অভিযান, নেটৱৰ্কিং, প্ৰশিক্ষণ আৰু পুঁজিৰ কামত সক্ৰিয়ভাৱে জড়িত হৈ আছিল।

লগতে পঢ়ক: প্ৰাক্তন ৰাষ্ট্ৰপতিৰ কাণ্ড! ৰেষ্টুৰেণ্টত সকলোকে খুওৱাৰ কথা দি বিল নিদিয়াকৈয়ে আঁতৰিল ট্ৰাম্প!

২০২০ চনত পঞ্জাৱ চৰকাৰৰ এক নিৰ্দেশ অনুসৰি জলন্ধৰ জিলাৰ ফিলাউৰ মহকুমাৰ জন্ম গাঁও ভৰ ছিংগাপুৰাত মুঠ ১১টা পুখুৰী আৰু ১৩.৫ বিঘা নিজ্জৰৰ ভূমি জব্দ কৰা হৈছিল। গাঁৱৰ এজন লোকে জনোৱা মতে, হৰদীপৰ পৰিয়াল বহুদিন আগতেই গুচি গৈছিল যদিও পিতৃ-মাতৃয়ে সঘনাই গাঁওখনলৈ অহাযোৱা কৰে আৰু লকডাউনৰ পূৰ্বে শেষবাৰৰ বাবে আহিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

July 28, 2026 2:42 pm
ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

July 28, 2026 2:42 pm
ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd