DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 11, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Khanapara Teer

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 25 June, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

এন ই নাও নিউজ by এন ই নাও নিউজ
June 25, 2022 12:08 pm
khanapara teer result
65
VIEWS
Share on FacebookShare on Twitter

ধনুৰ্বিদ্যাৰে আধাৰিত  খানাপাৰা তীৰো শ্বিলং তীৰৰ দৰেই মেঘালয়ৰ এক অত্যন্ত জনপ্ৰিয় খেল। এই খেলৰো ফলাফলৰ বাবে সন্ধিয়ালৈ হাজাৰ হাজাৰ লোক অধীৰ আগ্ৰহৰে বাট চাই থাকে।

Khanapara Teer Result Today :

ধনুৰ্বিদ্যাৰ আধাৰত মেঘালয়ৰ ৰি ভয় জিলাৰ খানাপাৰাত সোমবাৰৰ পৰা শনিবাৰলৈ এই তীৰ খেল খেলা হয়।

খাচী হিলছ আৰ্চাৰী স্পৰ্টছ এছ’চিয়েশ্যনৰ উদ্যোগত অনুষ্ঠিত হোৱা এই খানাপাৰা তীৰ খেল য’ত ১২ টা আৰ্চাৰী ক্লাৱ আছে।

Date

FR(04:00PM) SR(04:30PM)
25-06-2022 34

43

Also read : Shillong & Jowai Teer Result : শ্বিলং তীৰ আৰু জোৱাই তীৰৰ 24 June 2022’ৰ ফলাফল

এই তীৰ খেলখন দেওবাৰে বন্ধ থাকে।

খানাপাৰা তীৰৰ প্ৰথম ৰাউণ্ডৰ ফলাফল বিয়লি ৪:০০ বজাত আৰু দ্বিতীয় ৰাউণ্ডৰ ফলাফল বিয়লি ৪:৩০ বজাত ঘোষণা কৰা হয়।

খানাপাৰা তীৰৰ আজিৰ ফলাফল সমূহ চাওঁক

পৃথিৱীৰ যিকোনো ঠাইৰ পৰা খানাপাৰা তীৰৰ খেলুৱৈসকলে ফলাফল প্ৰাপ্ত কৰিব পাৰে।

Jowai Teer Result : Jowai Teer Result : শ্বিলং তীৰ আৰু জোৱাই তীৰৰ 24 June 2022’ৰ ফলাফল

যদি আপুনি  খানাপাৰা তীৰৰ ফলাফল দৈনন্দিন হিচাপত লাভ কৰিব বিচাৰে, www.assam.nenow.in  হৈছে এখন সৰ্বোত্তম মঞ্চ।

যথা সময়ত তীৰ খেলৰ ৰিজাল্টবোৰ www.assam.nenow.in ত আপডেট কৰা হ’ব।

খানাপাৰা তীৰৰ বাবে টিকট বা কুপন ৰাজ্যজুৰি ৫৫০০ ৰো অধিক টিকট কাউণ্টাৰৰ পৰা ক্ৰয় কৰিব পাৰি।

স্বীকৃতিপ্ৰাপ্ত কাউণ্টাৰবোৰে দেওবাৰক বাদ কৰি সকলো দিনতে পুৱা ১০ বজাৰ পৰা আবেলি ৩:৩০ বজাৰ ভিতৰত টিকট জাৰী কৰে।

ই কেনেদৰে কাম কৰে?

খানাপাৰা তীৰৰ বাবে ইচ্ছুকসকলে ০ ৰ পৰা ৯৯ লৈকে এটা সংখ্যা অনুমান কৰে। এই খানাপাৰা তীৰ খেলাৰ কৌশল অতি সহজ।

ধনুৰ্বিদসকলে এই খেলত অংশগ্ৰহণ কৰে আৰু এটা লক্ষ্যত আঘাত কৰে।  লক্ষ্যত আঘাত কৰা মুঠ কাড়ৰ সংখ্যাৰ অন্তিম দুটা অংক হৈছে মেজিক বা বিজয়ী সংখ্যা।

পূৰ্বানুমান কৰা দুটা সংখ্যা মিলিলে সেইজনকে বিজয়ী বুলি ধৰা হয়।

যিহেতু খানাপাৰা মেঘালয়-অসমৰ আন্তঃৰাজ্যিক সীমান্তত অৱস্থিত, অসমৰ বহুলোকেও খানাপাৰা তীৰৰ খেলত অংশগ্ৰহণ কৰে।

Also read : Health Tips: সুস্বাস্থ্যৰ বাবে আমি কেতিয়া খোজ কাঢ়িব লাগে?

Recent News

লালুকত মুখ্যমন্ত্ৰীক তীব্র আক্রমণ ভূপেন কুমাৰ বৰাৰ, ধানুকাক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে কংগ্ৰেছে সহায় কৰিব চি আই ডিক

লালুকত মুখ্যমন্ত্ৰীক তীব্র আক্রমণ ভূপেন কুমাৰ বৰাৰ, ধানুকাক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে কংগ্ৰেছে সহায় কৰিব চি আই ডিক

বহিষ্কৃত বিজেপি নেত্ৰী নুপুৰ শৰ্মাৰ বিৰুদ্ধে একাধিক ৰাজ্যত ৰুজু হোৱা গোচৰ দিল্লীলৈ  স্থানান্তৰৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বহিষ্কৃত বিজেপি নেত্ৰী নুপুৰ শৰ্মাৰ বিৰুদ্ধে একাধিক ৰাজ্যত ৰুজু হোৱা গোচৰ দিল্লীলৈ স্থানান্তৰৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

IIT Guwahati

Assam Career : IIT Guwahati প্ৰশাসনিক সহায়কৰ পদ খালী, কিদৰে কৰিব আবেদন?

বিকিনি পিন্ধি ইনষ্টাগ্ৰামত ফটো পোষ্ট! কলকাতাৰ অধ্যাপিকাক ৯৯ কোটি টকাৰ জৰিমনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

বিকিনি পিন্ধি ইনষ্টাগ্ৰামত ফটো পোষ্ট! কলকাতাৰ অধ্যাপিকাক ৯৯ কোটি টকাৰ জৰিমনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd