DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

‘মূৰ্খ নহয় খিলাড়ী হওক’ আহ্বানেৰে অনুৰাগীক সতৰ্ক হ’ব ক’লে অক্ষয় কুমাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 25, 2020 11:04 am
‘মূৰ্খ নহয় খিলাড়ী হওক’ আহ্বানেৰে অনুৰাগীক সতৰ্ক হ’ব ক’লে অক্ষয় কুমাৰে
8.5k
VIEWS
Share on FacebookShare on Twitter

বিশ্বব্যাপী সন্ত্ৰাসৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছৰ ভয়াৱহতা গুৰুত্বসহকাৰে ল’বলৈ পুনৰ এবাৰ ছ’চিয়েল মিডিয়াৰ জৰিয়তে দেশবাসীক আহ্বান জনাইছে বলিউদ অভিনেতা অক্ষয় কুমাৰে।

শেহতীয়াকৈ অক্ষয় কুমাৰে এটা ভিডিঅ’ৰ জৰিয়তে লকডাউনৰ সময়ত সকলো লোককে ঘৰত থাকিবলৈ আহ্বান জনায়।

ভিডিঅ’টোত অভিনেতাগৰাকীক খুব খঙত থকা পৰিলক্ষিত হয়। তেওঁ লকডাউনৰ সময়ত ঘৰৰ বাহিৰত ঘূৰি ফুৰা লোকসকলৰ মগজুৰ বিকৃতি ঘটা বুলি কটাক্ষ কৰে।

উল্লেখ্য যে অক্ষয় কুমাৰে সময়ে সময়ে ছ’চিয়েল মিডিয়াযোগে লোকসকলক মহামাৰী ভাইৰাছৰ ভয়াবহতাৰ বিষয়ে জনোৱাৰ লগতে সজাগ কৰাত ব্যস্ত থকা পৰিলক্ষিত হৈছে।

ইয়াৰ পূৰ্বে তেওঁ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি কেপশ্যনত লিখিছিল, ‘জীৱনত প্রথমবাৰৰ বাবে, যিয়ে ঘৰত থাকে সিয়ে জয়ী হ’ব! এইটো প্ৰতিযোগিতা, যিয়ে আমাক ৰক্ষা কৰিব…’।

লকডাউনৰ বাবে বৰ্তমান অক্ষয় কুমাৰ নিজ ঘৰতে আছে।

উল্লেখ্য যে ভাৰতত ক’ৰ’না ভাইৰাছে ভয়াবহ ৰূপ ধাৰণ কৰাৰ বাবেই তেওঁৰ নুতন ছবি Sooryavanshiৰ মুক্তিৰ দিন পিচুৱাইছে।

Recent News

কমিব চেনিৰ দাম: চেনিৰ উৎপাদনত ব্ৰাজিলকো চেৰ পেলালে ভাৰতে

কমিব চেনিৰ দাম: চেনিৰ উৎপাদনত ব্ৰাজিলকো চেৰ পেলালে ভাৰতে

জ্বৰে এৰিলেও কৰ্পটিয়ে নেৰে! ক্ষমা খুজি বিপদহে চপালে নেকি মন্ত্ৰী সঞ্জয় কিষাণে?

জ্বৰে এৰিলেও কৰ্পটিয়ে নেৰে! ক্ষমা খুজি বিপদহে চপালে নেকি মন্ত্ৰী সঞ্জয় কিষাণে?

৩০ জুনৰ ভিতৰত দিছপুৰ কলেজক হৰলুকি হোৱা ধন ওভটাই দিয়াৰ প্ৰতিশ্ৰুতি বৰোডা বেংক কর্তৃপক্ষৰ

৩০ জুনৰ ভিতৰত দিছপুৰ কলেজক হৰলুকি হোৱা ধন ওভটাই দিয়াৰ প্ৰতিশ্ৰুতি বৰোডা বেংক কর্তৃপক্ষৰ

শালনাত ৰে’ল লাইনত উদ্ধাৰ বোৱাৰীৰ মৃতদেহ; কিছুদিন পূৰ্বে হৈছিল বিবাহপাশত আৱদ্ধ

শালনাত ৰে’ল লাইনত উদ্ধাৰ বোৱাৰীৰ মৃতদেহ; কিছুদিন পূৰ্বে হৈছিল বিবাহপাশত আৱদ্ধ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd