• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কলাৰ শাখাৰ শীৰ্ষস্থানত উজলিল দৰঙৰ খুছবু ফিৰদৌচ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 25, 2019 12:29 pm

1 min read

Khusbo Firdas

কলা শাখাত প্ৰথম স্থান দখল কৰা খুছবো ফিৰদৌছ

1.3k
VIEWS
Share on FacebookShare on Twitter

আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত শাখাৰ ফলাফলত কলা শাখাত প্ৰথম স্থান দখল কৰি উজলি উঠে দৰং জিলাৰ ব্ৰিলিয়াণ্ট একাডেমীৰ ছাত্ৰী খুছবু ফিৰদৌচ।

মেধাৱী ছাত্ৰী গৰাকীয়ে ৯৫.৬ শতাংশ হাৰেৰে ৫০০ নম্বৰৰ ভিতৰত মুঠ ৪৭৮ নম্বৰ লাভ কৰি প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয়।

অতিৰিক্ত বিষয়ক বাদ দি আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা ছাত্ৰীগৰাকীয়ে ইংৰাজীত ৯৩, অল্টাৰনেটিভ ইংৰাজীত ৯৮, নৃবিদ্যাত ৯৬, তৰ্ক আৰু দৰ্শনত ৯৮, ভূগোল বিজ্ঞানত ৯৩ আৰু অৰ্থনীতিত ৫৫ নম্বৰ (চতুৰ্থ বিষয়) লাভ কৰিবলৈ সক্ষম হয়।

আনহাতে, ফলাফল লাভ কৰি অতিশয় আনন্দিত হৈ পৰিছে ছাত্ৰী-গৰাকী। সংবাদ মাধ্যমৰ আগত তেওঁ এই কৃতিত্বৰ বাবে পিতৃ-মাতৃ, বিদ্যালয়ৰ শিক্ষাগুৰু সকলক প্ৰথমে কিতজ্ঞতা জ্ঞাপন কৰে।

বাহিৰা কিতাপ পঢ়ি আৰু গান শুনি ভালপোৱা ছাত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত তেওঁ নিয়মীয়া ভাবে সদায় অধ্যয়ন কৰিছিল বুলি উল্লেখ কৰি সদয় অসমৰ বাবে কাম কৰি যোৱাৰ প্ৰতি আগ্ৰহ ব্যক্ত কৰে।

Recent News

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

Nipa Ba Final

প্ৰশ্ন সোধাটোৱেই পাপ! : মহিলা সাংবাদিকক শাৰীৰিক-মানসিকভাৱে অপদস্থ বহিৰাগত প্ৰযোজক-পৰিচালকৰ

a face

কোভিডৰ ভেকচিন গ্ৰহণৰ পিছতে মুখৰ এটা ফাল পেৰালাইছিছত আক্ৰান্ত ১৩ জনৰ ,ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd