• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কংগ্ৰেছ এৰিলে দক্ষিণৰ মোহময়ী অভিনেত্ৰী খুশবুয়ে; এইবাৰ যোগ দিব গেৰুৱা শিৱিৰত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 12, 2020 12:47 pm

1 min read

Khusboo

খুশবু সুন্দৰ।

420
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে দক্ষিণৰ মোহময়ী অভিনেত্ৰী তথা ৰাজনীতিক খুশবু সুন্দৰে। সোমবাৰেই অভিনেত্ৰীগৰাকীয়ে বিজেপিত যোগদানৰ সম্ভাৱনা আছে।

কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীলৈ লিখা এখন পত্ৰত খুশবুয়ে দলত শীৰ্ষ পৰ্যায়ত থকা তৃণমূল পৰ্যায়ত সম্পৰ্কহীন লোকে দলৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবেই তেওঁ কংগ্ৰেছ ত্যাগ কৰিবলৈ বাধ্য হোৱা বুলি জনায়।

ইপিনে, এআইচিচিৰ মুখপাত্ৰ পদৰ পৰা খুশবু সুন্দৰক অঁতৰোৱা হৈছে বুলি  কংগ্ৰেছৰ ফালৰ পৰা জানিবলৈ দিছে।

বাতৰি অনুসৰি, তেওঁ শীঘ্ৰেই বিজেপিত যোগদান কৰিব পাৰে।

ইয়াৰ পূৰ্বেও অভিনেত্ৰীগৰাকীয়ে দল সলনি কৰাৰ দৃষ্টান্ত আছে। ২০১০চনত তামিলনাডুৰ ক্ষমতাসীন ডিএমকেত খুশবুয়ে যোগদান কৰিছিল।

ডিএমকেত যোগদান কৰাৰ সময়ত খুশবুয়ে কৈছিল,’’সঠিক সিদ্ধান্ত লোৱা বুলি ভাৱ হৈছে। মই মানুহৰ সেৱা কৰিবলৈ ভালপাওঁ। নাৰীৰ উন্নতিৰ বাবে কাম কৰিব বিচাৰো।‘’

অৱশ্যে, চাৰিবছৰ পাছতে তেওঁ ডিএমকেৰ পৰা পদত্যাগ কৰে।

২০১৪ত তেওঁ ছোনিয়া গান্ধীৰ সৈতে সাক্ষাৎ কৰি কংগ্ৰেছত যোগদান কৰিছিল। এইবাৰ দক্ষিণৰ তাৰকাগৰাকীয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিজেপি দলত যোগদানৰ বাবে আগবাঢ়িছে।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd