• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অপহৰণৰ চেষ্টা বিফল, গ্ৰেপ্তাৰ এন ডি এফ বি (পি) ধীৰেন বড়ো গোটৰ দুই প্ৰাক্তন সদস্য

Rinoy Basumatary ৰিনয় বসুমতাৰী
কোকৰাঝাৰ , July 25, 2020 10:21 pm

1 min read

Kidnapping bid foiled in Kokrajhar; 2 former cadres of Dhiren Boro-led NDFB(P) arrested
555
VIEWS
Share on FacebookShare on Twitter

এন ডি এফ বি (পি) ধীৰেন বড়ো গোটৰ দুজন প্ৰাক্তন সদস্যক অপহৰণৰ এক ঘটনা সন্দৰ্ভত কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

গ্ৰেপ্তাৰ হোৱা লোক দুগৰাকী হৈছে মহন্ত নাৰ্জাৰী (২৩), পিতা—অনুচ নাৰ্জাৰী, চিৰাং জিলাৰ আমগুৰি আৰক্ষী থানাৰ অন্তৰ্গত আমটেকাৰ বাসিন্দা আৰু ৰিজয় স্বৰ্গীয়াৰী (২০), পিতা—স্বঃ খাওলা স্বৰ্গীয়াৰী, ওদালগুৰি জিলাৰ দাইফাঙৰ বাসিন্দা।

“বগ্ৰীবাৰী আৰক্ষী থানাৰ অন্তৰ্গত তিপকাই আৰক্ষী চকী এলেকাৰ পৰা কোনো অজ্ঞাত দুষ্কৃতিকাৰীয়ে এজন লোকক অপহৰণৰ চেষ্টা কৰা সন্দৰ্ভত পোৱা এক সূত্ৰৰ খবৰৰ ভিত্তিত ২৩ জুলাই, ২০২০ত আৰক্ষীয়ে এক জাল তৰে,” কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনে কয়।

তিপকাইৰ বজাৰ এলেকাত এই অভিযানত ডি এছ পি (HQ), বগ্ৰীবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, তিপকাই আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু আন ষ্টাফে ভাগ লৈছিল, আৰক্ষী অধীক্ষকগৰাকীয়ে জনায়।

তেওঁ জনাই যে আৰক্ষীৰ লোকসকল বজাৰ এলেকাটোত অসামৰিক পোচাকত আছিল আৰু পুৱা ৭.৩০ মান বজাত দুজন সন্দেহজনক ব্যক্তি এখন বাইকত বজাৰখনত ঘূৰি ফুৰা দেখা পায়।

আৰক্ষীৰ লোকসকলে তেওঁলোকক ৰখায় আৰু তালাচী চলোৱাত এটা ফেক্তৰিত নিৰ্মিত ৭.৬৫ এম এম পিষ্টলৰ সৈতে এটা মেগাজিন আৰু এজাঁই সক্ৰিয় গুলী তেওঁলোকৰ পৰা উদ্ধাৰ কৰে।

আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে জনায় যে তেওঁলোক দুয়ো চিৰাঙত থাকে।

Recent News

Schools_during_COVID19_16

ক’ৰ’নাৰ ভয়াৱহ সংক্ৰমণ : গুৱাহাটীত বন্ধ কৰা হ’ল বহুকেইখন বিদ্যালয়

Covid-test-image-1-1

স্তব্ধ হোৱা নাই অসমত কৰ’নাৰ সংক্ৰমণ; আজি ৰাজ্যখনত পুনৰ ১৩৬৭গৰাকী লোক আক্ৰান্ত

Forest-Department-750x375

ৰহস্য কি? নতুন চৰকাৰ গঠন নোহোৱাকৈয়েই বন বিভাগত বিষয়াক পদোন্নতিৰ জোৱাৰ! একাধিকক বদলি

a-vac-640x375

কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ এইবাৰ ১৮ বছৰৰ ওপৰৰ সকলোকে দিয়া হ’ব ভেকচিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd