• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

আমেৰিকাক সকিয়নী উঃ কোৰিয়াৰ শাসক কিম জং উনৰ ভগ্নী কিম য়ু জঙৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 16, 2021 3:17 pm

2 min read

North-Korea
322
VIEWS
Share on FacebookShare on Twitter

এইবাৰ উত্তৰ কোৰিয়াৰ একনায়ক কিম উন জঙৰ ভগ্নী কিম য়ু জঙে সকীয়নি প্ৰদান কৰিছে বিশ্বৰ আটাইতকৈ শক্তিধৰ ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰক।

উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উনৰ দৰেই অতি অদৰ্মনীয় তথা কঠোৰ বুলি পৰিচিত কিম য়ুনে ইয়াৰ পূৰ্বেও শত্ৰু ৰাষ্ট্ৰৰ প্ৰতি নিজৰ কঠোৰ স্থিতি প্ৰকাশ কৰি আহিছে।

এইবাৰ আমেৰিকাক সকীয়নি প্ৰদান কৰি কিম য়ুনে কয় যে আগন্তুক চাৰি বছৰ শান্তিৰে শুবলৈ হ’বলৈ হ’লে আমেৰিকাৰ ৰাষ্ট্ৰপতি বিডেনে ভাবি চিন্তি পদক্ষেপ ল’ব লাগিব।

আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি সোমবাৰে কিম জং উনৰ ভগ্নী কিম য়ু জঙে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সচিব এণ্ট’নি ব্লীনকেন আৰু প্ৰতিৰক্ষা সচিব লিয়ড আষ্টিনে উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াৰ দ্বিপাক্ষিক সমস্যাসমূহৰ আলোচনাৰ বাবে জাপানৰ ৰাজধানী টকিঅ’ত উপস্থিত হোৱাৰ পিছতে এইদৰে সকীয়নি প্ৰদান কৰিছে।

ইফালে দক্ষিণ কোৰিয়াৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি দুই মাৰ্কিন সচিবে ছিউললৈ যোৱাৰ কথাও আছে। তেওঁলোক চীন আৰু উত্তৰ কোৰিয়াৰ বিৰুদ্ধে সামৰিক জোঁট গঠনৰ বাবে জাপান আৰু দক্ষিণ কোৰিয়া ভ্ৰমণ কৰা বুলি প্ৰকাশ পাইছে।

ইয়াৰ বাবেই আমেৰিকাক এইদৰে সকীয়নি প্ৰদান কৰিছে কিম য়ুন জঙে।

“যদি আগন্তুক চাৰি বছৰ তুমি শান্তিৰে শুব খুজিছা যে, তেনে তুমি কোনো কাম তুমি নকৰিবা যাতে তোমাৰ টোপনি উৰি নাযায়।” মাৰ্কিন ৰাষ্ট্ৰপতি বিডেনক উদ্দ্যেশি এইদৰে কয় কিম য়ুন জঙে।

উল্লেখ্য যে যোৱা সপ্তাহৰ পৰা দক্ষিণ কোৰিয়া আৰু আমেৰিকান সেনাই যৌথ সামৰিক অনুশীল আৰম্ভ কৰাৰ সময়তো কিম য়ু জঙে এক বিবৃতিৰ যোগে সকীয়নি প্ৰদান কৰি মাৰ্কিন প্ৰশাসনক কৈছিল, “নতুন মাৰ্কিন প্ৰশাসনে আমাৰ দেশৰ বাৰুদৰ গোন্ধ বিয়পাবলৈ চেষ্টা কৰিছে।”

Recent News

index.jpg

কোভিড১৯ত আক্ৰান্ত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পখ্ৰিয়াল নিশাংক

Bhitali Das1

কেনে আছে ‘দৰদী’ কন্ঠশিল্পী ভিতালী দাস? জানক শেহতীয়া খবৰ

index

এফালে কৰোনাতংকত কঁপি আছে দেশ; আনফালে ‘অক্সিজেন যুদ্ধ’ত প্ৰবৃত্ত দেশৰ কেবাখনো প্ৰদেশ

warrior

প্রতিবাদত মানিলে সেও : কোভিড যোদ্ধাৰ ৫০ লাখ টকাৰ বীমা বাহাল ৰখাৰ সিদ্ধান্ত চৰকাৰৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd