• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ফাৰ্মাচিউটিকেল কোম্পানী বায়’কনৰ মুৰব্বী কিৰণ মজুমদাৰ শ্ব কৰ’নাত আক্ৰান্ত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 18, 2020 10:01 am

1 min read

Kiran-Mazumdar-Shaw-Lead

কিৰণ মজুমদাৰ শ্ব।

236
VIEWS
Share on FacebookShare on Twitter

বয়’কন লিমিটিডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক কিৰণ মজুমদাৰ শ্ব কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে।

তেওঁ নিজেই টুইটাৰৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে।

সোমবাৰে টুইটাৰত ৬৭বৰ্ষীয়া কিৰণ মজুমদাৰ শ্বই কয়,’’ ৰিপ’ৰ্ট পজিটিভ হোৱাৰ পাছত মই কোভিড ৰোগীৰ মাজত অন্তৰ্ভুক্ত হৈছো। লক্ষণ কম আৰু আশা কৰিছো এয়া এনেকৈয়ে থাকিব।‘’

ইপিনে, এই খৱৰ লাভ কৰাৰ পাছতে তিৰুৱনন্তপুৰমৰ কংগ্ৰেছ সাংসদ শশী থাৰুৰে তেওঁৰ আশু আৰোগ্য কামনা কৰিছে।

এক টুইটাৰত থাৰুৰে লিখিছে,’’ কিৰণ মজুমদাৰ শ্ব এই খৱৰ শুনি দু:খিত। আপোনাক শীঘ্ৰে সুস্থ দেখিবলৈ বিচাৰো। মোৰ বন্ধু ভালে থাকক।‘’

I have added to the Covid count by testing positive. Mild symptoms n I hope it stays that way.

— Kiran Mazumdar Shaw (@kiranshaw) August 17, 2020

বায়’কনৰ মুখ্য কাৰ্যালয় বেংগালুৰুত অৱস্থিত আৰু ইয়াত কৰ’নাৰ সংক্ৰমণ হ্ৰাস পোৱা নাই।

সোমবাৰে কৰ্ণাটকৰ ৰাজধানী চহৰখনত ২,০৫৩গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে। অকল বেংগালুৰুতে আক্ৰান্তৰ সংখ্যা ৯১,৮৬৪গৰাকীলৈ বৃদ্ধি পাইছে।

অকল বেংগালুৰুতে নহয়, কৰ্ণাটকৰ আন অংশতো কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পাইছে। ইয়াৰ লগতে ৰাজ্যখনত প্ৰবল বৰষুণ, বানপানী তথা ভূমিস্খলনৰ দৰে প্ৰাকৃতিক দুৰ্যোগো চলি আছে।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd