• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

এটা মহান কামৰ বাবে বিশ্বকাপত ব্যৱহাৰ কৰা বেট নিলামত দিলে কে এল ৰাহুলে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 21, 2020 7:52 am

1 min read

K L Rahul

কে এল ৰাহুল, উৎস-ইণ্টাৰনেট

22k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ক্ৰিকেট দলৰ বেটছমেন কে এল ৰাহুলে বঞ্চিত শিশুসকলৰ সহায়ৰ বাবে যোৱা বৰ্ষৰ বিশ্বকাপত ব্যৱহাৰ কৰা বেটখন আৰু কিছু অন্য সামগ্ৰী নিলাম কৰি আছে।

এটা ভিডিঅ’ বাৰ্তাৰ জৰিয়তে ৰাহুলে কয় যে নিলামৰ পৰা লাভ কৰিব লগীয়া ধনৰাশি অৱাৰে ফাউণ্ডেশ্যনলৈ যাব আৰু তেওঁলোকে বঞ্চিত আৰু দুখীয়া শ্ৰেণীৰ শিশুসকলক শিক্ষাৰ প্ৰদানৰ বাবে কাম কৰিব।

ৰাহুলে কয়, ‍‘মই পেড, গ্লোভছ, হেলমেট আৰু কেইটামান জাৰ্চি সহযোগী ভাৰত আৰ্মিক প্ৰদান কৰিছো। তেওঁলোকে এইবোৰ নিলাম কৰিব আৰু তাৰ পৰা লাভ কৰা ধনৰাশি অৱাৰে ফাউণ্ডেশ্যনলৈ যাব’।

‍‘এই ফাউণ্ডেশ্যনটোৱে শিশুসকলৰ সহায়ৰ বাবে কাম কৰে। এনেধৰণৰ কামৰ বাবে সহায় আগবঢ়াবলৈ পাই সুখী’ বুলি ৰাহুলে মন্তব্য কৰে।

জানিব পৰা মতে সোমবাৰৰ পৰা আৰম্ভ হোৱা নিলামত ৰাহুলে সকলো লোককে অংশ  ল’বলৈ কয়। তেওঁ লগতে এই সংকটৰ সময়ত সকলো একত্ৰিত হৈ থাকিলেহে ই?আৰ পৰা মুক্ত হ’ব পাৰিম বুলি কয়।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd