• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোহলীৰ ভুলৰ বাবেই কেইবাটাও ৰেকৰ্ড গঢ়িবলৈ সক্ষম হ’ল কে এল ৰাহুল

এন ই নাও নিউজ by এন ই নাও নিউজ
September 25, 2020 12:19 pm
1k
VIEWS
Share on FacebookShare on Twitter

আই পি এলৰ ১৩ সংখ্যক সংস্কৰণৰ ছয় নম্বৰ মেচখন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ অধিনায়ক বিৰাট কোহলীয়ে কেতিয়াও পাহৰিব নোৱাৰিব।

ইয়াৰ বিপৰীতে কিংছ ইলেভেন পঞ্জাৱৰ অধিনায়ক কে এল ৰাহুলৰ বাবে চিৰস্মৰণীয় হৈ থাকিব মেচখন। কিয়নো মেচখনত ৰাহুলে কেইবাটাও ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয়।

বৃহস্পতিবাৰে ডুবাই ইণ্টাৰনেশ্যনেল ক্ৰিকেট ষ্টেডিয়ামত বেংগালুৰু আৰু পঞ্জাৱৰ মাজত অনুষ্ঠিত মেচখনত কে এল ৰাহুলে বিস্ফোৰক শতকীয় ইনিংছ খেলে।

ৰাহুলে মাত্ৰ ৬৯টা বলত ১৩২ ৰান (১৪টা চাৰি/৭টা ছয়) কৰে। তেওঁৰ এই ইনিংছৰ সহায়ত পঞ্জাৱে ২০৬ ৰান সংগ্ৰহ কৰে।

২০৭ ৰানৰ লক্ষ্য লৈ বেটিং কৰিবলৈ অহা আৰ চি বিয়ে মাত্ৰ ১০৯ ৰানতে ইনিংছ সামৰাত মেচখন পঞ্জাৱে ৯৭ ৰানত জয়লাভ কৰে।

ৰাহুলৰ এই বিস্ফোৰক শতকীয় ইনিংছৰ আঁৰত আছে বিৰোধী দলৰ অধিনায়ক বিৰাট কোহলীৰ অৱদান। কোহলীয়ে দুটাকৈ কেটছ এৰাৰ বাবেই ৰাহুলে দুৰ্দান্ত শতকীয় ইনিংছ খেলিবলৈ সক্ষম হয়।

কেটছ দুটা এৰাৰ পিছত ৰাহুলে মাত্ৰ ৯টা বলত ৪৯ ৰান কৰে।

ৰাহুলৰ এই ইনিংছটোৱে কেইবাটাও অভিলেখ গঢ়িবলৈ সক্ষম হয়। ইয়াৰ ভিতৰত এটা হৈছে- আই পি এলত সৰ্বাধিক ব্যক্তিগত ৰানৰ ইনিংছ খেলা ভাৰতীয় বেটছমেন।

১৩২- কে এল ৰাহুল
১২৮- ঋষভ পণ্ট
১২৭- মুৰুলী বিজয়

ইয়াৰ উপৰি অধিনায়ক হিচাপেও সৰ্বাধিক ব্যক্তিগত ৰানৰ ইনিংছ খেলা বেটছমেনত পৰিগণিত হৈছে ৰাহুল।
১৩২- কে এল ৰাহুল
১২৬-ডেভিড ৱাৰ্ণাৰ
১১৯- বীৰেন্দ্ৰ সেহৱাগ
১১৩- বিৰাট কোহলী

তদুপৰি বৃহস্পতিবাৰৰ মেচখনত কে এল ৰাহুলে আন এটা ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয়। তেওঁ আই পি এলত ২০০০ ৰান সংগ্ৰহ কৰা বেগী ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হয়। ইয়াৰ পূৰ্বে শচীন টেণ্ডুলকাৰৰ নামত আছিল এই ৰেকৰ্ড।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd