DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসাধাৰণ ফিল্ডিং! চাওক (ভিডিঅ’)বাউণ্ডেৰীৰ বাহিৰত শূন্যতে জঁপিয়াই কেনেদৰে ছয় বচালে ৰাহুলে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 13, 2021 7:47 am
WhatsApp Image 2021-03-13 at 7.21.31 AM
2.5k
VIEWS
Share on FacebookShare on Twitter

পূৰ্বেও কেইগৰাকীমান ক্ৰিকেটাৰে নিজৰ অতুলনীয় দক্ষতাৰে বাউণ্ডেৰী লাইনত কেচ ধৰি বা বাউণ্ডেৰী বচোৱাৰ দৃষ্টান্ত আছে। এনে ফিল্ডিঙে স্বাভাৱিকতে দলক উজ্জীৱিত কৰাৰ লগতে দৰ্শককো আহ্লাদিত কৰি তোলে।

এইবাৰ আহমেদাবাদত লোকেশ ৰাহুলে যিদৰে বাউণ্ডেৰী লাইনৰ বাহিৰত জঁপিয়াই ছয় বচালে সেয়া অনন্য, অসাধাৰণ।

মটেৰাত ভাৰত-ইংলেণ্ডৰ মাজৰ টী-২০ ছিৰিজৰ প্ৰথমখন খেলত এনে এক অসাধাৰণ ফিল্ডিঙৰ প্ৰদৰ্শন আগবঢ়ায় লোকেশ ৰাহুলে।

দ্বিতীয় ইনিংছৰ পঞ্চম অবাৰত জোচ বাটলাৰে অক্ষৰ পেটেলৰ এটা বল উঠাই মাৰে। বলটো বাউণ্ডেৰী লাইনৰ বাহিৰলৈ যোৱাটো নিশ্চিত হৈ পৰে। কিন্তু লং অফত ফিল্ডিং কৰা লোকেশ ৰাহুলে কৰি পেলালে এক অসাধাৰণ কাম।

pic.twitter.com/r5weeRjnG0

— Aditya Das (@lodulalit001) March 12, 2021

ৰাহুলে বুজিব পাৰিছিল যে কেচটো ধৰা সম্ভৱ নহয়। তেওঁ বলটোত চকু ৰাখি পিছৰ ফালে জপিয়াই সেয়া হাতৰ মুঠিত বন্দী কৰে।

শূন্যতে বলটো ধৰি মাটিত বাগৰি পৰাৰ পূৰ্বে ৰাহুলে বলটো বাউণ্ডেৰীৰ ভিতৰলৈ এৰি দিয়ে। ইংলেণ্ডৰ বেটছমেনে দুই ৰাণ সংগ্ৰহ কৰিলে যদিও অসাধাৰণ ফিল্ডিঙেৰে ৰাহুলে বাউণ্ডেৰী বচাবলৈ সক্ষম হয়।

Recent News

HS Result 2022

উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত শিৱসাগৰৰ সাফল্য: ৰাজ্যৰ ভিতৰত স্থান লাভ তিনিগৰাকীৰ

HS result-2022: কলা শাখাত ৫ম স্থানত শুৱালকুছিৰ মধুস্মিতা; শিৱসাগৰৰ শলগুৰিৰ দেৱীস্তুতিৰ দশম স্থান

HS result-2022: কলা শাখাত ৫ম স্থানত শুৱালকুছিৰ মধুস্মিতা; শিৱসাগৰৰ শলগুৰিৰ দেৱীস্তুতিৰ দশম স্থান

HS result-2022: উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা-২০২২ৰ ফলাফল: কলা শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result-2022: উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা-২০২২ৰ ফলাফল: কলা শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result-2022: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result-2022: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd