• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চি লৈ উত্তেজনা হ’লে অকল প্ৰশমনৰ কাম কৰিব কৃষক মুক্তিয়ে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 28, 2019 9:36 pm
01-08-19-Guwahati-KMSS leader Akhil Gogoi press meet on Assam NRC publication

প্ৰতিনিধিত্বমূলক ফ'টো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৩১ আগষ্টত প্ৰকাশ পাব লগা চূড়ান্ত এন আৰ চিক লৈ উত্তেজনাৰ সৃষ্টি হ’লে কেৱল প্ৰশমনৰ কাম কৰিব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

প্ৰকাশলৈ মাজত মাথো দুটা দিন থকাৰ মাজতে বুধবাৰে সংবাদমেলযোগে এই কথা প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে।

Apply Now

‘৩১ আগষ্টৰ দিনা বা তাৰ পাছত নাম অন্তৰ্ভুক্ত হোৱা নোহোৱাক লৈ যদি কিবা উত্তেজনাৰ সৃষ্টি হয়, সেই উত্তেজনা কেৱল প্ৰশমন কৰাৰ বাহিৰে কোনো কথাতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কোনো সদস্যই আগভাগ ল’ব নোৱাৰিব।’ অখিল গগৈয়ে কয়।

তেওঁ আৰু কয় ‘সংগঠনৰ অনুমতি অবিহনে কৃষক মুক্তি, নাৰী মুক্তি আৰু ছাত্ৰ মুক্তিৰ কোনো সদস্যই যাতে এন আৰ চিক লৈ চ’ছিয়েল মিডিয়াত কোনো পোষ্ট নিদিয়ে। যদি তেনে কোনো মন্তব্য দিয়ে তেন্তে লোকজন ব্যক্তিগতভাৱে জগৰীয়া হ’ব।’

উক্ত সংবাদমেলতে অসমবাসী ৰাইজকো আহ্বান জনায় অখিল গগৈয়ে।

তেওঁ কয় ‘এন আৰ চিত নাম সোমোৱা নোসোমোৱাক লৈ যাতে কোনো উত্তেজিত নহয়, তাৰ বাবে বিনম্ৰভাৱে আহ্বান জনাইছো। আইনগত পদ্ধতিৰে সমগ্ৰ বিষয় মীমাংসা কৰিবৰ কাৰণে আহ্বান জনাইছো। কিবা বিশেষ সমস্যাই দেখা দিলে, যি সমস্যা ব্যক্তিগত পৰ্য্যায়ত সমাধান কৰাটো সহজ নহয়, তেনে ক্ষেত্ৰত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সহযোগিতা আগবঢ়াম।’

এন আৰ চিক লৈ ‘বিজেপি-আৰ এছ এছ আৰু মুছলিম মৌলবাদী সংগঠনে’ চ’ছিয়েল মিডিয়াৰ জৰিয়তে ‘উত্তেজনা’ বিয়পোৱাৰ চেষ্টা চলোৱা বুলি তেওঁ অভিযোগ কৰে।

গগৈয়ে কয়, ‘চ’ছিয়েল মিডিয়াত ব্যাপকৰূপত আমুকৰ নাম কটা গৈছে টামুকৰ নাম কটা গৈছে বুলি প্ৰচাৰ চলাই আছে আৰ এছ এছৰ সমৰ্থকে। তেনেদৰে মুছলমান মৌলবাদী সংগঠনৰ কিছু লোকেও একেধৰণৰ উত্তেজনামূলক কেম্পেইন কৰি থকা দেখিবলৈ পাইছো।’

কৃষক মুক্তিৰ নেতাগৰাকীয়ে লগতে কয় যে এন আৰ চি প্ৰকাশৰ সময়ত যদি কিবা ঘটনা সংঘটিত হয়, তাৰ কাৰণে জগৰীয়া হ’ব ভাৰত চৰকাৰ আৰু অসম চৰকাৰ।

‘উত্তেজনাময় পৰিস্থিতি’ৰ বাবে বিশেষভাৱে আৰু ব্যক্তিগতভাৱে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল জগৰীয়া হ’ব বুলি অখিলে কয়।

‘বিশেষভাৱে মুখ্য মন্ত্ৰী আৰু গৃহ মন্ত্ৰী ব্যক্তিগতভাৱে জগৰীয়া হ’ব। তেওঁ নিজে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি আছিল। এসময়ত জাতীয় নায়কৰ উপাধি লৈছিল। বিদেশী সমস্যা সমাধান কৰিম বুলি মুখ্য মন্ত্ৰী হৈ এতিয়া হিন্দু বাংলাদেশীক ৰক্ষণাৱেক্ষণ দিবৰ কাৰণে এন আৰ চিখনত বাধা দিবলৈ সকলো ফালৰ পৰা চেষ্টা কৰিছে।’ সংবাদমেলত গগৈৰ মন্তব্য।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd