• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

স্বাস্থ্যৰ অৱনতি; অনশন ভংগ কৰিলে অখিল গগৈৰ মাতৃয়ে

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , December 22, 2019 5:42 pm

1 min read

স্বাস্থ্যৰ অৱনতি; অনশন ভংগ কৰিলে অখিল গগৈৰ মাতৃয়ে
5.1k
VIEWS
Share on FacebookShare on Twitter

তিনিদিন ধৰি পুত্ৰৰ মুক্তিৰ দাবীত অনশন পালন কৰি অহা অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈয়ে আজি ৰাইজ তথা স্থানীয় দল সংগঠনৰ অনুৰোধত অনশন ভংগ কৰে।

মধুমেহ আৰু উচ্চৰক্তচাপ জনিত ৰোগত আক্ৰান্ত কৃষক নেতা অখিল গগৈৰ মাতৃয়ে পুত্ৰৰ মুক্তিৰ দাবীত যোৱা ২০ ডিচেম্বৰৰ পৰা নিজ গৃহৰ সন্মুখত আমৰণ অনশনত বহিছিল।

প্ৰিয়দা গগৈৰ স্বাস্থ্যৰ অৱনতি ঘটাত চিকিৎসকে তেওঁক অনশন ভংগ কৰি চিকিৎসা গ্ৰহণ কৰিবলৈ কয় যদিও তেওঁ অনশন ভংগ কৰা নাছিল, যাৰবাবে তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিছিল।

অৱশেষত আজি দিনৰ ২ বজাত স্থানীয় ৰাইজ, উজনি অসম মুছলিম কল্যান পৰিষদ, অসম প্ৰেমী যুৱ ছাত্ৰ পৰিষদ, সুদ্দিপ্ত ৱেলফেয়াৰ চ’ছাইটি তথা আন আন দল সংগঠনৰ প্ৰতিনিধিৰ অনুৰোধত ৰোগাক্ৰান্ত প্ৰিয়দা গগৈয়ে অনশন ভংগ কৰে।

উজনি অসম মুছলিম কল্যান পৰিষদৰ কেন্দ্ৰীয় উপ সভাপতি মণিৰুল ইছলাম বড়াই গাখীৰ খুৱাই অনশন ভংগ কৰে। প্ৰিয়দা গগৈয়ে অখিল গগৈৰ লগতে গ্ৰেপ্তাৰ কৰা কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আনসকল কৰ্মীকো বিনা চৰ্তে মুকলি কৰিবলৈ দাবী জনায়।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd