• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসমৰ মানুহৰ কল্পনাৰ বাহিৰত চলি আছে চুপাৰিৰ বৃহৎ চিণ্ডিকেটৰাজ : অখিল গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 10, 2019 10:47 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘অসমৰ মানুহৰ কল্পনাৰ বাহিৰত চলি আছে চুপাৰিৰ বৃহৎ চিণ্ডিকেটৰাজ।‘ পুনৰ চুপাৰি চিণ্ডিকেটৰ বিৰুদ্ধে সৰব হৈ উঠা অখিল গগৈয়ে শণিবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গান্ধীবস্তিস্থিত মুখ্য কাৰ্য্যালয়ত অনুষ্ঠিত এক সংবাদমেলত এইদৰে কয়।

সমগ্ৰ ভাৰততে অসমৰ মূল তিনিজন মাফিয়াই চুপাৰি চিণ্ডিকেট চলাই আছে বুলি উল্লেখ কৰি তেওঁ কয়, ‘মূলত তিনিজন মানুহে চলাই আছে এই চিণ্ডিকেটৰাজ। গোলাঘাটৰ বাবলু ওৰফে আব্দুল হান্নান আলী, শিলচৰৰ দীপাংকৰ দেব আৰু কাছাৰৰ অঞ্জন পাল।‘

Apply Now

‘আমাৰ হাতত টেষ্ট ৰিপৰ্ট আছে। এই চুপাৰিৰ পৰা ডি এছ গ্ৰুপে প্ৰস্তুত কৰে কেন্সাৰৰ অন্যতম কাৰণ গুটখা। এই গোটেই কাণ্ডৰ মূল তিনিজন কাণ্ডাৰী অসমতে আছে।‘ অখিলৰ দাবী।

তদুপৰি, সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰিৰ প্ৰসংগ উত্থাপন কৰি গগৈয়ে কয়, ‘৬ আগষ্টৰ যিখন বৈঠক তাজ ভিভান্টাত হৈছিল, জনামতে কাফিল আহমেদ নামৰ বৰাকৰ মাফিয়া, শইকীয়া উপাধিধাৰী বাবলুৰ এটা এজেন্ট, তিনিজন আৰক্ষী অধীক্ষক ক্ৰমে মানবেন্দ্ৰ দেবৰয়, পাৰ্থ সাৰথি মহন্ত, ইন্দ্ৰানী বৰুৱা (এছ এছ পি, চি আই ডি) আৰু লগত এজন আইজিপিৰ সৈতে এক গোপন বৈঠক হৈছিল’।

ইপিনে, ‘ এ এছ ২৫ জে ০০০১ নম্বৰৰ এখন গাড়ী সংবাদ মাধ্যমত বহুলভাৱে দেখুৱাই থকা হৈছিল।‘ বুলি উল্লেখ কৰি এই গাড়ীখন কামৰূপ গ্ৰাম্য জিলাৰ আৰক্ষী অধীক্ষক পাৰ্থ সাৰথি মহন্তৰ’ বুলি তেওঁ দাবী কৰে।

অখিলে কয়, ‘এই গাড়ীখন পাৰ্থ সাৰথি মহন্তই ব্যৱহাৰ কৰে। মালিক বেলেগ হ’লেও গাড়ীখন মহন্তই ব্যৱহাৰ কৰে। কামৰূপ গ্ৰাম্য জিলাৰ আৰক্ষীৰ সৈতে কথা পাতিছিলো তেওঁলোকে কনফাৰ্ম কৰিছে যে সেই গাড়ীখন পাৰ্থ সাৰথি মহন্তই ব্যৱহাৰ কৰা গাড়ীয়েই হয়। উক্ত দিনটোত তেওঁ আৰু তেওঁৰ পত্নী ইন্দ্ৰানী বৰুৱা তাজ হোটেলত উপস্থিত আছিল।‘

ইপিনে, অখিল গগৈয়ে অনা এই গুৰুতৰ অভিযোগৰ পাছত আমাৰ সাংবাদিকে ৪ বাৰকৈ পাৰ্থ সাৰথি মহন্তৰ সৈতে যোগাযোগৰ চেষ্টা কৰিছিল যদিও তেওঁ ফোন ৰিচিভ নকৰে।

‘অসম পুলিছে এই গোপন বৈঠকৰ ওপৰত কিবা গোচৰ দিলেনে? সংবাদমাধ্যমত এই বাতৰি প্ৰকাশ পাছতো অসম আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰা নাই কিয়? এই গোপন বৈঠকৰ চিচি টিভি কেমেৰাৰ ফুটেজ সংগ্ৰহ কৰা হ’ল নে?’ অখিল গগৈৰ প্ৰশ্ন।

অসমত চলি থকা চুপাৰি চিণ্ডিকেটৰ সমগ্ৰ তেওঁৰ ওচৰত থকা বুলি দাবী কৰি প্ৰয়োজনত এই তথ্যখিনি ৰাজ্য চৰকাৰৰ ওচৰত দাখিল কৰিবলৈয়ো প্ৰস্তুত বুলি গগৈয়ে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

“জেলৰ পৰা ওলাই আহি ছুগাৰ ডেডীকো হত্যা কৰিম!” সাংবাদিকৰ আগত ভাবুকি ঘাতক ৰামানুজ গোস্বামীৰ

“জেলৰ পৰা ওলাই আহি ছুগাৰ ডেডীকো হত্যা কৰিম!” সাংবাদিকৰ আগত ভাবুকি ঘাতক ৰামানুজ গোস্বামীৰ

September 8, 2026 6:32 pm
নগাঁও লোকসভা উপ-নিৰ্বাচনলৈ সাজু প্ৰশাসন ঃ ১৯.০৭ লাখ ভোটাৰৰ বাবে সাজু ১,৩৩৯টা ভোটকেন্দ্ৰ

নগাঁও লোকসভা উপ-নিৰ্বাচনলৈ সাজু প্ৰশাসন ঃ ১৯.০৭ লাখ ভোটাৰৰ বাবে সাজু ১,৩৩৯টা ভোটকেন্দ্ৰ

September 8, 2026 5:02 pm
লোভেই পাপ, পাপেই মৃত্যু! অত্যধিক ভাড়াৰ লালসাত অতিৰিক্ত মহলা সজাৰ বাবেই হ’ল দিল্লীৰ কৰুণ দুৰ্ঘটনা

লোভেই পাপ, পাপেই মৃত্যু! অত্যধিক ভাড়াৰ লালসাত অতিৰিক্ত মহলা সজাৰ বাবেই হ’ল দিল্লীৰ কৰুণ দুৰ্ঘটনা

September 8, 2026 3:36 pm
নিজৰ ঘৰৰ সন্মুখতেই প্ৰাণ কাঢ়িলে মণিপুৰী শিল্পীৰ: ৰাজধানীৰ বুকুত নিৰাপত্তাহীনতাত উত্তৰ-পূবৰ লোক!

নিজৰ ঘৰৰ সন্মুখতেই প্ৰাণ কাঢ়িলে মণিপুৰী শিল্পীৰ: ৰাজধানীৰ বুকুত নিৰাপত্তাহীনতাত উত্তৰ-পূবৰ লোক!

September 8, 2026 3:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“জেলৰ পৰা ওলাই আহি ছুগাৰ ডেডীকো হত্যা কৰিম!” সাংবাদিকৰ আগত ভাবুকি ঘাতক ৰামানুজ গোস্বামীৰ

“জেলৰ পৰা ওলাই আহি ছুগাৰ ডেডীকো হত্যা কৰিম!” সাংবাদিকৰ আগত ভাবুকি ঘাতক ৰামানুজ গোস্বামীৰ

September 8, 2026 6:32 pm
নগাঁও লোকসভা উপ-নিৰ্বাচনলৈ সাজু প্ৰশাসন ঃ ১৯.০৭ লাখ ভোটাৰৰ বাবে সাজু ১,৩৩৯টা ভোটকেন্দ্ৰ

নগাঁও লোকসভা উপ-নিৰ্বাচনলৈ সাজু প্ৰশাসন ঃ ১৯.০৭ লাখ ভোটাৰৰ বাবে সাজু ১,৩৩৯টা ভোটকেন্দ্ৰ

September 8, 2026 5:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd