• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৰুতৰভাৱে অসুস্থ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ

স্বাস্থ্য পৰীক্ষাৰ বাবে অনা হৈছে GMCH লৈ; ডেংগু হোৱাৰ সন্দেহ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , March 12, 2020 5:18 pm

2 min read

b5cf9355-2825-4e13-9225-7e33d5097308

ফটো : নৰ্থ-ইষ্ট নাও

5k
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত কাৰাবন্দী হৈ থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে।

যোৱা তিনিদিন ধৰি শয্যাগত হৈ থকা কোঁৱৰক আজি উন্নত চিকিৎসাৰ বাবে জি এম চি এইচলৈ অনা হয়।

গেষ্ট্ৰিক, লিভাৰ প্ৰব্লেম, গা বিষ, প্ৰচণ্ড মূৰৰ বিষ, কাঁহ ইত্যাদি বহুকেইটা ৰোগত আক্ৰান্ত হৈছে কৃষক নেতাজন।

জেইলত উন্নত চিকিৎসা নকৰা বুলি অভিযোগ তুলি কৃষক নেতাজনে তিনিদিন পূৰ্বে জেইলৰ চিকিৎসকে বিষৰ পৰা উপশম পাবলৈ তেওঁক একেলগে পাঁচটা বেজী দিয়া বুলি জনায়।

তিনিদিন পূৰ্বেই উন্নত চিকিৎসাৰ প্ৰয়োজন হৈছিল যদিও জেইল কৰ্তৃপক্ষই নিৰাপত্তাৰক্ষী কম থকাৰ অজুহাত দেখুৱাই কোঁৱৰক জি এম চি এইচলৈ অনা নাছিল বুলিও উল্লেখ কৰে।

ইপিনে চিকিৎসকে ডেংগু হোৱা বুলি সন্দেহ কৰি পাঁচটাকৈ তেজৰ পৰীক্ষা কৰিব দিছে কোঁৱৰক। চিকিৎসকৰ পৰামৰ্শ অনুসৰি আজি তেওঁৰ তেজৰ নমুনা সংগ্ৰহ কৰা হয় যদিও শনিবাৰেহে প্ৰদান কৰিব তেজ পৰীক্ষাৰ ৰিপোৰ্ট।

ইফালে চিকিৎসালয়ত উপস্থিত হোৱাৰ পাছতে কৃষক নেতাজনে সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ জনসাধাৰণক কা বিৰোধী আন্দোলন তীব্রতৰ কৰি তুলিবলৈ আহ্বান জনায়।

আনহাতে কা বিৰোধী আন্দোলনত সবল নেতৃত্ব লোৱা কৃষক মুক্তিৰ নেতা সকলক মুক্তিৰ বাবে চৰকাৰক আহ্বান জনায় ছাত্ৰ নেতা প্ৰাঞ্জল কলিতাই।

উল্লেখযোগ্য যে, যোৱা ১৪ ডিচেম্বৰত কা বিৰোধী আন্দোলনৰ ভৰপক ৰূপ লোৱাৰ সময়তে NIA ৰ এক গোচৰত গ্ৰেপ্তাৰ হৈ প্ৰায় ৩ মাহ ধৰি কাৰাৰুদ্ধ হৈ আছে কৃষক নেতা ধৈৰ্য কোঁৱৰ।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd