• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

CAB ৰ বিৰুদ্ধে বৃহৎ জোঁৰ সমদল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

‘অগপই দিল্লী আৰু নাগপুৰৰ ওচৰত আত্ম সমৰ্পন কৰিলে’ অখিল গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 3, 2019 9:54 pm
KMSS protest

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আজি এক বৃহৎ জোঁৰ সমদল বাহিৰ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

মঙলবাৰে সন্ধিয়া গুৱাহাটী ক্লাৱৰ পৰা চান্দমাৰীলৈকে হাতে হাতে জোঁৰ লৈ এক বৃহৎ সমদল বাহিৰ কৰে কৃষক সংগঠনটোৱে।

Apply Now

কৃষক নেতা অখিল গগৈৰ নেতৃত্বত উলিওৱা এই জোঁৰ সমদল কাৰ্য্যসূচীত কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ উদয়াদিত্য ভৰালী, উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ অৰূপ বৰবৰুৱাকে ধৰি অন্য বহু বিশিষ্ট লোক উপস্থিত থাকে।

জোৰ সমদলৰ আৰম্ভণিতে সংবাদ মাধ্যমৰ আগত নাগৰিকত্ব বিধেয়ক কেতিয়াও মানি লোৱা নহ’ব বুলি মন্তব্য কৰে গগৈয়ে। লগতে বিধেয়ক মানি ল’ব খোজা অগপ নেতৃত্বকো সমালোচনা কৰে অখিল গগৈয়ে।

গগৈয়ে কয় ‘নাগৰিকত্ব সংশোধনী বিধেয়ক কেতিয়াও মানি লোৱা নহয়। যি কথাই নহওঁক আমি কেতিয়াও কেন্দ্ৰীয় চৰকাৰক নাগৰিকত্ব সংশোধনী বিধেয়ক আনিবলৈ অনুমতি দিব নোৱাৰো। এই বিধেয়ক সংবিধান বিৰোধী, সাম্প্ৰদায়িক আৰু এই বিধেয়কে অসমীয়া জাতিক ভাঙি তচনচ কৰি পেলাব। বিধেয়ক আহিলে অসমত থকা ২০ লাখ বিদেশীয়ে নাগৰিকত্ব পাব আৰু বাংলাদেশৰ পৰা অহা ১ কোটি ৭০ লাখ বিদেশীয়ে নতুনকৈ নাগৰিকত্ব পাব।’

ইপিনে, অতুল বৰাই আজি নাগৰিকত্ব সংশোধনী বিধেয়কৰ পূৰ্ণ সমৰ্থনত আগবঢ়োৱা মন্তব্যৰ বিৰোধিতা কৰি কৃষক নেতাজনে কয় ‘অতুল বৰাৰ বক্তব্যক নিন্দা কৰিছো। অতুল বৰাৰ বক্তব্যই অসমীয়া জাতিৰ প্ৰতি বেয়া সংকেত কঢ়িয়াই আনিছে। অসম গণ পৰিষদে দিল্লী আৰু নাগপুৰৰ ওচৰত আত্ম সমৰ্পন কৰিলে। অগপই অসমীয়া জাতিৰ শত্ৰুৰ পক্ষত থিয় দিলে।’

‘অগপ যদি তেওঁলোকৰ বৰ্তমানৰ অসম বিৰোধী স্থিতিৰ পৰা ঘুৰি নাহে তেন্তে তেওঁলোকৰ বিৰুদ্ধেও সংগ্ৰাম গঢ়ি তুলিবলৈ বাধ্য হ’ম,’ গগৈয়ে এইদৰে কয়।

আনহাতে, প্ৰতিবাদত অংশগ্ৰহণ কৰি প্ৰাক্তন ন্যায়াধীশ অৰূপ বৰবৰুৱাই অগপৰ নেতৃত্বৰ স্থিতিক সমালোচনা কৰি কয় ‘অগপৰ তিনি মন্ত্ৰীকে ধৰি অন্যান্য নেতৃবৰ্গ ইতিমধ্যে বিক্ৰী গৈছে। তেওঁলোকে অসমৰ অস্তিত্বৰ বিৰুদ্ধে কাম কৰিবলৈ আৰম্ভ কৰিছে। অগপ যাতে ঘৰ বিভীষণৰ ৰূপ নলয়, তাৰ বাবে সকিয়াই দিছো।’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

September 8, 2026 10:04 pm
মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

September 8, 2026 9:26 pm
হাউচফুল! ‘বুক মাই শ্ব’ত মাত্ৰ এঘণ্টাতে শেষ প্ৰধানমন্ত্ৰীৰ জনসভাৰ টিকট, ৱেটিং লিষ্টত আছে ৪২ হাজাৰ লোক!

হাউচফুল! ‘বুক মাই শ্ব’ত মাত্ৰ এঘণ্টাতে শেষ প্ৰধানমন্ত্ৰীৰ জনসভাৰ টিকট, ৱেটিং লিষ্টত আছে ৪২ হাজাৰ লোক!

September 8, 2026 8:23 pm
বিবাহবিচ্ছেদ হ’লে কন্যা সন্তানে লাভ কৰিব ‘পৰিয়াল পেঞ্চন’ : ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

বিবাহবিচ্ছেদ হ’লে কন্যা সন্তানে লাভ কৰিব ‘পৰিয়াল পেঞ্চন’ : ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

September 8, 2026 7:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

September 8, 2026 10:04 pm
মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

September 8, 2026 9:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd