DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

খিলঞ্জীয়াক ভূমি পট্টা প্ৰদানৰ দাবীৰে চচলত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 13, 2019 2:26 pm
WhatsApp Image 2019-09-13 at 1.13.00 PM

চচলত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

4.5k
VIEWS
Share on FacebookShare on Twitter

অসমৰ খিলঞ্জীয়া নাগৰিকক ভূমি পট্টা প্ৰদানৰ দাবীত চচলত আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

প্ৰতিবাদকাৰী সকলে গুৱাহাটীৰ চৰকাৰী মাটি, পাহাৰ, জলাশয়ৰ পাৰ, গ্ৰাণ্ট আদিত বসবাস কৰা থলুৱা লোকসকলক শীঘ্ৰে ভূমি পট্টা প্ৰদানৰ দাবীৰে অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে।

কৃষক মুক্তিৰ নেতৃত্বত প্ৰতিবাদকাৰীসকলে ‘‘তেজ দিম মাটি নিদিওঁ, বহিৰাগতক মাটি দিয়া বন্ধ কৰক, ৰামদেৱক মাটিৰ পট্টা কিয় দিব?’’ আদি শ্লোগানেৰে উত্তাল কৰি তোলে চচলৰ ধৰ্ণাস্থল।

প্ৰতিবাদত অংশ লৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য্য কোঁৱৰে ২০১১ চনৰ জুনত দিছপুৰত ভূমি অধিকাৰ বিচাৰি পাঁচ জন লোক চহিদ হোৱাৰ পাছতো বৰ্তমানলৈ গুৱাহাটীৰ থলুৱা লোকে ভূমি পট্টা নাপালে বুলি মন্তব্য কৰে।

বহু আন্দোলন, চৰকাৰৰ সৈতে আলোচনাৰ পাছতো চৰকাৰে তেওঁলোকৰ দাবী মানি নহলে বুলি অভিযোগ কৰি নৰ্থ-ইষ্ট নাওৰ মাধ্যমেৰে সোণোৱাল চৰকাৰক ভূমিহীন লোকক ভূমি পট্টা প্ৰদানৰ বাবে দাবী জনায়।

আনহাতে, প্ৰতিবাদস্থলীত শেষৰফালে কিছুসংখ্যক প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতিৰ সৃষ্টি হয়।

প্ৰতিবাদকাৰীসকলে বেৰিকেড ভাঙি আগবাঢ়ি আহিবলৈ চেষ্টা কৰাৰ সময়ত নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষীয়ে বাধা দিয়াৰ ফলতে হতাহতিৰ সৃষ্টি হয়।

পৰৱৰ্তী সময়ত উপ আৰক্ষী আয়ুক্ত অঞ্জন ভূঞা প্ৰতিবাদস্থলীত উপস্থিত হৈ পৰিস্থিত নিয়ন্ত্ৰণ কৰাৰ লগতে প্ৰতিবাদকাৰী সকলে মুখ্য মন্ত্ৰীলৈ দিয়া স্মাৰক পত্ৰ গ্ৰহণ কৰে।

Recent News

Eknath Shinde camp donates: মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ একনাথ সিন্দেৰ নেতৃত্বৰ মহাৰাষ্ট্ৰৰ বিদ্ৰোহী বিধায়ক শিৱিৰৰ ৫১ লাখ টকা

Eknath Shinde camp donates: মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ একনাথ সিন্দেৰ নেতৃত্বৰ মহাৰাষ্ট্ৰৰ বিদ্ৰোহী বিধায়ক শিৱিৰৰ ৫১ লাখ টকা

building collapses in Mumbai

মুম্বাইত খহি পৰিল চাৰিমহলীয়া অট্টালিকা: নিহত ১৯ জন, ১৫ গৰাকী আহত

Maharashtra Crisis

শক্তিপীঠ কামাখ্যাত মহাৰাষ্ট্ৰৰ বিসম্বাদী নেতা একনাথ সিন্দে: আজিয়ে মহাৰাষ্ট্ৰলৈ উভতাৰ সম্ভাৱনা

lightning strikes in Bihar

বিহাৰত প্ৰকৃতিৰ তাণ্ডৱ লীলা: ধুমুহা-বজ্ৰপাতে প্ৰাণ ল’লে ১৬ জনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd