• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লক্ষ্ণৌৰ হাতৰ পৰা দিল্লীৰ বাবে জয় কাঢ়ি অনা কোন এই আশুতোষ ‘ইমপেক্ট’ শৰ্মা? জানেনে তেওঁৰ পৰিচয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 25, 2025 12:46 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে নিশা আই পি এলৰ ক্ৰিকেট অনুৰাগীয়ে চলিত ছিজনৰ প্ৰথমখন উত্তেজনাপূৰ্ণ মেচ প্ৰত্যক্ষ কৰে। আশুতোষ শৰ্মাই প্ৰায় এককভাৱে লক্ষ্ণৌৰ হাতৰ পৰা মেচখন কাঢ়ি লৈ ​​দিল্লীৰ ভাগ্য সলনি কৰিলে।

আশুতোষৰ ৩১টা বলত ৬৬ ৰানৰ দুৰ্দান্ত ইনিংছে ২৬ বছৰীয়া বেটছমেনগৰাকীৰ নামত ফিনিছাৰৰ খিতাপ সংযোজন কৰিলে।

Apply Now

২২ গজত ইয়াৰ পূৰ্বেও ইমপেক্ট প্লেয়াৰ হিচাপে আশুতোষ শৰ্মাৰ প্ৰদৰ্শন দেখা গৈছে। পঞ্জাৱৰ জাৰ্চি পিন্ধা শশাংক সিঙক লৈ তেওঁ পঞ্জাৱ কিংছক জয়ৰ দিশে আগুৱাই লৈ গৈছিল। কিন্তু এই ছিজনত পঞ্জাবে তেওঁক চুক্তিবদ্ধ নকৰাৰ বাবে দিল্লী কেপিটেলে ষ্ট্ৰেটেজিক মুভত আশুতোষক নিলামত লৈ যায়।

সোমবাৰে যেতিয়া দিল্লীৰ ‘শৰ্মাজী কা বেটা’ ক্ৰীজলৈ আহিছিল, তেতিয়া স্ক’ৰব’ৰ্ডত ৬৫ ৰানত ৫ টা উইকেট আছিল। তেতিয়া কাগজে কলমে থকা তাৰকা বেটছমেনসকল ড্ৰেছিং ৰুমলৈ উভতি আহিছে। এল এছ জিৰ ২১০ ৰানৰ লক্ষ্য খেদি অক্ষৰ পেটেলৰ দিল্লীয়ে ৫টা উইকেট হেৰুৱাই সংগ্ৰাম কৰি আছিল। সেই সময়ত ইমপেক্ট প্লেয়াৰ শৰ্মা খেলপথাৰলৈ আহিছিল।

জয়ৰ গোন্ধ পাই লক্ষ্ণৌৰ আত্মবিশ্বাস তুংগত আছিল। তাৰ পৰাই আশুতোষে লাষ্ট অভাৰৰ থ্ৰিলাৰলৈ মেচখন টানি আনে। তেওঁৰ বেটিঙৰ পৰাক্ৰমতে ৩টা বল বাকী থকা অৱস্থাত দিল্লীয়ে মেচখনত জয়লাভ কৰে। আশুতোষক যোগ্য সংগ দিয়ে ট্ৰিষ্টান ষ্টাবছ আৰু ভিপৰাজ নিগমে।

আশুতোষ শৰ্মাৰ জন্ম হৈছিল ১৯৯৮ চনৰ ১৫ ছেপ্টেম্বৰত মধ্যপ্ৰদেশৰ ৰাটলামত। এইগৰাকী প্ৰতিভাৱান ক্ৰিকেটাৰে ৰাটলামত অধ্যয়ন কৰিছিল যদিও পিছলৈ ইন্দোৰলৈ গুচি যায়। চন্দ্ৰকান্তে পণ্ডিতৰ পৰা ক্ৰিকেটৰ প্ৰশিক্ষণ লৈছিল। অৱশ্যে প্ৰথম ক্ৰিকেটৰ পাঠ লৈছিল মেন্টৰ ভূপেন চৌহানৰ ওচৰত। ২০২৩ চনত ৰে’লৱেৰ হৈ খেলাৰ সুযোগ পাইছিল আশুতোষে।

ইয়াৰ পিছত ২০২৪ চনত আই পি এলত পোৱা এটা সুযোগে আশুতোষৰ জীৱন সলনি কৰি পেলালে। প্ৰথম নিলামত তেওঁৰ দাম আছিল মাত্ৰ ২০ লাখ টকা। পঞ্জাৱৰ হৈ আশুতোষৰ স্ক’ৰ আছিল ১১খন মেচত ১৮৯ ৰান।

ইয়াতেই শেষ নহয়, ভাৰতীয় ক্ৰিকেটাৰ হিচাপেও তেওঁৰ নামত এটা অভিলেখ আছে। টি-২০ত মাত্ৰ ১১টা বলত অৰ্ধশতক অৰ্জন কৰি তেওঁ এক অভিলেখ গঢ়ি তুলিছিল। ক্ৰিকেট বিশেষজ্ঞৰ মতে আই পি এলৰ অন্যতম আৱিষ্কাৰ হ’বলৈ গৈ আছে আশুতোষ শৰ্মা। সোমবাৰে নিশাৰ পিছত ক্ৰিকেট জগতে তেওঁক আশুতোষ ‘ইমপেক্ট’ শৰ্মা বুলি অভিহিত কৰি আহিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

October 15, 2026 8:55 am
চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

October 15, 2026 7:38 am
দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

October 15, 2026 8:55 am
চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

October 15, 2026 7:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd