• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হৃদযন্ত্ৰৰ স্বাস্থ্য: কেনেকৈ আপোনাৰ হৃদযন্ত্ৰৰ যতন ল’ব জানো আহক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 5, 2025 8:05 am
19
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মানুহৰ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগসমূহৰ ভিতৰত অন্যতম হৈছে হৃদযন্ত্ৰ। হৃদযন্ত্ৰৰ সুস্থতা শৰীৰৰ সামগ্ৰিক সুস্থতাৰ বাবে অতি প্রয়োজনীয়। সম্প্ৰতি হৃদযন্ত্ৰৰ অসুস্থতা বিশ্বজুৰি মৃত্যুৰ এক অন্যতম কাৰণ হৈ পৰিছে। সেয়ে, হৃদযন্ত্ৰ সুস্থ কৰি ৰখটো অতি গুৰুত্বপূৰ্ণ। হৃদযন্ত্ৰৰ যতন ল’বৰ বাবে প্ৰয়োজনীয় কিছুমান দিশ এনেধৰণৰ-

সুষম আৰু পুষ্টিকৰ আহাৰ

Apply Now

হৃদযন্ত্ৰৰ সুস্থতা ৰক্ষা কৰাৰ বাবে সুষম আৰু পুষ্টিকৰ আহাৰ গ্ৰহণ কৰাটো অতি প্রয়োজনীয়-

সেউজীয়া শাক-পাচলি: শাক-পাচলিত প্ৰচুৰ পৰিমাণে ভিটামিন, মিনেৰেল আৰু এন্টিঅক্সিডেণ্ট থাকে যিয়ে হৃদ ৰোগৰ পৰা ৰক্ষা কৰে।

ফলমূল: ফলমূলত থকা ফাইবেৰ, ভিটামিন আৰু এন্টিঅক্সিডেণ্টে হৃদয়ৰ স্বাস্থ্য ৰক্ষাত সহায় কৰে।

গোটা শস্য: অটছ, ব্ৰাউন ৰাইছ, যৱ আদি গোটা শস্য হৃদযন্ত্ৰৰ বাবে উপকাৰী।

স্বাস্থ্যকৰ চৰ্বি: অলিভ অয়েল, আভাকাডো, বাদাম আদিত থকা চৰ্বি হৃদযন্ত্ৰৰ বাবে উপকাৰী।

নিয়মীয়া শাৰীৰিক কাৰ্যকলাপ

নিয়মীয়া শাৰীৰিক কাৰ্যকলাপ হৃদযন্ত্ৰৰ সুস্থ ৰক্ষাৰ বাবে অতি প্রয়োজনীয়। ব্যায়ামে হৃদযন্ত্ৰৰ পেশী শক্তিশালী কৰে, ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, ক’লেষ্টেৰলৰ মাত্ৰা কমায় আৰু শৰীৰৰ ওজন নিয়ন্ত্ৰণতো সহায় কৰে। প্ৰতিদিনে কমেও ৩০ মিনিটৰ বাবে মধ্যমীয়া শাৰীৰিক কাৰ্যকলাপ যেনে খোজ কঢ়া, জগিং, সাতুৰা বা সাইকেল চলোৱা আদি কৰিব লাগে।

ধূমপান আৰু মদ্যপান ত্যাগ

ধূমপান হৃদ ৰোগৰ এক প্ৰধান কাৰণ। ধূমপানে ৰক্তনলীসমূহ সংকুচিত কৰে আৰু হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা হ্ৰাস কৰে। গতিকে হৃদযন্ত্ৰৰ সুৰক্ষা কৰাৰ বাবে ধূমপান সম্পূৰ্ণৰূপে ত্যাগ কৰিব লাগে। একেদৰে, অতিমাত্ৰা মদ্যপানো হৃদযন্ত্ৰৰ বাবে ক্ষতিকাৰক। সেয়ে মদ্যপানৰ পৰিমাণো নিয়ন্ত্ৰণ কৰিব লাগে।

মানসিক চাপ নিয়ন্ত্ৰণ

মানসিক চাপেও হৃদযন্ত্ৰৰ ওপৰত  গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়। দীৰ্ঘদিনীয়া মানসিক চাপে ৰক্তচাপ বৃদ্ধি কৰে আৰু হৃদয়ৰ ৰোগৰ সম্ভাৱনাও বৃদ্ধি কৰে। গতিকে মানসিক চাপ নিয়ন্ত্ৰণ কৰাটো অতি প্রয়োজনীয়। ধ্যান, যোগাভ্যাস,ব্যায়াম আদিৰ দ্বাৰা মানসিক চাপ নিয়ন্ত্ৰণ কৰিব পাৰি।

নিয়মীয়া স্বাস্থ্য পৰীক্ষা

হৃদযন্ত্ৰৰ সুস্থ ৰাখিবৰ বাবে নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰাটো অতি প্রয়োজনীয়। ৰক্তচাপ, ক’লেষ্টেৰলৰ মাত্ৰা, ৰক্তৰ শৰ্কৰাৰ মাত্ৰা আদি নিয়মীয়া পৰীক্ষা কৰি হৃদযন্ত্ৰৰ অৱস্থাৰ বিষয়ে জানিব পাৰি। চিকিৎসকৰ পৰামৰ্শ অনুসৰি প্রয়োজনীয় চিকিৎসা আৰু জীৱনশৈলী পৰিৱৰ্তন কৰিব লাগে।

ওজন নিয়ন্ত্ৰণ

অতিমাত্ৰা ওজনো হৃদযন্ত্ৰৰ ৰোগৰ এক প্ৰধান কাৰণ। ওজন বৃদ্ধিৰ লগে লগে হৃদযন্ত্ৰৰ ওপৰতো চাপ বৃদ্ধি হয় আৰু ৰক্তচাপ, ক’লেষ্টেৰল আদিৰ সমস্যাই দেখা দিয়ে। গতিকে সুস্থ হৃদযন্ত্ৰৰ বাবে শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰাটো অতি প্রয়োজনীয়।

পৰ্যাপ্ত পৰিমাণৰ টোপনি

টোপনিও হৃদযন্ত্ৰৰ  বাবে অতি প্রয়োজনীয়। পৰ্যাপ্ত পৰিমাণৰ টোপনি নহ’লেও ৰক্তচাপ বৃদ্ধি পায় আৰু হৃদ ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। প্ৰতিদিনে কমেও ৭-৮ ঘণ্টা টোপনি হৃদযন্ত্ৰৰ বাবে প্রয়োজন।

গতিকে হৃদয়ৰ স্বাস্থ্যৰ প্ৰতি সদসচেতন হোৱা আৰু প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাটো অতি প্রয়োজন।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাহৰণিৰ গৰ্ভত থকা ইতিহাস: আমেৰিকাৰ স্বাধীনতাত মহীশূৰৰ হাইদৰ আলী আৰু টিপু চুলতানৰ অৱদান

পাহৰণিৰ গৰ্ভত থকা ইতিহাস: আমেৰিকাৰ স্বাধীনতাত মহীশূৰৰ হাইদৰ আলী আৰু টিপু চুলতানৰ অৱদান

July 4, 2026 5:19 pm
পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

July 4, 2026 3:56 pm
কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

July 4, 2026 3:09 pm
উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

July 4, 2026 2:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাহৰণিৰ গৰ্ভত থকা ইতিহাস: আমেৰিকাৰ স্বাধীনতাত মহীশূৰৰ হাইদৰ আলী আৰু টিপু চুলতানৰ অৱদান

পাহৰণিৰ গৰ্ভত থকা ইতিহাস: আমেৰিকাৰ স্বাধীনতাত মহীশূৰৰ হাইদৰ আলী আৰু টিপু চুলতানৰ অৱদান

July 4, 2026 5:19 pm
পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

July 4, 2026 3:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd