• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাৰ্ট এটেকৰ ৬টা লক্ষণ আৰু হাৰ্ট এটেক হ’লে লগে লগে কি কৰিব লাগে, জানি লওক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 25, 2025 8:29 am
236
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাৰ্ট এটেক হৈছে এক প্ৰকাৰৰ চিকিৎসা জৰুৰীকালীন অৱস্থা; সময়মতে চিকিৎসাৰ ব্যৱস্থা নকৰিলে বা চিকিৎসালয়ত ভৰ্তি নকৰিলে মৃত্যুৰ আশংকা থাকিব পাৰে। এই কাৰণেই হাৰ্ট এটেকৰ প্ৰতি সচেতন হোৱাটো জৰুৰী। কিছুমান আগতীয়া লক্ষণ বা বিপদৰ লক্ষণ আছে যিবোৰৰ বিষয়ে আপুনি সচেতন হ’ব লাগে, আৰু যদি দেখা দিয়ে তেন্তে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

১) বুকুৰ বিষ

Apply Now

শেহতীয়া এক অধ্যয়নত দেখা গৈছে যে ইয়াত অংশগ্ৰহণ কৰা প্ৰায় ৪০ শতাংশ হাৰ্ট এটেক ৰোগীৰ দীৰ্ঘদিনীয়া বিষ আৰু ৬৮ শতাংশৰ অলপ দিন আগৰ পৰা সামান্য বিষ আছিল। গতিকে বুকুৰ বিষক সহজভাৱে লোৱা উচিত নহয়।

২) বুকুৰ গধূৰ ভাৱ

একেটা অধ্যয়নতে দেখা গৈছে যে ৪৪ শতাংশ ৰোগীৰ বুকুত গধুৰ অনুভৱ হয়। বুকুত চাপ বা অস্বস্তি অনুভৱ কৰাকে ধৰি ৰোগীয়ে বুকুৰ গধুৰতা বিভিন্ন ধৰণে প্ৰকাশ কৰে। বহু লোকে গধুৰ কাম কৰাৰ পিছত, খৰখেদাকৈ খোজ কঢ়াৰ পিছত বা চিৰি বগাই যোৱাৰ পিছত বুকুত গধুৰতা অনুভৱ কৰিব পাৰে।

৩) বুকুৰ ধপধপনি

একেটা অধ্যয়নতে ৪২ শতাংশ ৰোগীৰ পূৰ্বতে ধপধপনিৰ লক্ষণ দেখা গৈছিল। গতিকে এইটোও এটা গুৰুত্বপূৰ্ণ সতৰ্কবাণী। এনে অৱস্থাত ৰোগীয়ে অনুভৱ কৰে যে হৃদস্পন্দন অতি বেগেৰে উঠানমা কৰিছে। বহুতে মাজে মাজে হৃদস্পন্দন মিছৰ কথাও কয়।

৪) শ্বাসকষ্ট বা হেপাই ফোপাই যোৱা

এইটোও এটা গুৰুত্বপূৰ্ণ সতৰ্কবাণী। বহুতে কয় যে গধুৰ কাম কৰিবলৈ যাওঁতে হেপাই ফোপাই যোৱা এই কথাটো সহজভাৱে ল’ব নালাগে। জিৰণি লোৱাৰ সময়তো বহু লোকৰ এনে হ’ব পাৰে।

৫) বুকু জ্বলাপোৰা কৰা

বুকু জ্বলাপোৰাৰ কথা শুনিলে বহুতেই গেষ্ট্ৰিক সমস্যাৰ কথা মনলৈ আনে আৰু দিনৰ পিছত দিন গেছৰ ঔষধ খায়। বেছিভাগ ক্ষেত্ৰতে গেছৰ সমস্যা হ’লেও যদি ঔষধে কাম কৰা নাই, তেন্তে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

৬) দুৰ্বলতা বা অৱসাদ

দুৰ্বলতা বা ভাগৰুৱা হোৱা বহু সমস্যা বা ৰোগৰ প্ৰাৰম্ভিক লক্ষণ। অধ্যয়নত দেখা গৈছে যে বহু হাৰ্ট এটেকৰ ৰোগীয়ে আৰম্ভণিতে এই ধৰণৰ ভাগৰ অনুভৱ কৰে। গতিকে এইটোও বিপদৰ লক্ষণ হ’ব পাৰে।

ইয়াৰ উপৰিও আন কিছুমান লক্ষণ বা বিপদৰ লক্ষণো মনত ৰাখিব লাগিব। যেনে মূৰ ঘূৰোৱা, ভৰি ফুলা বা গধুৰ হোৱা, বমি, অনিদ্ৰা, উদ্বেগ আদি। এইবোৰ অৱশ্যে প্ৰথম ছটাৰ দৰে সাধাৰণ নহয়। এতিয়ালৈকে দেখা গৈছে যে পুৰুষতকৈ মহিলাৰ আগতীয়া লক্ষণ বা সতৰ্কবাণী পোৱাৰ সম্ভাৱনা বেছি। অৱশ্যে এই কথা নিশ্চিত কৰিবলৈ অধিক গৱেষণাৰ প্ৰয়োজন।

বহু ৰোগীৰ কোনো সতৰ্কবাণী নোহোৱাকৈ হঠাতে হাৰ্ট এটেক হয়। তেওঁলোকৰ বহুতেই এই বিপদৰ লক্ষণবোৰ বুজি নাপায় বা আওকাণ কৰে। যিহেতু হাৰ্ট এটেকে মৃত্যুৰ আশংকা কঢ়িয়াই আনে, গতিকে এই কাৰকসমূহৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব।

হাৰ্ট এটেক হ’লে তৎক্ষণাত কি কৰিব লাগে

হাৰ্ট এটেকত হঠাৎ মৃত্যু। আশে-পাশে হঠাৎ হাৰ্ট এটেকত হোৱা মৃত্যুৰ খবৰ প্ৰায়ে শুনা যায়। কিন্তু বেছিভাগ ক্ষেত্ৰতে হাৰ্ট এটেকৰ আগতে শৰীৰে সংকেত প্ৰেৰণ কৰে। প্ৰথমতে বুকুৰ সামান্য বিষৰ সৈতে অস্বস্তিৰ সৃষ্টি হয়। বেছিভাগ সময়তে হাৰ্ট এটেক হ’লে বুকুৰ মাজত চাপৰ দৰে অনুভৱ হয়। বিষটো কেইমিনিটমানৰ বাবে থাকে। কেতিয়াবা বিষ নাইকিয়া হৈ ঘূৰি আহে।

এক অস্বস্তিকৰ চাপ আৰু জোকাৰণি অনুভৱ কৰা হয়। কেতিয়াবা পিঠি, ডিঙি,  পেটত অস্বস্তিৰ সৃষ্টি হয়। উশাহ লোৱাত কষ্ট পোৱাৰ লগতে বুকুত অস্বস্তিৰ সৃষ্টি হয়। ঘামচৰ ফলত শৰীৰ ঠাণ্ডা পৰি যোৱা আৰু বমি হ’ব পাৰে।

লক্ষণসমূহ বুজি পাই আৰু ক্ষন্তেকীয়া ব্যৱস্থা গ্ৰহণ কৰিলে বৃহৎ ক্ষতিৰ পৰা হাত সাৰিব পাৰি। মূলতঃ হাৰ্ট এটেক তেতিয়া হয় যেতিয়া হৃদযন্ত্ৰই অপৰ্যাপ্ত আৰু অনিয়মিতভাৱে তেজ পাম্প কৰে। উচ্চ ৰক্তচাপ, ডায়েবেটিছ, ধূমপান, অস্বাস্থ্যকৰ জীৱনশৈলী, মানসিক চাপ আদি বহু কাৰণত হাৰ্ট এটেক হ’ব পাৰে।

হঠাৎ হাৰ্ট এটেক হ’লে ভয় নকৰিব। সোনকালে, জোৰকৈ, আৰু সঘনাই কাহিব লাগে, যাতে কাহৰ লগত কফ ওলাই যায়। প্ৰতিটো কাহৰ আগতে দীঘলকৈ উশাহ লওক। এনেদৰে সঘনাই কাহ আৰু দীঘলীয়া শ্বাস লব – প্ৰতি দুমিনিটৰ মূৰে মূৰে।

ইয়াৰ ফলত আপোনাৰ হৃদযন্ত্ৰই অধিক নিয়মিতভাৱে তেজ চলাচল কৰাত সহায় কৰিব। ইয়াৰ দ্বাৰা ৰোগীজনক চিকিৎসালয়লৈ নিয়াৰ পূৰ্বে যথেষ্ট সহায় লাভ কৰিব। কাৰণ গভীৰভাৱে উশাহ-নিশাহ ল’লে আমাৰ শৰীৰত অক্সিজেন পৰিবহণ বৃদ্ধি পায়, আৰু সঘনাই কাহৰ ফলত বুকুত সৃষ্টি হোৱা চাপে হৃদযন্ত্ৰক পৰ্যাপ্ত আৰু নিয়মিতভাৱে তেজ চলাচল কৰিবলৈ প্ৰস্তুত কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd