• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ওজন কমোৱাৰ ৭টা সহজ টিপছ, নিশাৰ আহাৰ খোৱাৰ আগতে অৱশ্যেই মনত ৰাখিব এইবোৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 16, 2025 7:42 am
222
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমি ওজন কমাবলৈ বিভিন্ন ডায়েট প্লেন মানি চলোঁ। বহুতে স্বাস্থ্যসন্মত খাদ্য খাই দিনটো আৰম্ভ কৰে। দিনটো আগবাঢ়ি যোৱাৰ লগে লগে মানুহে অধিক কেলৰি সমৃদ্ধ, মিঠা খাদ্য খাবলৈ আৰম্ভ কৰে। বেছিভাগ মানুহেই নিশাৰ আহাৰত অস্বাস্থ্যকৰ খাদ্য খায়। অতিমাত্ৰা খাদ্য খোৱাৰ ফলত ওজন কমাবলৈ অসুবিধা হয়। ইয়াত আপুনি খাদ্য খোৱাৰ সময়ত ওজন কমাবলৈ কৰিব পৰা কেইটামান কামৰ বিষয়ে কোৱা হৈছে।

• ওজন কমাবলৈ কেলৰিৰ সীমা নিৰ্ধাৰণ কৰিব লাগে। ৰাতি দুগৰাহ কমকৈ খাওক। অতিমাত্ৰা খাব নালাগে। যিমান পাৰি পুষ্টিকৰ আৰু লঘু আহাৰ গ্ৰহণ কৰক।

Apply Now

• ৰন্ধা-বঢ়া কৰাৰ সময়ত ব্যৱহাৰ কৰা তেলৰ কেলৰিৰ পৰিমাণ পৰীক্ষা কৰক। দুপৰীয়া আৰু ৰাতিৰ আহাৰত ভজা খাদ্য বেছিকৈ খালে কেতিয়াও ওজন কমি নাযায়। অলিভ অইল হওক, নাৰিকল তেল হওক বা আন যিকোনো তেলেই হওক, খাদ্যত তেলৰ পৰিমাণ কম ৰাখিব লাগে।

• দুপৰীয়া আৰু ৰাতিৰ আহাৰ গ্ৰহণৰ মাজত আমি কি আৰু কিমান খাওঁ তাৰ প্ৰভাৱ আমাৰ ওজনৰ ওপৰত পৰে। দুপৰীয়াৰ আহাৰ আৰু ৰাতিৰ আহাৰত মাজত বেছি সময় ল’লে ভোক বৃদ্ধিৰ বাবে ৰাতি বেছিকৈ খাবলৈ আৰম্ভ কৰিব। গতিকে সন্ধিয়া সময়ত সময়মতে আহাৰ খাওক।

• বহু সময়ত মানুহে খোৱাপানীৰ গুৰুত্ব বুজি নাপায়। পানীয়ে আমাক কেৱল হাইড্ৰেইড কৰি ৰখাই নহয়, ই আমাক ৰোগৰ পৰা আঁতৰি থাকিবলৈ আৰু কম খাদ্য খোৱাতো সহায় কৰে। খাদ্য খোৱাৰ ৩০ মিনিট আগতে এগিলাচ পানী খাব লাগে।

• খাদ্য সদায় শান্ত মনেৰে খাব লাগে। খোৱাৰ সময়ত কেতিয়াও টিভি নাচাব। ফলত আমাৰ পেটটো কেতিয়া ভৰি পৰে গম নাপাও আৰু শেষত প্ৰয়োজনতকৈ বেছি খাদ্য খাই পেলোৱা হয়। সাৱধানে খাদ্য গ্ৰহণ কৰিলে কেলৰি গ্ৰহণ নিয়ন্ত্ৰণ কৰিব পাৰি।

• শুবলৈ যোৱাৰ ২ ঘণ্টা আগতে ৰাতিৰ আহাৰ শেষ কৰক। যদি আপোনাৰ ওজন কমাব লাগে তেন্তে নিয়মীয়াকৈ সন্ধিয়া ৭ বজাৰ ভিতৰত আহাৰ খাওক আৰু তাৰ পিছত সময় লৈ শুই যাওক। দেৰিকৈ খাদ্য খোৱাৰ পিছত শুবলৈ গ’লে ওজন কমি নাযায়।

• এক অধ্যয়নত দেখা গৈছে যে আলু খোৱাটোৱে আন কাৰ্বহাইড্ৰেটতকৈ পেট অধিক ভৰপূৰ কৰে। আলু খালে মোটা হ’ব পাৰে বুলি এটা ভুল ধাৰণা আছে। বৰঞ্চ ইয়াত প্ৰচুৰ পৰিমাণে আঁহ আৰু ভাল মানৰ কাৰ্বহাইড্ৰেট থাকে। মাত্ৰ কমকৈ খাব লাগে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd