DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 11, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Benefits of the raw Mangoes: কেঁচা আম খাবলৈ বৰ জুতি; কিন্তু কেঁচা আমৰ উপকাৰিতাৰ বিষয়ে জানেনে?

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
June 28, 2022 2:48 pm
149
VIEWS
Share on FacebookShare on Twitter

Benefits of the raw mangoes আম হ’ল গ্ৰীষ্মকালীন ফল। সৰু-বৰ সকলো বয়সৰ মানুহে আম খাই বৰ ভাল পায়। বিশেষকৈ কেঁচা আম চকলিয়াই কাটি তাতে নিমখ মিঠা তেল, জলকীয়া আদি সানি খাই বৰ তৃপ্তি লাগে।

কেঁচা আমৰ সুগন্ধত দেহ মন সতেজতাৰে ভৰি পৰে। কিন্তু কেঁচা আমৰ স্বাস্থ্যৰ পক্ষে উপকাৰিতাৰ কথা আপুনি জানেনে?

কেঁচা আমত প্রটিন, কার্ব’হাইড্রেট, ভিটামিন চি, মিনাৰেল থকাৰ ওপৰিও প্ৰচুৰ পৰিমাণে পানী থাকে যাৰ ফলত বহু ৰোগ নোহোৱা হয়।

Also Read: Benefits of Mother’s milk : মাকৰ গাখীৰ সন্তানৰ বাবে কিমান উপযোগী আপুনি জানেনে?

কেঁচা আমে আপোনাৰ শৰীৰৰ বাবে প্রয়োজনীয় ভিটামিন চিৰ যোগান ধৰে। স্কার্ভি, এনেমিয়া আৰু দাঁতৰ আলুৰ পৰা তেজ ওলোৱা ৰোধ কৰে।ই দাঁতৰ আলুৰ পৰা তেজ ওলোৱা বন্ধ কৰাৰ উপৰিও নিঃশ্বাসৰ সময়ত দুর্গন্ধ আৰু দাঁতৰ ক্ষয় ৰোধ কৰে।

বিশেষ কৰি গর্ভৱতী মহিলাৰ পুৱাই শুই উঠি পোৱা অসুস্থতা দূৰ কৰাত সহায় কৰে কেঁচা আমে।

Also Read: Health Benefits of Cucumber : উপকাৰিতাৰ বিষয়ে জানেনে? আহকচোন চাওঁ কিমান উপকাৰী তিয়ঁহ

গ্রীষ্মকালত চালৰ প্ৰধান শত্রু হল ঘামচি। ঘামচিৰ বিৰুদ্ধে যুদ্ধ কৰাৰ সকলোতকৈ ভাল উপায় হল কেঁচা আম, কাৰণ কেঁচা আম খালে ঘামৰ মাত্রা কমি যায়। অতিৰিক্ত ঘামি যোৱাৰ ফলত শৰীৰত ছ’ডিয়াম ক্লোৰাইড আৰু আয়ৰণ কমি যায় সেয়েহে এই প্রক্রিয়াক প্রতিৰোধ কৰিবলৈ কেঁচা আম খোৱাটো জৰুৰী।

কাৰোবাৰ যদি লিভাৰৰ ৰোগ আছে তেনেহলে লিভাৰ ৰোগ নিৰাময় কৰা প্ৰাকৃতিক উপায় হ’ল কেঁচা আম। কেঁচা আমত আলফা কেৰ’টিন ও বিটা কেৰ’টিনৰ দৰে ফ্লেভানয়েড সমৃদ্ধ হৈ থাকে। এই সকলো উপাদানে দৃষ্টিশক্তি ভালে ৰখাৰ ওপৰিও দৃষ্টিশক্তিৰ উন্নতি ঘটায়।

তদুপৰি, পকা আমতকৈ কেঁচা আমত মিঠা কম থাকে বাবে ই কেলৰি কমোৱাত সহায় কৰে। কেঁচা আম মধুমেহ ৰোগীসকলৰ বাবেও কার্যকৰী। ইয়াক খালে মধুমেহ ৰোগৰ স্তৰ নিয়ন্ত্রণত থাকে।

কেঁচা আম নিয়মিত খালে চুলিৰ ৰং ক’লা ৰাখে আৰু ছালক দাগহীন আৰু উজ্জ্বল কৰি ৰখাত সহায় কৰে।

Recent News

Nayanmoni Saikia: মেডেলটো পোৱাৰ পাছত মই কষ্টখিনি পাহৰি গৈছো: নয়নমণি শইকীয়া

Nayanmoni Saikia: মেডেলটো পোৱাৰ পাছত মই কষ্টখিনি পাহৰি গৈছো: নয়নমণি শইকীয়া

মদ্যপান কৰিলে লিভাৰৰ কি হয় জানেনে?

মদ্যপান কৰিলে লিভাৰৰ কি হয় জানেনে?

drugs seized

দুই আফ্ৰিকানসহ ৬ ড্ৰাগ ডিলাৰক আটক দিল্লী আৰক্ষীৰ: জব্দ ১০ কোটি টকাতকৈও অধিক মূল্যৰ ড্ৰাগছ

‘বাটৰ কচু গাত ঘঁহি’ বিপদত! শকত বুলি কোৱাৰ বাবে ব্ৰিটেইনৰ আলোচনীৰ বিৰুদ্ধে গোচৰ অভিনেত্ৰীৰ

‘বাটৰ কচু গাত ঘঁহি’ বিপদত! শকত বুলি কোৱাৰ বাবে ব্ৰিটেইনৰ আলোচনীৰ বিৰুদ্ধে গোচৰ অভিনেত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd