• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

April Fool! কিয় ১ এপ্ৰিলক ‘মূৰ্খৰ দিৱস’ হিচাপে পালন কৰা হয়? চাও আহক ইয়াৰ ইতিহাস আৰু গুৰুত্ব

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 1, 2024 10:47 am
35
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতি বছৰে ১ এপ্ৰিলত ‘এপ্ৰিল ফুল দিৱস’ (মুৰ্খ সজোৱাৰ দিন ) পালন কৰা হয়। এইটো এটা হাঁহি আৰু ধেমালিৰে ভৰা দিন। এই দিনটোত মানুহে বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে ৰগৰ কৰে, বিভিন্ন ধেমেলীয়া বাৰ্তা প্ৰেৰণ কৰে।

এপ্ৰিল ফুল দিৱস উদযাপনৰ সৈতে বহু আমোদজনক কাহিনী আছে। আজিৰ দিনটোৰ লগত জড়িত কিছুমান বিশেষ কথা জানো আহক।

‘এপ্ৰিল ফুল দিৱস’ৰ ইতিহাস

একাংশ লোকৰ মতে এই দিনটো ২৫ মাৰ্চত পালন কৰা প্ৰাচীন ৰোমান উৎসৱ ‘হিলাৰিয়া’ৰ সৈতে জড়িত। এই উৎসৱৰ সময়ত মানুহে ইজনে সিজনৰ লগত ধেমালি কৰিছিল।

Apply Now

বহুতে বিশ্বাস কৰে যে ষোড়শ শতিকাত ফ্ৰান্সত ‘এপ্ৰিল ফুল দিৱস’ আৰম্ভ হৈছিল। আজিৰ দিনটো অৰ্থাৎ ১ এপ্ৰিলত ফ্ৰান্সত নৱবৰ্ষ পালন কৰা হয়। ১৫৮২ চনত ফ্ৰান্সৰ ৰজা নৱম চাৰ্লছে ১ জানুৱাৰীত নৱবৰ্ষ উদযাপন কৰাৰ সিদ্ধান্ত লয়। একাংশ লোকে এই পৰিৱৰ্তন মানি ল’ব নোৱাৰি ১ এপ্ৰিলতো নৱবৰ্ষ উদযাপন কৰি থাকিল। এই লোকসকলক ‘এপ্ৰিল ফুল’ বুলি কোৱা হৈছিল।

লাহে লাহে এপ্ৰিল ফুল দিৱস উদযাপনৰ ধাৰাটোৱে সমগ্ৰ বিশ্বতে বিয়পি পৰিল। ঠাট্টা আৰু ধেমালিৰ লগত জড়িত এটা জনপ্ৰিয় দিন হৈ পৰে।

ভাৰতত কেনেকৈ আৰম্ভ হ’ল?

ভাৰতত এপ্ৰিল ফুল দিৱস উদযাপনৰ কাৰ্যসূচী ব্ৰিটিছে ১৯ শতিকাত আৰম্ভ কৰিছিল। সেই সময়ত ভাৰত ব্ৰিটিছ শাসনৰ অধীনত আছিল আৰু তেওঁলোকে নিজৰ সংস্কৃতি আৰু পৰম্পৰা ভাৰতলৈ লৈ আহিছিল, এপ্ৰিল ফুল দিৱস আছিল তাৰ ভিতৰত অন্যতম। লাহে লাহে এই দিনটো ভাৰতত জনপ্ৰিয় হৈ উঠিল আৰু মানুহে উদযাপন কৰিবলৈ ধৰিলে।

আগতে কেৱল চহৰতহে ইয়াক উদযাপন কৰা হৈছিল যদিও এতিয়া গ্ৰাম্য অঞ্চলতো ই জনপ্ৰিয় হৈ পৰিছে। ছ’চিয়েল মিডিয়াৰ আগমনৰ পিছত এপ্ৰিল ফুল দিৱসৰ জনপ্ৰিয়তা বৃদ্ধি পালে। এতিয়া মানুহে ইজনে সিজনৰ লগত ছ’চিয়েল মিডিয়াত ধেমালি কৰি এপ্ৰিল ফুল দিৱসৰ শুভেচ্ছা জনায়। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ সুৰক্ষা-বলয়

কাজিৰঙাৰ সুৰক্ষা-বলয়

August 19, 2026 10:37 am
এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

August 19, 2026 9:11 am
হাৰিয়ানাৰ চিকিৎসা মহাবিদ্যালয়ত দুই এম বি বি এছ ছাত্ৰীক নিৰ্যাতন, গ্ৰেপ্তাৰ এজন অভিযুক্ত

হাৰিয়ানাৰ চিকিৎসা মহাবিদ্যালয়ত দুই এম বি বি এছ ছাত্ৰীক নিৰ্যাতন, গ্ৰেপ্তাৰ এজন অভিযুক্ত

August 19, 2026 8:19 am
সাৱধান! ৰে’ল ষ্টেচনৰ পানী খালেই হ’ব পাৰে ভয়ংকৰ বিপদ, ৱাটাৰ কুলাৰত ধৰা পৰিল মাৰাত্মক বেক্টেৰিয়া

সাৱধান! ৰে’ল ষ্টেচনৰ পানী খালেই হ’ব পাৰে ভয়ংকৰ বিপদ, ৱাটাৰ কুলাৰত ধৰা পৰিল মাৰাত্মক বেক্টেৰিয়া

August 19, 2026 7:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ সুৰক্ষা-বলয়

কাজিৰঙাৰ সুৰক্ষা-বলয়

August 19, 2026 10:37 am
এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

August 19, 2026 9:11 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd