• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ট্ৰফীৰ লগতে আই পি এলত টকাৰ বৰষুণ; কোনে কিমান টকা পালে? কোনে পালে কি পুৰস্কাৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 1, 2026 10:41 am
810
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৬ চনৰ আই পি এল খিতাপৰ যুঁজখন ৰোমাঞ্চকৰ ফাইনেলত সমাপ্ত হয়। গুজৰাট টাইটানছ (জিটি)ক পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে আই পি এলৰ ট্ৰফী লাভ কৰে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)য়ে। এই বিজয়ৰ পিছত বেংগালুৰুত আৰম্ভ হ’ল উদযাপন।

এই জয়েৰে আই পি এলৰ ইতিহাসত মুম্বাই ইণ্ডিয়ানছ (এম আই) আৰু চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ৰ পিছত একেৰাহে দুবাৰকৈ চেম্পিয়ন হোৱা তৃতীয়টো দল হিচাপে পৰিগণিত হয়। চেম্পিয়ন হিচাপে আৰ চি বিয়ে ২০ কোটি টকা লাভ কৰাৰ বিপৰীতে ৰানাৰ্ছ আপ গুজৰাট টাইটানছেও এক বৃহৎ পুৰস্কাৰ লাভ কৰে।

Apply Now

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ২০২৬ চনৰ আই পি এলৰ বাবে মুঠ ৪৬.৫ কোটি টকাৰ পুৰস্কাৰ ধন ঘোষণা কৰিছিল। এই ধনৰ স্থান অনুসৰি শীৰ্ষ চাৰিটা দলৰ মাজত ভাগ কৰা হৈছিল। ব্যক্তিগত প্ৰদৰ্শনৰ বাবেও পৃথক পৃথক পুৰস্কাৰ প্ৰদান কৰা হয়।

চেম্পিয়ন আৰ চি বিয়ে লাভ কৰিলে ২০ কোটি টকা। ফাইনেলত পৰাস্ত হয় ৰানাৰ্ছ আপ গুজৰাট টাইটানছ। তেওঁলোকে ১৩ কোটি টকা পালে। তৃতীয় স্থানৰ ৰাজস্থান ৰয়েলছে (আৰ আৰ) ৭ কোটি আৰু চতুৰ্থ স্থানত থকা ছানৰাইজাৰ্ছ হায়দৰাবাদে (এছ আৰ এইচ) ৬.৫ কোটি টকা লাভ কৰে।

এই ছিজনত সৰ্বাধিক চৰ্চিত খেলুৱৈ আছিল বৈভৱ সূৰ্য্যবংশী। তেওঁ ৭৭৬ ৰান সংগ্ৰহ কৰি অৰেঞ্জ কেপ লাভ কৰে। তেওঁৰ গড় আছিল ৪৮.৫০। বৈভৱে ৭২টা ছয় মাৰি শ্ৰেষ্ঠ ছিক্স হিটাৰৰ বঁটাও লাভ কৰে। ইয়াৰ উপৰিও তেওঁ শ্ৰেষ্ঠ উদীয়মান খেলুৱৈ আৰু শ্ৰেষ্ঠ খেলুৱৈৰ বঁটাও লাভ কৰে।

কাগিছ’ ৰাবাডাই ২৯টা উইকেট দখল কৰি পাৰ্পল কেপ লাভ কৰে। ৭৫ ৰানৰ অপৰাজিত ইনিংছ খেলা বিৰাট কোহলীয়ে ফাইনেলত মেন অৱ দ্য মেচৰ বঁটা লাভ কৰে।

বিৰাট কোহলীয়ে ফাইনেলত সৰ্বাধিক চাৰি মৰাৰ বাবে বঁটা লাভ কৰে, শ্ৰেষ্ঠ ছয় মৰাৰ বঁটাও লাভ কৰে। শ্ৰেষ্ঠ ডট বলৰ বঁটা লাভ কৰে ভুৱনেশ্বৰ কুমাৰে। ফাইনেলত শ্ৰেষ্ঠ ষ্ট্ৰাইক ৰেটৰ বঁটা লাভ কৰে ভেংকটেশ আয়াৰে। গুজৰাটৰ বিৰুদ্ধে চূড়ান্ত খেলখনত তেওঁৰ ষ্ট্ৰাইক ৰেট আছিল ২০০.০০।

সমগ্ৰ ছিজনত সৰ্বশ্ৰেষ্ঠ ষ্ট্ৰাইক ৰেটৰ বঁটা লাভ কৰে বৈভৱে। তেওঁৰ ষ্ট্ৰাইক ৰেট আছিল ২৩৭.৩০। পাঞ্জাব কিংছ (পিবিকেএছ)য়ে লাভ কৰে ফেয়াৰ প্লে বঁটা। শ্ৰেষ্ঠ কেচৰ বঁটা লাভ কৰে মনীষ পাণ্ডেই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাক জঙ্গীৰ প্ৰেমত মগ্ন হৈ ধৰ্মান্তৰকৰণ! নেপালৰ জৰিয়তে পাকিস্তানলৈ পলোৱাৰ চেষ্টা, জয়পুৰত আটক যুৱতী

পাক জঙ্গীৰ প্ৰেমত মগ্ন হৈ ধৰ্মান্তৰকৰণ! নেপালৰ জৰিয়তে পাকিস্তানলৈ পলোৱাৰ চেষ্টা, জয়পুৰত আটক যুৱতী

June 26, 2026 4:13 pm
প্ৰথমবাৰৰ বাবে চৰকাৰে প্ৰকাশ কৰিলে অপাৰেচন সিন্দুৰত শ্বহীদ হোৱা ৬গৰাকী জোৱানৰ নাম

প্ৰথমবাৰৰ বাবে চৰকাৰে প্ৰকাশ কৰিলে অপাৰেচন সিন্দুৰত শ্বহীদ হোৱা ৬গৰাকী জোৱানৰ নাম

June 26, 2026 3:20 pm
হলিউডৰ সোণালী যুগৰ অন্যতম জনপ্ৰিয় তাৰকা অভিনেত্ৰী এন ব্লাইথৰ দেহাৱসান

হলিউডৰ সোণালী যুগৰ অন্যতম জনপ্ৰিয় তাৰকা অভিনেত্ৰী এন ব্লাইথৰ দেহাৱসান

June 26, 2026 3:00 pm
অযোধ্যা ৰাম মন্দিৰৰ দানৰ ধন চুৰি কাণ্ড: নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ ন্যাসৰ প্ৰধান চম্পত ৰায় আৰু অনিল মিশ্ৰৰ

অযোধ্যা ৰাম মন্দিৰৰ দানৰ ধন চুৰি কাণ্ড: নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ ন্যাসৰ প্ৰধান চম্পত ৰায় আৰু অনিল মিশ্ৰৰ

June 26, 2026 2:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাক জঙ্গীৰ প্ৰেমত মগ্ন হৈ ধৰ্মান্তৰকৰণ! নেপালৰ জৰিয়তে পাকিস্তানলৈ পলোৱাৰ চেষ্টা, জয়পুৰত আটক যুৱতী

পাক জঙ্গীৰ প্ৰেমত মগ্ন হৈ ধৰ্মান্তৰকৰণ! নেপালৰ জৰিয়তে পাকিস্তানলৈ পলোৱাৰ চেষ্টা, জয়পুৰত আটক যুৱতী

June 26, 2026 4:13 pm
প্ৰথমবাৰৰ বাবে চৰকাৰে প্ৰকাশ কৰিলে অপাৰেচন সিন্দুৰত শ্বহীদ হোৱা ৬গৰাকী জোৱানৰ নাম

প্ৰথমবাৰৰ বাবে চৰকাৰে প্ৰকাশ কৰিলে অপাৰেচন সিন্দুৰত শ্বহীদ হোৱা ৬গৰাকী জোৱানৰ নাম

June 26, 2026 3:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd