• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাওক, ১নং ৰাতাবাৰীৰ পৰা ১২৬নং শদিয়ালৈ কোন দলৰ কোন নিৰ্বাচিত হৈ আহিল বিধানসভালৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 3, 2021 10:32 am
Assam_Assembly_Hitendra_Nath_Goswami-630x375

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি ঘোষণা কৰা অসম বিধানসভা নিৰ্বাচন-২০২১ৰ ফলাফলত কোনটো সমষ্টিৰ পৰা কোন দলৰ বিধায়ক নিৰ্বাচিত হৈ আহিল তাৰ সম্পূৰ্ণ তালিকাখন চাওক।

ৰাতাবাৰী (বিজেপি) বিজয় মালাকাৰ, পাথাৰকান্দি (বিজেপি) কৃষ্ণেন্দু পাল, কৰিমগঞ্জ-উত্তৰ (কংগ্ৰেছ) কমলাক্ষ দে পুৰকায়স্থ,  কৰিমগঞ্জ-দক্ষিণ(কংগ্ৰেছ)  ছিদ্দিক আহমেদ, বদৰপুৰ (AIUDF) আব্দুল আজিজ, হাইলাকান্দি (AIUDF)    জাকিৰ হুছেইন লস্কৰ, কাটলিচেৰা (AIUDF) ছুজামুদ্দিন লস্কৰ, আলগাপুৰ (AIUDF)  নিজামুদ্দিন চৌধুৰী, শিলচৰ (বিজেপি) দ্বিপায়ন চক্ৰৱৰ্তী, সোণাই (AIUDF)  কৰিম উদ্দিন বৰভূঞা, ঢলাই (বিজেপি) পৰিমল শুক্লবৈদ্য, উদাৰবন্দ (বিজেপি)      মিহিৰকান্তি সোম, লক্ষীপুৰ (বিজেপি) কৌশিক ৰায়, বৰখলা (কংগ্ৰেছ) মিছবাহুল ইছলাম লস্কৰ, কাটিগড়া (কংগ্ৰেছ) খলিলুদ্দিন বৰভূঞা।

Apply Now

হাফলং (বিজেপি) নন্দিতা গাৰ্লোছা,  বোকাজান (বিজেপি) নোমল মোমিন, হাওৰাঘাট (বিজেপি) দৰছিং ৰংহাং, ডিফু (বিজেপি) বিদ্যাসিং ইংলেং, বৈঠালাংছ’  (বিজেপি) ৰূপছিং টেৰণ।

মানকাচৰ (AIUDF) আমিনুল ইছলাম, দক্ষিণ শালামাৰা (কংগ্ৰেছ) ৱাজেদ আলী চৌধুৰী, ধুবুৰী  (AIUDF) নজৰুল হক, গৌৰীপুৰ (AIUDF) মিজানুৰ ৰহমান, গোলকগঞ্জ (কংগ্ৰেছ) আব্দুছ সোৱাহান আলী সৰকাৰ, বিলাসীপাৰা-পশ্চিম    (AIUDF) হাফিজ বছিৰ কাছিমী, বিলাসীপাৰা-পূব (AIUDF) ছামছুল হুদা।

গোসাঁইগাঁও (BPF) মাজেন্দ্ৰ নাৰ্জাৰী, কোকাৰাঝাৰ-পূব (UPPL) লৰেন্স ইছলাৰী, কোকৰাঝাৰ-পশ্চিম (BPF) ৰবিৰাম নাৰ্জাৰী, ছিদলি (UPPL) জয়ন্ত বসুমতাৰী, বঙাইগাঁও (অগপ) ফণীভূষণ চৌধুৰী, বিজনী (বিজেপি) অজয় কুমাৰ ৰয়, অভয়াপুৰী-উত্তৰ (কংগ্ৰেছ) আব্দুল বাতেন খণ্ডকাৰ, অভয়াপুৰী-দক্ষিণ (কংগ্ৰেছ)     প্ৰদীপ সৰকাৰ।

দুধনৈ (কংগ্ৰেছ) যাদৱ স্বৰ্গীয়াৰী, গোৱালপাৰা-পূব (কংগ্ৰেছ) আবুল কালাম ৰশিদ আলম, গোৱালপাৰা-পশ্চিম (কংগ্ৰেছ) আব্দুৰ ৰশিদ মণ্ডল, জলেশ্বৰ (কংগ্ৰেছ) আফতাবুদ্দিন মোল্লা।

সৰভোগ (CPIM) মনোৰঞ্জন তালুকদাৰ, ভৱানীপুৰ (AIUDF) ফণী তালুকদাৰ পাটাছাৰকুছি (বিজেপি) ৰঞ্জিত কুমাৰ দাস, বৰপেটা (কংগ্ৰেছ) আব্দুৰ ৰহিম আহমেদ, জনীয়া (AIUDF) হাফিজ ৰফিুকুল ইছলাম, বাঘবৰ (কংগ্ৰেছ) শ্বেৰমান আলী, সৰুক্ষেত্ৰী (কংগ্ৰেছ) জাকিৰ হুছেইন সিকদাৰ, চেঙা (AIUDF) আশ্ৰাফুল হুছেইন।

বকো (কংগ্ৰেছ) নন্দিতা দাস,  ছয়গাঁও (কংগ্ৰেছ) ৰেকিবুদ্দিন আহমেদ, পলাশবাৰী     (বিজেপি) হেমাংগ ঠাকুৰীয়া, জালুকবাৰী (বিজেপি) হিমন্ত বিশ্ব শৰ্মা, দিছপুৰ  (বিজেপি) অতুল বৰা, গুৱাহাটী-পূব (বিজেপি) সিদ্ধাৰ্থ ভট্টাচাৰ্য, গুৱাহাটী-পশ্চিম (অগপ) ৰমেন্দ্ৰ নাৰায়ণ কলিতা, হাজো (বিজেপি) সুমন হৰিপ্ৰিয়া, কমলপুৰ  (বিজেপি) দিগন্ত কলিতা, ৰঙিয়া (বিজেপি) ভৱেশ কলিতা।

তামুলপুৰ (UPPL) লেহোৰাম বড়ো, নলবাৰী (বিজেপি) জয়ন্ত মল্ল বৰুৱা, বৰক্ষেত্ৰী (কংগ্ৰেছ) দিগন্ত বৰ্মন, ধৰ্মপুৰ (বিজেপি) চন্দ্ৰমোহন পাটোৱাৰী, বৰমা (UPPL) ভূপেন বড়ো, চাপাগুৰি (UPPL) ইউ জি ব্ৰহ্ম, পানেৰী (বিজেপি) বিশ্বজিত দৈমাৰী, কলাইগাঁও (BPF) দুৰ্গাদাস বড়ো, ছিপাঝাৰ (বিজেপি)পৰমানন্দ ৰাজবংশী, মঙলদৈ (কংগ্ৰেছ) বসন্ত দাস, দলগাঁও (AIUDF) মজিবুৰ ৰহমান, ওদালগুৰি (UPPL) গোবিন্দ বসুমতাৰী, মাজবাট (BPF) চৰণ বড়ো।

ঢেকীয়াজুলি (বিজেপি) অশোক সিংঘাল, বৰছলা (বিজেপি)গণেশ লিম্বু, তেজপুৰ (অগপ) পৃথ্বীৰাজ ৰাভা, ৰঙাপাৰা (বিজেপি) কৃষ্ণকমল তাঁতী, চতিয়া (বিজেপি)পদ্ম হাজৰিকা, বিশ্বনাথ (বিজেপি) প্ৰমোদ বৰঠাকুৰ, বিহালী (বিজেপি) ৰঞ্জিত দত্ত, গহপুৰ (বিজেপি) উৎপল বৰা, জাগীৰোড (বিজেপি)পীযুষ হাজৰিকা, মৰিগাঁও (বিজেপি) ৰমাকান্ত দেউৰী, লাহৰিঘাট (কংগ্ৰেছ) আছিফ মহম্মদ নাজাৰ।

ৰহা (কংগ্ৰেছ) শশীকান্ত দাস, ধিং (AIUDF) আমিনুল ইছলাম, বটদ্ৰৱা (কংগ্ৰেছ) শিৱামণি বৰা, ৰূপহীহাট (কংগ্ৰেছ) নুৰুল হুদা, নগাঁও (বিজেপি) ৰূপক শৰ্মা, বঢ়মপুৰ (বিজেপি) জিতু গোস্বামী, চামগুৰি (কংগ্ৰেছ) ৰকিবুল হুছেইন, কলিয়াবৰ (অগপ) কেশৱ মহন্ত, যমুনামুখ (AIUDF) ছিৰাজুদ্দিন আজমল, হোজাই (বিজেপি) ৰামকৃষ্ণ ঘোষ, লামডিং (বিজেপি) শিবু মিশ্ৰ।

বোকাখাত (অগপ) অতুল বৰা, সৰুপথাৰ (বিজেপি) বিশ্বজিত ফুকন, গোলাঘাট (বিজেপি) অজন্তা নেওগ, খুমটাই (বিজেপি) মৃণাল শইকীয়া, দেৰগাঁও (অগপ) ভৱেন ভৰালী, যোৰহাট (বিজেপি) হিতেন্দ্ৰনাথ গোস্বামী, মাজুলী (বিজেপি) সৰ্বানন্দ সোণোৱাল, তিতাবৰ (কংগ্ৰেছ) ভাস্কৰজ্যোতি বৰুৱা, মৰিয়নী (কংগ্ৰেছ) ৰূপজ্যোতি কুৰ্মী, টীয়ক (অগপ) ৰেণুপমা ৰাজখোৱা।

আমগুৰি (অগপ) প্ৰদীপ হাজৰিকা, নাজিৰা (কংগ্ৰেছ) দেৱব্ৰত শইকীয়া, মাহমৰা (বিজেপি) যোগেন মহন, সোণাৰি (বিজেপি) ধৰ্মেশ্বৰ কোঁৱৰ, থাওৰা (কংগ্ৰেছ)   সুশান্ত বৰগোঁহাই, শিৱসাগৰ (ৰাইজৰ দল) অখিল গগৈ, বিহপুৰীয়া (বিজেপি) অমিয় কুমাৰ ভূঞা, নাওবৈচা (কংগ্ৰেছ) ভৰত নৰহ, লখিমপুৰ (বিজেপি) মানৱ ডেকা, ঢকুৱাখনা (বিজেপি) নৱ দলে, ধেমাজি (বিজেপি) ৰণোজ পেগু, জোনাই (বিজেপি)  ভূবন পেগু।

মৰাণ (বিজেপি) চক্ৰধৰ গগৈ, ডিব্ৰুগড় (বিজেপি) প্ৰশান্ত ফুকন, লাহোৱাল (বিজেপি) বিনোদ হাজৰিকা, দুলীয়াজান (বিজেপি) তেৰছ গোৱালা, টিংখাং (বিজেপি) বিমল বৰা, নাহৰকটীয়া (বিজেপি) তৰংগ গগৈ, চাবুৱা (অগপ) পোণাকন বৰুৱা, তিনিচুকীয়া (বিজেপি) সঞ্জয় কিষাণ, ডিগবৈ (বিজেপি) সুৰেন ফুকন, মাৰ্ঘেৰিটা (বিজেপি)ভাস্কৰ শৰ্মা, ডুমডুমা (বিজেপি) ৰূপেশ গোৱালা, শদিয়া (বিজেপি) বলীন চেতিয়া।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

July 5, 2026 6:08 pm
খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

July 5, 2026 6:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd