• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোটেই অক্টোবৰজুৰি দেশবাসীয়ে গুগলত কি আটাইতকৈ বেছি চাৰ্চ কৰিছে জানেনে? চাওক তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 29, 2024 11:53 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিভিন্ন সময়ত বিভিন্ন প্ৰশ্ন মনলৈ আহে, কৌতুহলৰ সৃষ্টি হয়। কিন্তু আজিকালি সেই সমাধানৰ বাবে সদায় কিতাপৰ পৃষ্ঠা লুটিয়াব নালাগে। এতিয়া গুগলত চাৰ্চ কৰিলেই পোৱা যায় বিচৰা তথ্য। আনকি কোনো এখন দেশৰ বাসিন্দাসকলে গোটেই মাহটো গুগলত কি চাৰ্চ কৰিছে তাৰ হিচাপো উপলব্ধ।

গোটেই অক্টোবৰ মাহত ভাৰতৰ নাগৰিকসকলে গুগলত কি চাৰ্চ কৰিছে? সেই তালিকা পোহৰলৈ আহিল। আটাইতকৈ বেছি সন্ধান কৰা তিনিটা বিষয়ৰ ওপৰত এবাৰ চকু ফুৰাওঁ আহক।

লগতে পঢ়কঃ জিন বিকাশৰ অধ্যয়নত নতুন পোহৰৰ সন্ধান; গৱেষকসকলে দিছে গুৰুত্বপূৰ্ণ তথ্য

Apply Now

ৰতন টাটা- যোৱা ৯ অক্টোবৰত উদ্যোগ জগতৰ মহীৰুহ ৰতন টাটাৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ পিছত দেশ-বিদেশৰ বিশিষ্ট ব্যক্তিসকলে ছ’চিয়েল মিডিয়াত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সমীক্ষাৰ তথ্য অনুসৰি গোটেই অক্টোবৰ মাহত গুগলত বহুলভাৱে ৰতন টাটাৰ নাম চাৰ্চ কৰা হৈছিল। টাটা ছন্সৰ অধ্যক্ষ, তেওঁৰ জীৱন, তেওঁৰ প্ৰেম, তেওঁৰ সম্পত্তিৰ বিষয়ে বাৰে বাৰে গুগলত চাৰ্চ কৰা হৈছে।

ভাৰতীয় মহিলা ক্ৰিকেট দল- মহিলা ক্ৰিকেটৰ বাবে বিশেষকৈ ভাৰতীয় জাতীয় দলৰ বাবে অক্টোবৰ মাহটো গুৰুত্বপূৰ্ণ। আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত তেওঁলোকৰ প্ৰদৰ্শনে জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিছিল। সমীক্ষাত কোৱা হৈছে যে কেৱল মনোযোগ দিয়াই নহয়, মহিলাৰ ক্ৰীড়াৰ প্ৰতিও নতুনকৈ আগ্ৰহ বৃদ্ধি পাইছে।

লগতে পঢ়কঃআপোনাৰ সংগীৰ এই ৫টা আচৰণ কেতিয়াও আওকাণ নকৰিব, ই হ’ব পাৰে বিচ্ছেদৰ ইংগিত

চৰকাৰী ৰিজাল্ট ডটকম – শিক্ষা সমাপ্ত কৰি চাকৰি বিচৰা যুৱ সমাজে স্বাৱলম্বী হ’ব বিচাৰে। বাৰে বাৰে গুগলত চৰকাৰী ৰিজাল্ট ডটকমত চাৰ্চ কৰিছে। এই চাইটত পৰীক্ষাৰ ফলাফল, এডমিট কাৰ্ড আৰু চাকৰিৰ অধিসূচনাৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য পোৱা যায়। চৰকাৰী পদৰ বাবে বৃদ্ধি পোৱা প্ৰতিযোগিতাৰ যুগত আপডেট হৈ থাকিবলৈ ব্যক্তিসকলে এই ৱেবচাইটটো অনুসৰণ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd